• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ আন এক ৰেকৰ্ডৰ অধিকাৰী হ’ল ধোনী…

পুনৰ আন এক ৰেকৰ্ডৰ অধিকাৰী হ’ল ধোনী…

2 years ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

2 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

3 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

3 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

4 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

6 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

6 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

7 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

8 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

8 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পুনৰ আন এক ৰেকৰ্ডৰ অধিকাৰী হ’ল ধোনী…

editor by editor
April 29, 2024
in ক্ৰীড়া
0
পুনৰ আন এক ৰেকৰ্ডৰ অধিকাৰী হ’ল ধোনী…
0
SHARES
47
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ আন এক ৰেকৰ্ডৰ অধিকাৰী হ’ল ধোনী…

আই পি এলৰ পথাৰত আন এক কৃত্বিতৰ অধিকাৰী হয় ধোনী। এক নতুন ৰেকৰ্ড গঢ়ে ধোনীয়ে। ২০২৪ চনৰ আই পি এলত চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হোৱা নিশাৰ মেচখনত ধোনীয়ে বেটিং কৰিবলৈ ওলাই অহাৰ লগে লগে অনুৰাগীৰ মাজত ফুৰ্তিৰ ৰোল উঠে।
খেল খনত অপৰাজিত হৈ থাকি ধোনীয়ে ২টা বলত ৫ ৰান সংগ্ৰহ কৰে। ধোনীক খেলপথাৰলৈ অহা দেখিয়ে অনুৰাগীয়ে গোটেই খেলপথাৰত ধোনী ধোনী নাম লগাই দিয়ে।

পাছে কালিৰ হায়দৰাবাদৰ বিৰুদ্ধে খেলখনৰ জৰিয়তে ধোনীয়ে এক ডাঙৰ কৃতিত্ব অৰ্জন কৰিছে। ইতিহাস সৃষ্টি কৰি তেওঁ নিজৰ নামত আই পি এল এক অভিলেখ গঢ়ে। যি অভিলেখৰ কাষেই চাপিব পৰা নাই ৰোহিত শৰ্মা, বিৰাট কোহলী আদিৰ দৰে খেলুৱৈয়ো।

ধোনীয়ে আই পি এলৰ ইতিহাসত ১৫০ খন খেলত জয় হোৱা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়। আনকি ৰোহিত শৰ্মা, বিৰাট কোহলীৰ দৰে প্ৰবীণ খেলুৱৈয়েও এই সংখ্যা স্পৰ্শ কৰিব পৰা নাই এতিয়ালৈকে।

হায়দৰাবাদৰ বিৰুদ্ধে খেলখনত ধোনীয়ে খেলুৱৈ হিচাপে ১৫০ সংখ্যক আই পি এল জয়ৰ অংশ হৈ পৰে। ধোনীয়ে চেন্নাই ছুপাৰ কিংছৰ হৈ ১৩৫খন আৰু ৰাইজিং পুনে ছুপাৰ জায়েণ্টৰ হৈ ১৫খন খেলত জয়ৰ অংশ আছিল।

২০১৬ আৰু ২০১৭ চনত চেন্নাই দল নিষিদ্ধ কৰা হৈছিল আই পি এলত, যাৰ বাবে ধোনী ৰাইজিং পুনে ছুপাৰ জায়েণ্টৰ অংশ হৈ পৰিছিল।

আই পি এলৰ বেছিভাগ মেচত জয়ী হোৱা খেলুৱৈ-
এম এছ ধোনী- ১৫০ বিজয়ী
ৰবীন্দ্ৰ জাডেজা- ১৩৩ জয়
ৰোহিত শৰ্মা- ১৩৩ জয়
দীনেশ কাৰ্তিক- ১২৫ জয়
সুৰেশ ৰাইনা- ১২৫ জয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iplIPL 2024mahendra singh dhonims dhoni
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা
বিনোদন

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

September 12, 2026
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে
বিনোদন

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

September 10, 2026
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ
বিনোদন

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

September 10, 2026
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে
বিনোদন

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

September 8, 2026
Next Post
সুখবৰ! কেৱল মাত্ৰ এটা পৰীক্ষাৰ দ্বাৰাই জানিব পৰা যাব ভৱিষ্যতে কেঞ্চাৰ হ’ব নে নহয়, পূৰ্বেই কৰিব পাৰিব চিকিৎসা

সুখবৰ! কেৱল মাত্ৰ এটা পৰীক্ষাৰ দ্বাৰাই জানিব পৰা যাব ভৱিষ্যতে কেঞ্চাৰ হ'ব নে নহয়, পূৰ্বেই কৰিব পাৰিব চিকিৎসা

উপহাৰ হিচাপে পাইছে নেকি গণেশ অথবা ঘোঁৰাৰ ছবি, কিমান শুভ জানেনে !

উপহাৰ হিচাপে পাইছে নেকি গণেশ অথবা ঘোঁৰাৰ ছবি, কিমান শুভ জানেনে !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.