• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

5 months ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

3 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

4 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

5 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

5 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

6 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

6 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

7 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

7 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

8 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

8 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

10 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

editor by editor
May 18, 2026
in ক্ৰীড়া, বিনোদন
0
হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?
0
SHARES
223
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

IPL 2026, MS Dhoni: পুনৰ চৰ্চাৰ মহেন্দ্ৰ সিং ধোনী। CSK vs SRH ৰ খেলখন ধোনীৰ বাবে অন্তিমখন মেচ হ’ব নেকি? ধোনীয়ে আই পি এলৰ শেষৰখন মেচ চেন্নাইত খেলাৰ ইচ্ছা প্ৰকাশ কৰিছিল, আৰু সেই সময় আহি পৰিছে। আই পি এল ২০২৬ৰ CSK vs SRH ৰ খেলখন আজি সন্ধিয়া চেন্নাইৰ চেপাক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। গতিকে, চেন্নাই ছুপাৰ কিংছৰ থালাই ২০২১ চনৰ কথাখিনি বাস্তৱায়িত কৰাৰ সময় আহি পৰিছে নেকি? আৱেগিক ক্ষণৰ দিশে ক্ৰিকেট অনুৰাগী! ২০২৬ চনৰ আই পি এলত CSK vs SRH ৰ খেলৰ পিছত ধোনীয়ে অৱসৰ ল’ব বুলি যথেষ্ঠ চৰ্চা চলিছে। এই প্ৰশ্নৰ কোনো আনুষ্ঠানিক উত্তৰ এই মুহূৰ্তলৈ অহা নাই। অৱশ্যে মেচৰ পূৰ্বে কিছুমান ঘটনা সংঘটিত হৈছে যিয়ে তেওঁৰ অৱসৰৰ ইংগিত দিছে।

২০২১ চনত ধোনীয়ে কি কৈছিল?

প্ৰথমে ২০২১ চনত ধোনীয়ে কৈছিল, সদায় এটা পৰিকল্পনাৰে ক্ৰিকেট আগবাঢ়ে। তেওঁ শেষৰ ৱান ডে ইণ্টাৰনেচনেল ঘৰুৱা খেলপথাৰ ৰাঁচীত খেলিছিল। সেই ইভেণ্টত ধোনীয়ে কয় যে অহা বছৰ বা পাঁচ বছৰত এনেকুৱা হ’ব নে নহয় নাজানে, কিন্তু চেন্নাইত শেষৰখন টি-২০ মেচ খেলিব বুলি আশা কৰিছে।

Once MS Dhoni said, “Hopefully my last T20 will be in Chennai.” And before that, he mentioned how he has always planned his career — his last ODI in Ranchi, his home ground.

So yes, CSK Nation… we can dream.

Maybe, just maybe, on 18th May vs SRH, we might witness Thala walking… pic.twitter.com/lnyanIGLFF

— sirron tweets💛 (@SirronOfficial) May 16, 2026

ধোনীয়ে অৱসৰৰ কথা ঘোষণা কৰাৰ ঠিক পাঁচ বছৰ পাৰ হৈ গ’ল। আজি এই মেচখন চেন্নাইত অনুষ্ঠিত হ’ব। এই ছিজনত চি এছ কেৰ ঘৰুৱা খেলপথাৰ চেপাকত অনুষ্ঠিত হ’বলগীয়া অন্তিমখন মেচ হ’ব৷ এতিয়া সকলোবোৰ কথাই তেওঁৰ অৱসৰৰ সিদ্ধান্তলৈ আঙুলিয়াই দিছে।

অৱশ্যে আই পি এল ২০২৬ আৰম্ভ হোৱাৰ পূর্বে ধোনীৰ অৱসৰৰ উৰাবাতৰি প্রচাৰিত হৈ আহিছে৷ আনকি বিশিষ্ট ক্ৰিকেট বিশেষজ্ঞসকলেও ভৱিষ্যদ্বাণী কৰিছে যে এইটো তেওঁৰ অন্তিম ছিজন হ’ব৷ শেহতীয়াকৈ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ধোনিৰ সতীৰ্থ মহম্মদ কাইফে এক সাক্ষাৎকাৰত উল্লেখ কৰিছে যে ১৮ মে’ত চেন্নাইত অনুষ্ঠিত হ’বলগীয়া চি এছ কে মেচখন ধোনিৰ শেষ খেল হ’ব পাৰে। এই মেচত খেলিব বুলি আশা প্ৰকাশ কৰি কাইফে খেলাৰ পিছত অৱসৰ ল’ব পাৰে বুলি উল্লেখ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি
বিনোদন

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

October 18, 2026
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি
বিনোদন

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

October 18, 2026
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!
অসম

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
Next Post
ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত...

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.