• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

4 months ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

2 minutes ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

2 hours ago
কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

2 hours ago
বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

3 hours ago
বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

4 hours ago
শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

6 hours ago
Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

7 hours ago
বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

8 hours ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমানৰ পূজাত নকৰিব এইবোৰ ভুল, এটা ভুলে কৰিব সৰ্বনাশ!

8 hours ago
আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

9 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

আজি কেনে যাব আপোনাৰ দিনটো? কোন ৰাশিৰ উদয় হ’ব ভাগ্য জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

editor by editor
April 20, 2026
in জীৱনশৈলী, ভাৰত, লেখা
0
মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য
0
SHARES
843
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই বছৰ চন্দ্ৰই ২৭ এপ্ৰিল ২০২৬ৰ মঙ্গলবাৰে নিশা ৯বাজি ১৮ মিনিটত সূৰ্যৰ অধীন উত্তৰা ফাল্গুনী নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ২৮ এপ্ৰিলৰ নিশা ১০ বাজি ৩৫ মিনিট পৰ্যন্ত এই নক্ষত্ৰতেই অৱস্থান কৰিব৷ এই সময়ত মোহিনী একাদশী পালিত হব৷ ফলত গোচৰৰ শুভ প্ৰভাৱ আৰু বৃদ্ধি পাব পাৰে৷ যিয়ে চাৰিটা ৰাশিৰ জাতকৰ বাবে শুভ সময় কঢ়িয়াই আনিব৷ কাৰ কাৰ ভাগ্য খুলিব?

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে চন্দ্ৰৰ গোচৰ অত্যন্ত শুভ ফলদায়ক হব পাৰে৷ এই সময়ত কৰ্মজীৱন আৰু ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে৷ আৰ্থিক অৱস্থাৰ উন্নতিৰ সম্ভাৱনা আছে৷ হঠাৎ কোনো বৃহৎ সাফল্য লাভ কৰিব পাৰে৷ মানসিকভাৱে ইতিবাচকতা বৃদ্ধি পাব আৰু ভাগ্যৰ পূৰ্ণ সহায়তা লাভ কৰিব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ নক্ষত্ৰত চন্দ্ৰৰ অৱস্থান লাভজনক প্ৰমাণিত হব পাৰে৷ ৰৈ থকা ধন উভতাই পোৱাৰ সম্ভাৱনা আছে৷ নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে এই সময় অত্যন্ত অনুকূল৷ শিক্ষাৰ্থীসকলে পঢ়াশুনাত মনোযোগ দিব৷ আত্মবিশ্বাস বাঢ়িব৷ ফলত সামগ্ৰিকভাৱে ভাল সময় কটাব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ জীৱনত এই নক্ষত্ৰ পৰিবৰ্তনে নতুন সম্ভাৱনাৰ দ্বাৰ খুলিব পাৰে৷ কৰ্মক্ষেত্ৰত ভাল পাৰফৰমেন্স দেখুওৱাৰ সুযোগ আহিব৷ পুৰণি প্ৰচেষ্টাৰ ইতিবাচক ফল লাভ কৰিব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ কেৰিয়াৰত অগ্ৰগতিৰ পথ সুগম হব৷ ব্যক্তিত্বৰ এক নতুন উজ্জ্বলতা দেখা যাব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে এই চন্দ্ৰ গোচৰ অত্যন্ত মঙ্গলজনক হব পাৰে৷ অৰ্থ সঞ্চয়ৰ সুযোগ বাঢ়িব৷ আৰ্থিক অৱস্থা মজবুত হব৷ পৰিয়ালত সুখ শান্তি বৰ্তি থাকিব আৰু সৌভাগ্য বৃদ্ধি পাব৷ ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব৷ জীৱনত আগুৱাই যোৱাৰ নতুন পথ উন্মুক্ত হব৷ ব্যৱসায়ত লাভৰ সম্ভাৱনা প্ৰবল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ
ভাৰত

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

September 1, 2026
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ
জীৱনশৈলী

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

September 1, 2026
কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত
জীৱনশৈলী

কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

September 1, 2026
বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে
জীৱনশৈলী

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

September 1, 2026
Next Post
নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.