• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঈদৰ দিনাও মুছলমানৰ বিৰুদ্ধে সৰৱ RSS প্ৰধান মোহন ভাগৱত

ঈদৰ দিনাও মুছলমানৰ বিৰুদ্ধে সৰৱ RSS প্ৰধান মোহন ভাগৱত

5 years ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

2 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

2 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

3 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

3 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

3 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

5 hours ago
বৈপৰীত্য

বৈপৰীত্য

6 hours ago
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

7 hours ago
দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

8 hours ago
আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি

আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি

9 hours ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঈদৰ দিনাও মুছলমানৰ বিৰুদ্ধে সৰৱ RSS প্ৰধান মোহন ভাগৱত

editor by editor
July 21, 2021
in অসম, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
ঈদৰ দিনাও মুছলমানৰ বিৰুদ্ধে সৰৱ RSS প্ৰধান মোহন ভাগৱত
0
SHARES
276
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ঈদৰ দিনাও মুছলমানক আক্ৰমণ RSS প্ৰধানৰ। গুৱাহাটীত মুছলমানৰ বিৰুদ্ধে সৰৱ RSS প্ৰধান মোহন ভাগৱত। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অধ্যাপক ননী গোপাল মহন্তৰ citizenship debate over NRC and CAA শীর্ষক গ্ৰন্থৰ উন্মোচনী সভাত অংশগ্ৰহণ কৰি দেশত মুছলমানৰ সংখ্যা বৃদ্ধি সম্পর্কত বিতৰ্কিত মন্তব্য কৰে মোহন ভাগৱতে। তেওঁৰ মতে, ১৯৩০ৰ পৰাই মুছলমানৰ সংখ্যা বঢ়োৱাৰ প্ৰচেষ্টা পৰিকল্পিতভাৱে চলি আহিছে। ভাৰতক পাকিস্তান সজোৱাৰ পৰিকল্পনা কৰিছে মুছলমানসকলে। ইফালে, গ্ৰন্থ উন্মোচনী সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মায়ো মুছলমান সম্পর্কীয় মন্তব্য কৰে। ৰাজ্যৰ বাওঁপন্থীৰ বিৰুদ্ধেও সৰৱ মুখ্যমন্ত্ৰী ড০ শর্মা। অসমৰ বৌদ্ধিক মহল বা বৌদ্ধিক সমাজ আজিও বাওঁপন্থী আৰু সাম্যবাদীৰ দ্বাৰা প্ৰভাৱিত বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ বাওঁপন্থীসকল কার্লমাক্সতকৈও বেছি বাওঁপন্থী বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ মতে বাওঁপন্থীসকলে বেছি পঢ়া-শুনা কৰা নাই। অসমৰ বুৰঞ্জী পঢ়া নাই, স্বাধীনতা সংগ্ৰামীসকলৰ বেদনাৰ বিষয়েও জ্ঞান নাই অসমৰ বাওঁপন্থীসকলৰ। ইয়াৰ বিপৰীতে অধ্যাপক ননী গোপাল মহন্তৰ CAA আৰু NRC সম্পর্কীয় গ্ৰন্থখন গৱেষণাৰ ফচল বুলি লেখকগৰাকীক উচ্চ প্ৰশংসা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু rss প্ৰধানৰ এনে মন্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে চৰ্চা আৰম্ভ হৈছে ৰাজ্যৰ বিভিন্ন মহলত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24himanta biswa sharmamohan bhagawat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?
অপৰাধ

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

September 27, 2026
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক
অসম

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

September 27, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

September 27, 2026
Next Post
সমুখ-সমৰত বনদস্যু-বনৰক্ষী

সমুখ-সমৰত বনদস্যু-বনৰক্ষী

একবিংশ শতিকাৰ আধুনিক চোৰ

একবিংশ শতিকাৰ আধুনিক চোৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.