• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদী আৰু মুছলমান যুৱকৰ ভাইৰেল ফটোৰ আঁৰৰ কাহিনী

মোদী আৰু মুছলমান যুৱকৰ ভাইৰেল ফটোৰ আঁৰৰ কাহিনী

5 years ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

4 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

4 hours ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

5 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

5 hours ago
বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

6 hours ago
আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

7 hours ago
স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

7 hours ago
এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

8 hours ago
চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

9 hours ago
ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

9 hours ago
চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

10 hours ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মোদী আৰু মুছলমান যুৱকৰ ভাইৰেল ফটোৰ আঁৰৰ কাহিনী

editor by editor
June 14, 2021
in ভাৰত, ৰাজনীতি
0
মোদী আৰু মুছলমান যুৱকৰ ভাইৰেল ফটোৰ আঁৰৰ কাহিনী
0
SHARES
261
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এখন বিশেষ ফটোৱে তোলপাৰ লগাইছে সৰ্বত্ৰ। ফটোখনত প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত দেখিবলৈ পোৱা গৈছিল এজন মুছলমান যুৱকক। যুৱকজনে প্ৰধামনন্ত্ৰীক কাণে কাণে কিবা কথা কৈ আছিল। দেখাত তেনেই সাধাৰণ যেন লগা ফটোখনে ভাৰতীয় ৰাজনীতিত সৃষ্টি কৰিছিল চুনামিৰ। আনকি মীমাৰেও অনেক মীম বনাইছিল। দৰাচলতে পশ্চিমবংগৰ নিৰ্বাচনৰ সময়ছোৱাত এখন জনসভাত ভাগ লোৱাৰ পূৰ্বে তাত ৰৈ থকা লোকৰ সৈতে বার্তালাপ কৰিছিল মোদীয়ে। তেতিয়াই বিশেষ মুছলমান যুৱকজনৰ সৈতেও কথা পাতিছিল প্ৰধানমন্ত্ৰীয়ে। আৰু সেই ফটোৱেই পৰৱৰ্তীসময়ত ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। সেই যুৱকজনৰ নাম হৈছে জুল্ফিকাৰ আলী। প্ৰধানমন্ত্ৰীক লগ পোৱাৰ সময়ছোৱাত কেইবাটাও প্ৰশ্ন সুধিছিল যুৱকজনে। খুব কম সময়ৰ বাবে হৈছিল দুয়োজনৰ মাজত এই বার্তালাপ। কিন্তু তাত উপস্থিত সংবাদ মাধ্যমে সেই সময়ছোৱাৰ ফটো তুলি ভাইৰেল কৰিছিল। আৰু ইয়াৰ পাছতে ছ’চিয়েল মিডিয়াত বিৰোধীয়ে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল মোদীক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24modinarandra modiPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ
নিয়োগ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

October 28, 2026
চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া
ভাৰত

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

October 28, 2026
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী
ভাৰত

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

October 28, 2026
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী
ভাৰত

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

October 27, 2026
Next Post
চপৰাচপৰে খহিছে মাজুলী

চপৰাচপৰে খহিছে মাজুলী

ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাইৰ নগ্ন ছবি

ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাইৰ নগ্ন ছবি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.