• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

2 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

1 week ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

1 week ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

1 week ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

1 week ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

1 week ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

editor by editor
January 1, 2026
in Uncategorized
0
বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ বিচাৰ অনুসৰি জানুৱাৰী মাহটো অত্যন্ত তাৎপৰ্যপূৰ্ণ হব৷ বছৰৰ প্ৰথম মাহত সূৰ্যই ধনু ৰাশি এৰি মকৰ ৰাশিত গোচৰ কৰিব৷ ইয়াৰ সৈতে আৰম্ভ হব সূৰ্যৰ উত্তৰায়ণ৷ ইয়াৰোপৰি এই সময়ত মঙ্গলে মকৰ ৰাশিত গোচৰ কৰি গঠন কৰিব ৰুচক ৰাজযোগ৷ জানুৱাৰীত ৰাশি পৰিবৰ্তন কৰিব বুধ আৰু শুক্ৰই৷ যাৰ ফলত গঠিত হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ জানক জানুৱাৰী ২০২৬ কেনে হ’ব বিভিন্ন ৰাশিৰ জাতকৰ৷

মেষ জানুৱাৰী ৰাশিফল

কেৰিয়াৰ আৰু আৰ্থিক দিশৰ পৰা ভাল সময় আহিছে৷

চাকৰিয়ালে প্ৰমোছন পাব পাৰে৷

প্ৰেমজীৱন আৰু দাম্পত্যত মাধুৰ্য থাকিব৷

স্বাস্থ্যক লৈ সাৱধানে থাকক৷

প্ৰতি মঙ্গলবাৰে হনুমান চালিছা পাঠ কৰক৷

বৃষ জানুৱাৰী ৰাশিফল

এই মাহ আৰ্থিকভাৱে লাভজনক হব৷

চাকৰিত নতুন কামৰ দায়িত্ব আহিব পাৰে৷

জীৱনসংগীৰ সৈতে ভাল সময় কটাব৷

স্বাস্থ্য ভালে থাকিলেও পেটৰ বিষত কষ্ট পাব৷

প্ৰতি শুকুৰবাৰে লক্ষ্মীপূজা কৰক৷

মিথুন জানুৱাৰী ৰাশিফল

কেৰিয়াৰত আপোনাৰ কান্ধত নতুন দায়িত্বভাৰ আহিব৷
ব্যৱসায়ত বৃহৎ উন্নতি কৰাৰ যোগ আছে৷
প্ৰেমজীৱন ভালে কটাব পাৰিব৷
শৰীৰ ঠিকেঠাকে থাকিলেও হাড়ৰ বিষত কষ্ট পাব পাৰে৷
প্ৰতি বুধবাৰে গণেশক ভোগ নিবেদন কৰক৷

