• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি ৰাষ্ট্ৰসংঘৰ মহাসভাক সম্বোধন কৰিব নৰেন্দ্ৰ মোদীয়ে, অংশগ্ৰহণ কৰিব বিশ্বৰ ১৯৩ খন ৰাষ্ট্ৰই

আজি ৰাষ্ট্ৰসংঘৰ মহাসভাক সম্বোধন কৰিব নৰেন্দ্ৰ মোদীয়ে, অংশগ্ৰহণ কৰিব বিশ্বৰ ১৯৩ খন ৰাষ্ট্ৰই

5 years ago
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

59 minutes ago
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

2 hours ago
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

2 hours ago
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

3 hours ago
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

3 hours ago
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

4 hours ago
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

4 hours ago
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

5 hours ago
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

7 hours ago
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

7 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

9 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আজি ৰাষ্ট্ৰসংঘৰ মহাসভাক সম্বোধন কৰিব নৰেন্দ্ৰ মোদীয়ে, অংশগ্ৰহণ কৰিব বিশ্বৰ ১৯৩ খন ৰাষ্ট্ৰই

editor by editor
September 25, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিশ্ব, ভাৰত, ৰাজনীতি
0
আজি ৰাষ্ট্ৰসংঘৰ মহাসভাক সম্বোধন কৰিব নৰেন্দ্ৰ মোদীয়ে, অংশগ্ৰহণ কৰিব বিশ্বৰ ১৯৩ খন ৰাষ্ট্ৰই
0
SHARES
55
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি ৰাষ্ট্ৰসংঘৰ মহাসভাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ৭৬ সংখ্যক সাধাৰণ সভাত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ বিশ্বৰ ১৯৩ খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত৷ ভাৰত সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদৰ অধ্যক্ষতা কৰে ভাৰতে৷ গতিকে বিশ্বৰ সকলো দেশৰ সন্মুখত ভাৰতে শক্তিশালী ৰূপত নিজৰ বিষয় উপস্থাপন কৰিব পাৰিব৷ জলবায়ু পৰিবৰ্তন, অৰ্থনৈতিক তথা কূটনৈতিক সম্পৰ্ক, মহিলা সৱলীকৰণ, সন্ত্ৰাসবাদ, ভেকচিনৰ উপলব্ধতা আদি বিভিন্ন বিষয় উত্থাপন কৰিব ভাৰতে৷ ইতিমধ্যে নিউয়ৰ্কত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী৷ টুইটযোগে নৰেন্দ্ৰ মোদীয়ে সদৰী কৰে এই কথা৷ কোৱাড ক্ৰান্তিৰ নেতাসকলৰ সৈতে ইতিমধ্যে মিলিত হৈছে নৰেন্দ্ৰ মোদী৷ শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাৎ কৰে মোদীয়ে৷ গনতন্ত্ৰ, সন্ত্ৰাসবাদ, জলবায়ু পৰিবৰ্তন, ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্ক আদি বিভিন্ন বিষয়ত বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী৷

Landed in New York City. Will be addressing the UNGA at 6:30 PM (IST) on the 25th. pic.twitter.com/CUtlNZ83JT

— Narendra Modi (@narendramodi) September 25, 2021

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24narendra-modiun general assembly
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম
অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

October 17, 2026
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ
অপৰাধ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

October 17, 2026
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!
বিশ্ব

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

October 17, 2026
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?
অসম

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

October 17, 2026
Next Post
২০০ কোটি টকাৰ মানি ল’ণ্ডাৰিঙ গোচৰ, আজি EDয়ে সোধা-পোছা কৰিব জেকলিন ফাৰ্ণাণ্ডেজক

২০০ কোটি টকাৰ মানি ল’ণ্ডাৰিঙ গোচৰ, আজি EDয়ে সোধা-পোছা কৰিব জেকলিন ফাৰ্ণাণ্ডেজক

ডিঙিত সোণৰ শিকলি, হাত আৰু ডিঙিৰ উপৰি ভৰিতো পিন্ধে সোণ৷ প্ৰৱঞ্চক মৃদুপৱন নেওঁগৰ বাসগৃহৰ পৰা উদ্ধাৰ বহু আপত্তিজনক নথি-পত্ৰ

ডিঙিত সোণৰ শিকলি, হাত আৰু ডিঙিৰ উপৰি ভৰিতো পিন্ধে সোণ৷ প্ৰৱঞ্চক মৃদুপৱন নেওঁগৰ বাসগৃহৰ পৰা উদ্ধাৰ বহু আপত্তিজনক নথি-পত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.