• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

1 month ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

6 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

6 hours ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

7 hours ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

8 hours ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

8 hours ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

10 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

11 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

11 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

12 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

14 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

1 day ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছে নে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

editor by editor
May 14, 2026
in জীৱনশৈলী, বিনোদন
0
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?
0
SHARES
214
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টেলিভিছনৰ পৰা বলীউড, নিজৰ অভিনয় আৰু গ্লেমাৰক লৈ পৃথক পৰিচয় তৈয়াৰ কৰিছে মৌনী ৰায়ে৷ বিগত কেইবাদিনত তেওঁৰ ব্যক্তিগত জীৱনক লৈ আৰম্ভ হৈছে চৰ্চা৷ অভিনেত্ৰীৰ স্বামী সুৰজ নাম্বিয়াৰৰ সৈতে সম্পৰ্কত যতি পৰিছে বুলি চৰ্চা চলিছে সামাজিক মাধ্যমত৷ আনকি তেওঁলোকৰ বিচ্ছেদ হ’ব পাৰে বুলিও নানান পোষ্ট আৰু আলোচনা দেখা গৈছে৷ এই পৰিস্থিতিত অৱশেষত মুখ খুলিছে মৌনীয়ে৷

সম্প্ৰতি নেট নাগৰিকৰ নজৰলৈ আহিছে মৌনী আৰু সুৰজ এজনে আনজনক ইনষ্টাগ্ৰামত আনফলো কৰিছে৷ ইয়াৰোপৰি সুৰজৰ ইনষ্টাগ্ৰাম একাউণ্টো বিচাৰি পোৱা নাই৷ ইয়াৰ পাছৰে পৰাই আৰম্ভ হৈছে বিচ্ছেদৰ চৰ্চা৷ বহুতেই ধাৰণা কৰিছে যে তেওঁলোকৰ সম্পৰ্ক ভাঙিল৷ কোনো কোনোৱে দাবী কৰিছে যে তেওঁলোক বহুদিন ধৰি পৃথকেই আছে৷ অৱশ্যে এইসমূহ তথ্যৰ কোনো সঠিক প্ৰমাণ এতিয়াও পোৱা নাই৷

বিতৰ্ক বাঢ়োতেই নীৰৱতা ভাঙিছে মৌনীয়ে৷ বুধবাৰে তেওঁ ইনষ্টাগ্ৰাম ষ্টৰিত এটা পোষ্ট শ্বেয়াৰ কৰিছে৷ তাতেই তেওঁৰ ব্যক্তিগত বিষয়ক লৈ আলোচনা নকৰিবলৈ অনুৰোধ কৰিছে৷ তেওঁ লিখিছে, ‘মই সকলো মিডিয়া হাউছক অনুৰোধ কৰিছো তেওঁলোকে যেন মিছা তথ্য প্ৰকাশ নকৰে৷ আমাক অকণমান অকলশৰীয়াকৈ সময় দিয়ক আৰু গোপনীয়তা বজায় ৰাখক৷’ তেওঁ বিচ্ছেদ সম্পৰ্কীয় পোষ্ট দেখি যে বিৰক্ত হৈ পৰিছে সেয়া তাৰেই ইংগিত৷

উল্লেখ্য যে ২০২২ চনৰ জানুৱাৰীত গোৱাত বিবাহপাশত আৱদ্ধ হৈছিল মৌনী আৰু সুৰজ৷ বাঙালী আৰু দক্ষিণ ভাৰতীয় দুই ৰীতিনীতি পালন কৰা হৈছিল তেওঁলোকৰ বিবাহত৷ বিবাহৰ ছবি আৰু ভিডিঅ’ও সামাজিক মাধ্যমত ভাইৰেল হৈছিল৷ বিবাহৰ পাছত বহুবাৰ একেলগে ছুটি কটাবলৈ, পাৰ্টি কিংবা বিভিন্ন অনুষ্ঠানত একেলগে দেখাও গৈছিল দুয়োকে৷ হঠাৎ দুয়োৰে বিচ্ছেদৰ খবৰক লৈ সেয়ে আচৰিতো হৈছে বহুজন৷ বৰ্তমান পৰ্যন্ত মৌনী আৰু সুৰজ এজনেও আনুষ্ঠানিকভাৱে বিচ্ছেদৰ কথা স্বীকাৰ কৰা নাই৷ সেয়ে এই মুহূৰ্তত সকলোবোৰ মুখৰোচক কথা বুলিও ধৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?
জীৱনশৈলী

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

June 25, 2026
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?
বিনোদন

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

June 25, 2026
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!
বিনোদন

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

June 25, 2026
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

June 25, 2026
Next Post
জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.