• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলীতেই শুভ গজকেশৰী যোগ, এই যোগত ৩ ৰাশিৰ ভাগ্য সোণৰ দৰে উজ্বলি উঠিব

দীপাৱলীতেই শুভ গজকেশৰী যোগ, এই যোগত ৩ ৰাশিৰ ভাগ্য সোণৰ দৰে উজ্বলি উঠিব

3 years ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

16 minutes ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

1 hour ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

1 hour ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

2 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

19 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

20 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

20 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

21 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

22 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

22 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

23 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দীপাৱলীতেই শুভ গজকেশৰী যোগ, এই যোগত ৩ ৰাশিৰ ভাগ্য সোণৰ দৰে উজ্বলি উঠিব

editor by editor
November 12, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
দীপাৱলীতেই শুভ গজকেশৰী যোগ, এই যোগত ৩ ৰাশিৰ ভাগ্য সোণৰ দৰে উজ্বলি উঠিব
0
SHARES
6.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দীপাৱলীৰ দিনাই গজকেশৰী ৰাজযোগ তৈয়াৰ হৈছে৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি বৃহস্পতি আৰু চন্দ্ৰৰ যুঁটিৰ ফলত গজকেশৰী যোগ তৈয়াৰ হয়৷ বৰ্তমান চন্দ্ৰ, তুলা আৰু বৃহস্পতিয়ে মেষ ৰাশিত অৱস্থান কৰিছে৷ অৱস্থান কৰাৰ কাৰণেই এই দুই গ্ৰহৰ প্ৰভাৱত গজকেশৰী যোগ তৈয়াৰ হৈছে৷ ১২ নৱেম্বৰত দীপাৱলীতেই এই যোগ তৈয়াৰ হোৱাত একাধিক ৰাশিৰ উন্নতি নিশ্চিত বুলি জনাইছে জ্যোতিষবিদে৷ এই সময়তেই কেইটামান ৰাশিৰ জাতকে আকস্মিক ধনলাভ কৰিব৷ ইয়াৰোপৰি কেইটামান ৰাশিৰ জীৱনলৈ সুখ আহিব৷ চলিত বছৰৰ দীপাৱলীত কোন কোন ৰাশিৰ জাতকে শুভ ফল লাভ কৰিব জানি থওক৷

বৃষ ৰাশি
গজকেশৰী ৰাজযোগত বৃষ ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব৷ জ্যোতিষ শাস্ত্ৰত উল্লেখ থকা অনুসৰি এই ৰাশিৰ কোষ্ঠীত আয়ৰ স্থানতেই আজি গজকেশৰী যোগ তৈয়াৰ হৈছে৷ এই সময়ত অসাধাৰণভাৱে আয় বাঢ়িব৷ পাৰিবাৰিক জীৱনলৈকো সুখ আহিব৷ অৰ্থ আৰু সন্মান বৃদ্ধি হ’ব৷ অৰ্থ উপাৰ্জনৰ দুৰ্দান্ত যোগ আছে৷ একাধিক উৎসৰ পৰা ধন লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ পৰিকল্পনা অনুসৰি বৃষ ৰাশিৰ জাতকৰ শ্বেয়াৰ বজাৰ, বেটিং আৰু লটাৰীত অৰ্থ লাভ কৰিব পাৰে৷

মিথুন ৰাশি
জ্যোতিষ গণনা অনুসৰি গজকেশৰী ৰাজযোগ আপোনাৰ বাবে অনুকূল প্ৰমাণিত হ’ব৷ মিথুন ৰাশিৰ জাতকৰ গোচৰ কোষ্ঠীৰ কৰ্মস্থানত এই ৰাজযোগ তৈয়াৰ হৈছে৷ ব্যৱসায়ত নতুন আৰু ভাল সুযোগ লাভ কৰিব৷ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল সাফল্য লাভ কৰিব পাৰিব৷ অন্যহাতে চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব৷ পিতৃৰ পূৰ্ণ সহযোগিতা লাভ কৰিব৷ ইয়াৰোপৰি পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব৷ কেৰিয়াৰত শুভ প্ৰভাৱ বিস্তাৰ কৰিব গজকেশৰী যোগে৷

ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে গজকেশৰী যোগ লাভজনক প্ৰমাণিত হ’ব৷ আপোনাৰ ৰাশিৰ চতুৰ্থ স্থানত এই ৰাজযোগ তৈয়াৰ হৈছে৷ এই সময়ত গাড়ী আৰু সম্পত্তি ক্ৰয় কৰিব পাৰিব ধনু ৰাশিৰ জাতকে৷ ইয়াৰোপৰি ভৌতিক সুখো লাভ কৰিব৷ গজকেশৰী ৰাজযোগৰ প্রভাৱত ব্যৱসায়ত সাফল্য বা লাভ নিশ্চিত৷ কৰ্মক্ষেত্ৰত কামৰ চাপ বাঢ়িব৷ পছন্দমতে কাম কৰাৰ সুযোগ লাভ কৰিব৷ সম্পত্তি বা মাটি সংক্ৰান্তিয় কামত সফল হ’ব৷ আপোনাৰ কৰ্মস্থানত এই যোগৰ দৃষ্টি থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?
ভাৰত

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

August 14, 2026
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু
বিনোদন

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

August 14, 2026
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!
বাণিজ্য

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

August 14, 2026
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!
প্ৰযুক্তি

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

August 14, 2026
Next Post
ছলমান-কেটৰ যুগলবন্দীৰ দৃশ্য কেনেকৈ উপভোগ কৰিলে বিকিয়ে? টাইগাৰ ৩ ৰ প্ৰিমিয়াৰ শ্ব’ চাই কি ক’লে বিকিয়ে?

ছলমান-কেটৰ যুগলবন্দীৰ দৃশ্য কেনেকৈ উপভোগ কৰিলে বিকিয়ে? টাইগাৰ ৩ ৰ প্ৰিমিয়াৰ শ্ব’ চাই কি ক’লে বিকিয়ে?

এই বিশৃঙ্খল পৃথিৱীত তুমি সঁচায়ে এজন ভাল মানুহ, ৰাঘৱ চাড্ডাক সামাজিকমাধ্যমত শুভেচ্ছা জনাই পৰিণীতিয়ে লিখিলে বিশেষ কেইটামান শাৰী

এই বিশৃঙ্খল পৃথিৱীত তুমি সঁচায়ে এজন ভাল মানুহ, ৰাঘৱ চাড্ডাক সামাজিকমাধ্যমত শুভেচ্ছা জনাই পৰিণীতিয়ে লিখিলে বিশেষ কেইটামান শাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.