• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত পোহৰলৈ আহিল বিয়াৰ চিঠি, কেতিয়া বিয়া হ’ব আম্বানী পৰিয়ালৰ ৰাজকুমাৰৰ

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অৱশেষত পোহৰলৈ আহিল বিয়াৰ চিঠি, কেতিয়া বিয়া হ’ব আম্বানী পৰিয়ালৰ ৰাজকুমাৰৰ

editor by editor
May 30, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
অৱশেষত পোহৰলৈ আহিল বিয়াৰ চিঠি, কেতিয়া বিয়া হ’ব আম্বানী পৰিয়ালৰ ৰাজকুমাৰৰ
0
SHARES
361
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত পোহৰলৈ আহিল বিয়াৰ চিঠি, কেতিয়া বিয়া হ’ব আম্বানী পৰিয়ালৰ ৰাজকুমাৰৰ

ভাৰতৰ লগতে বিশ্বৰ অন্যতম ধনাঢ্য মুকেশ আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ বিয়াৰ চিঠি সমুখলৈ অহাৰ লগে লগে ভাইৰেল হৈ পৰে। অহা মাহতে বিয়া অনন্ত-ৰাধিকাৰ। যি বিয়া হব এক উৎসৱৰ লেখীয়া।

অহা ১২ জুলাইত উদ্যোগপতি বীৰেন মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব ৰিলায়েন্স ইণ্ডাষ্ট্ৰী লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে। মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ’ব এই বিবাহ অনুষ্ঠান। বিয়াত উপস্থিত হোৱা অতিথিসকলে বিয়াৰ কাৰ্ড লাভ কৰিবলৈ আৰম্ভ কৰিছে, য’ত ৩ দিন ধৰি চলি থকা অনুষ্ঠানটোৰ বিষয়ে তথ্য দিয়া হৈছে।

অহা ১২ জুলাইৰ পৰা ‘শুভ বিবাহ’ৰে আৰম্ভ হ’ব বিবাহ অনুষ্ঠানৰ বিশেষ অনুষ্ঠান। অতিথিসকলক ভাৰতীয় পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি বিবাহ অনুষ্ঠানত উপস্থিত হ’বলৈ কোৱা হৈছে। ১৩ জুলাইৰ ‘শুভ আশীৰ্বাদ’ৰ বিশেষ উপলক্ষে অতিথিসকলৰ সাজ-পোছাক ‘ফৰ্মেল ইণ্ডিয়ান’ হিচাপে ৰখা হৈছে। অহা ১৪ জুলাইত মংগল উৎসৱ উপলক্ষে ড্ৰেছ কোড হ’ব ‘ইণ্ডিয়ান চিক’।

অনন্ত আম্বানীয়ে আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰিছে। বৰ্তমানে অনন্তই ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বহু গুৰুত্বপূৰ্ণ পদত কাম কৰি আহিছে। বৰ্তমান তেওঁ আৰ আই এলৰ বাঘজৰী চম্ভালি আছে। আনহাতে, ৰাধিকা মাৰ্চেণ্ট নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক। এনকোৰ হেল্থকেয়াৰ ব’ৰ্ডৰ পৰিচালক হিচাপে কাম কৰি আছে। তেখেত এগৰাকী সুদক্ষ ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পীও। অনন্ত আৰু ৰাধিকাৰ সৰুৰে পৰা বন্ধু। ২০১৮ চনতে মানুহে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Anant Ambani Weddingananta ambaniAnanta Radhikamukesh ambani
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
মন্দিৰ দৰ্শনৰ বাবে গৈ থাকোতেই ১৫০ ফুট দ’ খাৱৈত বাছ বাগৰি ২১ যাত্ৰী নিহত, ৪০ আহত

মন্দিৰ দৰ্শনৰ বাবে গৈ থাকোতেই ১৫০ ফুট দ' খাৱৈত বাছ বাগৰি ২১ যাত্ৰী নিহত, ৪০ আহত

মংগল গ্ৰহৰ ৰাশিৰ পৰিৱৰ্তনৰ বাবে মহা দৰিদ্ৰ যোগ, ৩ দিনৰ পিছত ৩ টা ৰাশিত দৰিদ্ৰতাৰ বিপদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন