• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তৰপ্ৰদেশত বৈষম্যৰ বলি হৈ খেলাৰ সুযোগ পোৱা নাছিলো, ইডেনে মোক গঢ়িলে…, বিশ্বকাপত পৰাজয় হৈয়ো অপৰাজিত সৈনিক ছামীয়ে ক’লে বঞ্চনা, অপমানৰ কাহিনী

উত্তৰপ্ৰদেশত বৈষম্যৰ বলি হৈ খেলাৰ সুযোগ পোৱা নাছিলো, ইডেনে মোক গঢ়িলে…, বিশ্বকাপত পৰাজয় হৈয়ো অপৰাজিত সৈনিক ছামীয়ে ক’লে বঞ্চনা, অপমানৰ কাহিনী

3 years ago
বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!

বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!

1 minute ago
কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!

কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!

24 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

1 hour ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

2 hours ago
৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

11 hours ago
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

12 hours ago
মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

13 hours ago
এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

13 hours ago
ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

13 hours ago
‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

14 hours ago
মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?

মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?

15 hours ago
জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

উত্তৰপ্ৰদেশত বৈষম্যৰ বলি হৈ খেলাৰ সুযোগ পোৱা নাছিলো, ইডেনে মোক গঢ়িলে…, বিশ্বকাপত পৰাজয় হৈয়ো অপৰাজিত সৈনিক ছামীয়ে ক’লে বঞ্চনা, অপমানৰ কাহিনী

editor by editor
November 24, 2023
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
উত্তৰপ্ৰদেশত বৈষম্যৰ বলি হৈ খেলাৰ সুযোগ পোৱা নাছিলো, ইডেনে মোক গঢ়িলে…, বিশ্বকাপত পৰাজয় হৈয়ো অপৰাজিত সৈনিক ছামীয়ে ক’লে বঞ্চনা, অপমানৰ কাহিনী
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বকাপৰ পাছৰে পৰাই আলোচনাৰ কেন্দ্ৰ হৈ আছে মহম্মদ ছামী। পেছাৰ বলাৰ মহম্মদ ছামীৰ বিষয়ে জানিবলৈ বহুজনেই আগ্ৰহীও হৈ আছে। ক্ৰিকেটাৰ ছামীক বিশ্ব সৈতে পৰিচয় কৰাই দিয়াৰ আঁৰতেই আছে কলকাতা নাইট ৰাইডাৰ্ছ। ছামী পশ্চিমবংগৰ নহয় যদিও পশ্চিমবংগই গঢ় দিছিল আজিৰ এইজন মহম্মদ ছামীক। ছামী জন্মসূত্ৰে উত্তৰপ্ৰদেশৰ আমৰোহাৰ বাসিন্দা। ঘৰুৱা ক্ৰিকেট খেলাৰ বাবে কিন্তু উত্তৰপ্ৰদেশৰ পৰা সুযোগ পোৱা নাছিল ছামীয়ে। পশ্চিমবংগতেই আৰম্ভ হৈছিল ছামীৰ কেৰিয়াৰ। কেনেকৈ বঞ্চনা, অপমান সকলো অতিক্ৰমী ছামী এতিয়া ভাৰতীয় দলৰ অন্যতম খেলুৱৈ হ’ল সবিশেষ কাহিনী ছামীয়ে নিজেই জনাইছে।