কৰ্কট জানুৱাৰী ৰাশিফল

কেৰিয়াৰত এটাৰ পাছত আনটো চেলেঞ্জ আহিব পাৰে৷

সকলো বাধা দূৰ কৰি সাফল্য পাব৷

সংসাৰত সুখ শান্তি থাকিব৷

অসুখত ভুগিব পাৰে৷

প্ৰতি সোমবাৰে শিৱলিংগত পানী ঢালক৷

সিংহ জানুৱাৰী ৰাশিফল

জানুৱাৰী মাহ সুখ সৌভাগ্য পূৰ্ণ হব৷

কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷

অফিচত আপোনাৰ কামত বছে প্ৰশংসা কৰিব৷

জীৱনলৈ কিছু পজিটিভ পৰিবৰ্তন আহিব৷

প্ৰতি দেওবাৰে পানীৰ অৰ্ঘ্য দি সূৰ্য প্ৰণাম কৰক৷

কন্যা জানুৱাৰী ৰাশিফল

এই মাহত সৌভাগ্য আৰু সমৃদ্ধি উপচি পৰিব জীৱনত

ব্যৱসায়ত বৃহৎ চুক্তি কৰাৰ সুযোগ পাব৷

বিবাহিত ব্যক্তিৰ জীৱনত সুখ থাকিব৷

আলস্য ত্যাগ কৰা জৰুৰী৷

প্ৰতি বুধবাৰে মা দুৰ্গাৰ পূজা কৰক৷

তুলা জানুৱাৰী ৰাশিফল

আৰ্থিকভাৱে এই মাহ আপোনাৰ বাবে ভাল

কেৰিয়াৰত সাফল্য লাভৰ যোগ আছে৷

পাৰ্টনাৰৰ সৈতে সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব৷

সংসাৰত সুখ শান্তি বৰ্তি থাকিব৷

প্ৰতি শুকুৰবাৰে বগা পোছাক পৰিধান কৰক আৰু ৰঙা ফুলেৰে দুৰ্গা দেৱীৰ আৰাধনা কৰক৷

বৃশ্চিক জানুৱাৰী ২০২৬ ৰাশিফল

কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷

পদোন্নতি হব পাৰে৷ পাৰ্টনাৰৰ সৈতে বুজাপৰা আৰু প্ৰেম বাঢ়িব৷

স্বাস্থ্য ভালে থাকিলেও ক্লান্তি বাঢ়িব৷

বজৰংবলীক সেন্দুৰ তেল নিবেদন কৰক৷

ধনু জানুৱাৰী ৰাশিফল

জানুৱাৰীত কেৰিয়াৰৰ গ্রাফ ঊৰ্ধমুখী হব৷

জীৱনত ৰোমান্স বাঢ়িব৷

সংসাৰৰ পুৰণি অশান্তি দূৰ হব৷

সাৱধানে বাহন চলাওক৷

প্ৰতি বৃহস্পতিবাৰে বিষ্ণু সহস্ৰনাম জপ কৰক৷

মকৰ জানুৱাৰী ৰাশিফল

আৰ্থিক উন্নতি কৰাৰ যোগ আছে৷

চাকৰিত প্ৰমোছন আৰু ইনক্ৰিমেণ্ট হব পাৰে৷

কামৰ চাপ বঢ়াক লৈ টেনছন থাকিব৷

কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷

প্ৰতি শনিবাৰে শিৱলিংগত কেঁচা গাখীৰ ঢালক৷

কুম্ভ জানুৱাৰী ৰাশিফল

গুৰুত্বপূৰ্ণ কাম সাফল্যৰ সৈতে সম্পূৰ্ণ কৰক৷

সংসাৰত আনন্দৰ পৰিবেশ থাকিব৷

জীৱনলৈ নতুন প্ৰেম আহিব পাৰে৷

মানসিক আৰু শাৰীৰিকভাৱে ক্লান্ত হৈ পৰিব৷

প্ৰতি বুধবাৰে গণেশক মোদক নিবেদন কৰক৷

মীন জানুৱাৰী ৰাশিফল

জানুৱাৰী মাহত আপোনাপ মনত পজিটিভ এনাৰ্জি বাঢ়িব৷

ব্যৱসায়ত লাভ বাঢ়িব৷

পৰিয়ালৰ সকলো মনোমালিন্য দূৰ হব৷

নিয়মিত ব্যায়াম কৰিলে স্বাস্থ্য ভালে থাকিব৷

বৃহস্পতিবাৰে হালধীয়া ফুলেৰে বিষ্ণুৰ পূজা কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?
Uncategorized

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

January 16, 2026
আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক
Uncategorized

আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

December 16, 2025
মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?
Uncategorized

মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?

November 18, 2025
Next Post
৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ, গুৰু-চন্দ্ৰৰ শক্তিশালী গজকেশৰী যোগত ভাগ্য খুলিব এইকেইটা ৰাশিৰ

৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ, গুৰু-চন্দ্ৰৰ শক্তিশালী গজকেশৰী যোগত ভাগ্য খুলিব এইকেইটা ৰাশিৰ

মদ্যপান কৰি বিমান উৰুৱাবলৈ লৈছিল এয়াৰ ইণ্ডিয়াৰ পাইলটে, আতংকিত যাত্ৰী, তাৰপিছত…

মদ্যপান কৰি বিমান উৰুৱাবলৈ লৈছিল এয়াৰ ইণ্ডিয়াৰ পাইলটে, আতংকিত যাত্ৰী, তাৰপিছত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.