• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱাই হাহাকাৰ, বিহাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ভি আই পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি মুকেশ সাহনিৰ পিতৃৰ ক্ষত-বিক্ষত দেহ উদ্ধাৰ

পুৱাই হাহাকাৰ, বিহাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ভি আই পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি মুকেশ সাহনিৰ পিতৃৰ ক্ষত-বিক্ষত দেহ উদ্ধাৰ

2 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

23 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

51 minutes ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

12 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

13 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

15 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

15 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

16 hours ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

17 hours ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

18 hours ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

19 hours ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

20 hours ago
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুৱাই হাহাকাৰ, বিহাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ভি আই পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি মুকেশ সাহনিৰ পিতৃৰ ক্ষত-বিক্ষত দেহ উদ্ধাৰ

editor by editor
July 16, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
পুৱাই হাহাকাৰ, বিহাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ভি আই পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি মুকেশ সাহনিৰ পিতৃৰ ক্ষত-বিক্ষত দেহ উদ্ধাৰ
0
SHARES
168
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱাই হাহাকাৰ, বিহাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ভি আই পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি মুকেশ সাহনিৰ পিতৃৰ ক্ষত-বিক্ষত দেহ উদ্ধাৰ

আজি ১৬ জুলাই তাৰিখে পুৱাই হাহাকাৰ লাগি যায় বিহাৰত। যি খবৰে এতিয়া চাৰিওফালে কেৱল চাঞ্চল্য। বিকাশশীল ইন্সান পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি মুকেশ সাহনিৰ পিতৃক ঘৰৰ ভিতৰতে হত্যা। ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ মৃতদেহ।

লাভ কৰা তথ্য অনুসৰি বিহাৰ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা বীলউড ছেট ডিজাইনাৰ মুকেশ সাহনিৰ পিতৃ জিতন সাহনীক তেওঁৰ ঘৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা হয়। ঘৰৰ ভিতৰত অংগচ্ছেদ কৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনা সংঘটিত হৈছে বীৰৌল থানা এলেকাৰ সুপৌলৰ।

ঘটনা সন্দৰ্ভত ভিআইপি দলৰ নেতা দেৱ জ্যোতিয়ে কয় যে আমি মাত্ৰ কিছু সময়ৰ পূৰ্বে এই ঘটনাৰ তথ্য পাইছিলোঁ। বৰ্তমান আমাৰ দলৰ নেতা মুকেশ সাহনী মুম্বাইত। কিছু সময়ৰ পিছত পাটনা পাবগৈ।

দেৱ জ্যোতিয়ে কয় যে আমাৰ নেতাৰ পিতৃক কিয় হত্যা কৰা হ’ল সেয়া আমি এতিয়াও জানিব পৰা নাই। আমি তথ্য লাভৰ চেষ্টা কৰিছো। কিছু সময়ৰ পাছত আমাৰ নেতাসকলে পাটনা পাব আৰু তাৰ পিছত দৰভংগা পাব।

হত্যাকাণ্ডৰ তথ্য লাভ কৰি অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে। আৰক্ষীয়ে খৰখেদাকৈ সেই স্থান পালেগৈ। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। প্ৰাথমিক তথ্য অনুসৰি জীতন সাহানীৰ বাহিৰেও ঘৰটোত ২ৰ পৰা ৩জন সহায়ক আৰু এজন চালকে বাস কৰিছিল। জীতন সাহনীক চোকা অস্ত্ৰৰে হত্যা কৰা হৈছিল, যাৰ বাবে তেওঁৰ মৃতদেহ অংগচ্ছেদ হৈ পৰি আছিল।

ঘটনাৰ পিছতে আৰক্ষী উপস্থিত হৈছে মুকেশ সাহনিৰ পিতৃৰ ঘৰৰত। গোচৰটোৰ তদন্তত ব্যস্ত হৈ পৰিছে সকলো আৰক্ষী বিষয়া। আৰক্ষীকে ধৰি আশে-পাশে থকা ৰাইজে মুকেশ সাহনিৰ পিতৃ জিতন সাহনীক কিয় হত্যা কৰা হ’ল সেই সন্দৰ্ভত একো ক’বলৈ অস্বীকাৰ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bikashseel Insan PartyMukesh Sahnimurder casevip
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি
বিশ্ব

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

June 17, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

June 17, 2026
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?
বিশ্ব

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

June 16, 2026
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

June 16, 2026
Next Post
জম্মু-কাশ্মীৰঃ ডোডাত সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি সংঘৰ্ষ, সেনা বিষয়া আৰু ৪ জোৱানসহ মুঠ ৫ শ্বহীদ

জম্মু-কাশ্মীৰঃ ডোডাত সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি সংঘৰ্ষ, সেনা বিষয়া আৰু ৪ জোৱানসহ মুঠ ৫ শ্বহীদ

অতিকে দুখজনক- চুলি খুৰোৱা পৰ্বৰ বাবে গৈ আছিল পৰিয়াল ৪জন নিহত, ৬জনৰ অৱস্থা সংকটজনক

অতিকে দুখজনক- চুলি খুৰোৱা পৰ্বৰ বাবে গৈ আছিল পৰিয়াল ৪জন নিহত, ৬জনৰ অৱস্থা সংকটজনক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.