• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ খুলিলেই দুৰ্গন্ধ বিয়পে! ঘনে ঘনে দাঁত মাজিলেও দুৰ্গন্ধ দূৰ নহয়, জানি থওক এই দুৰ্গন্ধৰ আঁৰত কি কি কাৰণ? কেনেকৈ এই দুৰ্গন্ধ দূৰ কৰিব?

মুখ খুলিলেই দুৰ্গন্ধ বিয়পে! ঘনে ঘনে দাঁত মাজিলেও দুৰ্গন্ধ দূৰ নহয়, জানি থওক এই দুৰ্গন্ধৰ আঁৰত কি কি কাৰণ? কেনেকৈ এই দুৰ্গন্ধ দূৰ কৰিব?

1 year ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

12 minutes ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

57 minutes ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

1 hour ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

3 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

3 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

3 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

4 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

5 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

5 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

6 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুখ খুলিলেই দুৰ্গন্ধ বিয়পে! ঘনে ঘনে দাঁত মাজিলেও দুৰ্গন্ধ দূৰ নহয়, জানি থওক এই দুৰ্গন্ধৰ আঁৰত কি কি কাৰণ? কেনেকৈ এই দুৰ্গন্ধ দূৰ কৰিব?

মুখ খুলিলেই দুৰ্গন্ধ বিয়পে! ঘনে ঘনে দাঁত মাজিলেও দুৰ্গন্ধ দূৰ নহয়, জানি থওক এই দুৰ্গন্ধৰ আঁৰত কি কি কাৰণ? কেনেকৈ এই দুৰ্গন্ধ দূৰ কৰিব?

editor by editor
July 10, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মুখ খুলিলেই দুৰ্গন্ধ বিয়পে! ঘনে ঘনে দাঁত মাজিলেও দুৰ্গন্ধ দূৰ নহয়, জানি থওক এই দুৰ্গন্ধৰ আঁৰত কি কি কাৰণ? কেনেকৈ এই দুৰ্গন্ধ দূৰ কৰিব?
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুবেলা ব্ৰাছ কৰিলেও মুখ মেলিলেই দুৰ্গন্ধ৷ মুখৰ গোন্ধক লৈ আপুনিও অস্বস্তিত ভূগি আছে নেকি? নানান কাৰণত মুখ গোন্ধৰ সমস্যা হ’ব পাৰে৷ মুখৰ পৰা দুৰ্গন্ধ বাহিৰ হোৱা বা দুৰ্গন্ধযুক্ত শ্বাসক চিকিৎসাবিজ্ঞানৰ ভাষাত কোৱা হয় হেলিটোচিছ৷ ইয়াৰ নেপথ্যত বিভিন্ন কাৰণ থাকিব পাৰে৷ দাঁতৰ সঠিক যত্ন লোৱা বা কিছু বিশেষ খাদ্য, মুখত শুষ্কতা কিংবা শৰীৰৰ অন্য কোনো স্বাস্থ্যজনিত সমস্যা৷ মাজে মাজে বেয়া শ্বাস হোৱাটো স্বাভাৱিক, কিন্তু যদি এয়া দীৰ্ঘস্থায়ী হয় তেন্তে মুখগহ্বৰৰ কোনো সমস্যা আৰু গুৰুতৰ শাৰীৰিক অসুস্থতাৰ লক্ষণো হ’ব পাৰে৷ দাঁত পোকে খোৱা, দাঁতৰ ফাঁকে ফাঁকে খাদ্য জমা হোৱা, মুখগহ্বৰৰ সংক্ৰমণৰ দৰে কিছু কাৰণৰ মুখত দুৰ্গন্ধ হয়৷ সঠিকভাৱে দাঁত নামাজিলে, জিভা পৰিষ্কাৰ নকৰিলে মুখেৰে দুৰ্গন্ধ ওলায়৷ ইয়াৰোপৰি শৰীৰত পানীৰ ঘাঁটি হলেও মুখেৰে দুৰ্গন্ধ ওলাব পাৰে৷ কেৱল সেয়াই নহয়, পেট আৰু লিভাৰৰ সমস্যাৰ কাৰণেও মুখেৰে দুৰ্গন্ধ ওলায়৷ বহু সময়ত মুখৰ দুৰ্গন্ধ কোনো অসুখৰো ইংগিত হব পাৰে৷

কি কি অসুখৰ কাৰণে মুখেৰে দুৰ্গন্ধ ওলাব পাৰে?