উত্তৰপ্ৰদেশৰ বাটে ঘাটে বেট বল লৈ খেলি ফুৰা ছামীক চিনি উলিয়াইছিল ইডেন গাৰ্ডেন্সে। উত্তৰপ্ৰদেশতেই কেইবাজনো তাৰকা খেলুৱৈ যেনে, মহম্মদ কাইফ, সুৰেশ ৰায়না, কুলদীপ যাদৱ, পীয়ুষ চাওলা, প্ৰবীণ কুমাৰ, ভুৱনেশ্বৰ কুমাৰকে ধৰি উত্তৰপ্ৰদেশৰ বহু ক্ৰিকেটাৰেই ভাৰতীয় দলৰ হৈ খেলিছে। কিন্তু ছামীয়ে উত্তৰপ্ৰদেশৰ হৈ খেলৰ কেৰিয়াৰ আৰম্ভ কৰা নাছিল। এই সন্দৰ্ভত বৈষম্যৰ অভিযোগ তুলিছিল ছামীয়ে। পেছাৰ বলাৰ ছামীয়ে এই সন্দৰ্ভত কয়, ‘উত্তৰপ্ৰদেশত ট্ৰায়েলত দুবছৰ অংশ লৈছিলো। আৰম্ভণিতে সকলো ঠিকেই আছিল। ফাইনেল ৰাউণ্ড অহাত উত্তৰপ্ৰদেশৰ খেলুৱৈ টীমত মোক সুবিধা দিয়া নহ’ল। মোক চিধাকৈয়ে কৈ দিয়া হ’ল এই দলক তোমাৰ প্ৰয়োজন নাই।’ তাৰপিছৰ বছৰ ইয়াতকৈয়ো ভয়ংকৰ অভিজ্ঞতা হ’ল ছামীৰ। ছামীয়ে এই সন্দৰ্ভত কয়, ‘পিছৰ বছৰো একেই ঘটনা ঘটিল। প্ৰায় ১৬০০ লৰা ট্ৰায়েল দিবলৈ আহিল। তিনি দিন সকলোকে ট্ৰায়েল দিয়াই ৰঞ্জী ট্ৰফীৰ দল তৈয়াৰ কৰাৰো কথা আছিল। সেইবাৰ মোৰ সৈতে দাদাও আছিল। দাদাই মোৰ হৈ সেইদিনা খাটনি ধৰিছিল। মোক যাতে টীমত সুবিধা দিয়ে সেই কথাও জনাইছিল। কিন্তু শীৰ্ষ অধিকাৰীয়ে দাদাক যি কথা ক’লে সেই কথা মই জীৱনত পাহৰিব নোৱাৰিম। শীৰ্ষ অধিকাৰীয়ে দাদাৰ খাটনি শুনি পোনপটীয়াকৈ কৈছিল, তোমাৰ ভাইটীক আমি কোনো কাৰণতে সুযোগ দিব নোৱাৰিম। দাদাই তথাপিও কৈছিল যে, ছামীৰ খেল আপোনালোকে দেখিছে। সি শক্তিশালী। খেল সলনি কৰি দিব পৰা ক্ষমতা তাৰ আছে। যোগ্যতাৰ প্ৰমাণ দিবলৈ সুযোগৰ দৰকাৰ এই সুযোগ তাক এবাৰ দিয়ক। এই মন্তব্যৰ পাছতেই দাদাক শীৰ্ষকৰ্তাই কৈছিল, তোমাৰ ভাইটীকে কেনেকৈ কি খেলে সেই প্ৰতিভা চাই থাকিবলৈ আমাৰ সময় মুঠেও নাই। ইয়াত প্ৰতিভাৰ কথা নাই। দাদাই এই মন্তব্য শুনাৰ পাছত সেই শীৰ্ষকৰ্তাক কৈছিল, মোৰ পৰিয়ালৰ কোনো লোকে কেতিয়াও উত্তৰপ্ৰদেশৰ হৈ খেলত অংশ নলয়।’

দুবছৰীয়া দুৰ্বিসহ অভিজ্ঞতাৰ কথা নিজেই প্ৰকাশ কৰিছে ছামীয়ে। ছামীৰ ২০১০ চনৰ ১৭ নৱেম্বৰত ইডেনত আইপিএলেৰে অভিষেক ঘটে। এইবাৰ বিশ্বকাপত ছামীৰ খেলৰ যাদু দেখি উত্তৰপ্ৰদেশ চৰকাৰেও বাহ বাহ দিছে। ছামী উত্তৰপ্ৰদেশৰ বাসিন্দা বুলি গৌৰৱ কৰিছে যোগী আদিত্যনাথেও। তেঁঁওৰ নামেৰে এখন ক্ৰিকেট ষ্টেডিয়াম উত্তৰপ্ৰদেশত তৈয়াৰ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। বিশ্বকাপৰ ফাইনেলৰ পাছত ছামীক বুকুত সাবটি সান্তনা দিছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!
জীৱনশৈলী

বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!

June 3, 2026
কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!
জীৱনশৈলী

কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!

June 3, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

June 3, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

June 3, 2026
Next Post
শতভিষা নক্ষত্ৰত শনি, ২০২৪ চনৰ এপ্ৰিল পৰ্যন্ত ভাল সময় কটাব মেষসহ এই ৫ ৰাশিৰ জাতকে

শতভিষা নক্ষত্ৰত শনি, ২০২৪ চনৰ এপ্ৰিল পৰ্যন্ত ভাল সময় কটাব মেষসহ এই ৫ ৰাশিৰ জাতকে

অত্যাধুনিক মেছিনে কাম কৰা নাই! কোৰেৰে খান্দিবলৈ আৰম্ভ কৰিছে এইবাৰ উদ্ধাৰকাৰী দলে

অত্যাধুনিক মেছিনে কাম কৰা নাই! কোৰেৰে খান্দিবলৈ আৰম্ভ কৰিছে এইবাৰ উদ্ধাৰকাৰী দলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.