  • মুখৰ ভিতৰত যদি পৰ্যাপ্ত পৰিমাণে থু বা ছেলাইভা তৈয়াৰ নহয় তেতিয়া সেই পৰিস্থিতিক কোৱা হয় ড্ৰাই মাউথ৷ এই পৰিস্থিতিত শৰীৰে নিজে মুখৰ ভিতৰখন পৰিষ্কাৰ কৰিব নোৱাৰে৷ খাদ্যৰ কণা মুখৰ ভিতৰত ৰৈ যায় তাৰপৰাই মুখত দুৰ্গন্ধ বাঢ়ে৷ নানান কাৰণত মুখৰ ভিতৰ শুষ্ক হৈ যাব পাৰে৷ যেনে ডিডাইড্ৰেছন, তামাক সেৱন, কফি বা এলক’হল খোৱা, শুকান মছলাজাতীয় খাদ্য খোৱা৷
  • টনছিল ষ্টোনৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়৷ বহু সময়ত টনছিলৰ ওপৰত খাদ্য জমা হৈ থাকে, তাৰফলত টনছিল ষ্টোন তৈয়াৰ হয়৷ ইয়াৰ ফলত মুখেৰে দুৰ্গন্ধ ওলায়৷
  • দীৰ্ঘদিন ধৰি ডায়বেটিছত ভূগিলেও মুখেৰে দুৰ্গন্ধ ওলাব পাৰে৷ ডায়বেটিছৰ কাৰণে মুখৰ ভিতৰত সংক্ৰমণ হ’ব পাৰে৷ ফলত মুখত দুৰ্গন্ধ ওলায়৷
  • শৰীৰত ভিটামিন ডিৰ ঘাটি হলেও মুখেৰে দুৰ্গন্ধ ওলায়৷ ভিটামিন ডিয়ে কেলছিয়াম শোষণত সহায় কৰে৷ দাঁত ভালে ৰখাতো বিশেষ ভূমিকা আছে এই ভিটামিনৰ৷ দেহত পৰ্যাপ্ত পৰিমাণে ভিটামিন ডি নাথাকিলে দাঁতৰ সমস্যাই দেখা দিব পাৰে৷ ক্ষয় যাব পাৰে এনামেলে৷ দাঁতৰ বিভিন্ন সমস্যাৰ লগতে মুখেৰে দুৰ্গন্ধ ওলাব ধৰে ভিটামিন ডিৰ ঘাঁটিৰ ফলত৷
  • ভিটামিন চিৰ ঘাঁটি হলেও মুখেৰে দুৰ্গন্ধ ওলাব পাৰে৷ ভিটামিন চি কমি গলে মুখত ঘাঁ হ’ব পাৰে৷ যাৰ ফলত মুখেৰে দুৰ্গন্ধ ওলায়৷ কোনো ঘৰোৱা উপায়েৰে মুখৰ দুৰ্গন্ধৰ মোকাবিলা কৰিব পাৰি৷
  • পৰিপাকতন্ত্ৰৰ সমস্যা থাকিলেও মুখেৰে দুৰ্গন্ধ ওলায়৷ যিসকলৰ ঘনে ঘনে গেছ, পেট ফোঁলা, এছিডিটিৰ দৰে সমস্যা থাকে তেওঁলোকৰ মুখেৰেও দুৰ্গন্ধ ওলাব পাৰে৷ মুখৰ দুৰ্গন্ধৰ অন্যতম কাৰণ হৈছে চাইনাছৰ সংক্ৰমণ৷ এইক্ষেত্ৰত নাক কিংবা মুখেৰে গাঢ় হালধীয়া বা সেউজীয়া মিউকেছ বাহিৰলৈ আহে যাৰ ফলত দুৰ্গন্ধৰ সৃষ্টি হয়৷

    কি কি ঘৰুৱা উপায়েৰে দুৰ্গন্ধ দূৰ কৰিব?

  • দৈঃ দৈত থাকে লেক্টোবেছিলাছ নামৰ স্বাস্থ্যকৰ বেক্টেৰিয়া৷ গৱেষণাত দেখা গৈছে যে দৈত কেৱল শৰীৰৰ অন্যান্য ক্ষতিকৰ বেক্টেৰিয়াৰ সৈতে যুঁজ কৰিবলৈ সক্ষম নহয়৷ দৈ মুখৰ দুৰ্গন্ধ দূৰ কৰাতো এক্সপাৰ্ট৷ দৈয়ে মুখৰ দুৰ্গন্ধ দূৰ কৰে৷ নহৰু খোৱাৰ পাছতেই অলপ দৈৰে মুখ কুলকুলি কৰিলেও দুৰ্গন্ধ পলায়৷
  • নিমখ পানীৰে কুলকুলিঃ মুখৰ দুৰ্গন্ধ দূৰ কৰিবলৈ নিমখ পানীৰে কুলকুলি কৰা উচিত৷ ইয়াৰোপৰি দিনত লং মুখত ৰাখক৷ মুখৰ দুৰ্গন্ধ এনেকৈয়ো দূৰ হয়৷ মুখত পিঁয়াজ বা নহৰুৰ দুৰ্গন্ধ থাকিলে এক গ্লাছ পানীত এপল চিডাৰ ভিনেগাৰ মিহলাই কুলকুলি কৰক৷ দুৰ্গন্ধ পলাই৷
  • কমলাঃ বহুতৰে মুখৰ দুৰ্গন্ধৰ কারণ তেওঁলোকৰ মুখগহ্বৰত পৰ্যাপ্ত লেলাৱতি তৈয়াৰ নোহোৱা৷ ফলত দুৰ্গন্ধ সৃষ্টিকাৰী বেক্টেৰিয়া মুখতেই ৰৈ যায়৷ গৱেষণাত দেখা গৈছে কমলাত থকা ভিটামিন চিয়ে মুখৰ দুৰ্গন্ধ দূৰ কৰে৷ খাদ্য খোৱাৰ পাছত একাপ আনাৰসৰ ৰস খালে বা কেইটুকুৰামান আনাৰস চোবাই দিলে মুখৰ দুৰ্গন্ধ দূৰ হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
Next Post
অতিৰিক্ত বীৰ্যপাততেই মৃত্যু! শুক্ৰাণু দান কৰাৰ নিচাই প্ৰাণ কাঢ়িলে এগৰাকী চিকিৎসক ছাত্ৰৰ, সমগ্ৰ কাহিনী কি?

অতিৰিক্ত বীৰ্যপাততেই মৃত্যু! শুক্ৰাণু দান কৰাৰ নিচাই প্ৰাণ কাঢ়িলে এগৰাকী চিকিৎসক ছাত্ৰৰ, সমগ্ৰ কাহিনী কি?

আমাৰ ভৰিতেই লুকাই আছে আৰু এটা হৃদপিণ্ড! এই ৰহস্য জানিলে অবাক হ’ব আপুনিও

আমাৰ ভৰিতেই লুকাই আছে আৰু এটা হৃদপিণ্ড! এই ৰহস্য জানিলে অবাক হ’ব আপুনিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.