• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এজন ককাক ব্ৰিগেডিয়ৰ, আনজনৰ নামত ৰাস্তা-ঘাট, খুৰাক আকৌ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি, কেৱল নিজে হে কুখ্যাত

এজন ককাক ব্ৰিগেডিয়ৰ, আনজনৰ নামত ৰাস্তা-ঘাট, খুৰাক আকৌ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি, কেৱল নিজে হে কুখ্যাত

2 years ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

12 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

13 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

13 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

14 hours ago
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

15 hours ago
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

16 hours ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

16 hours ago
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

17 hours ago
আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

17 hours ago
ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

18 hours ago
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

19 hours ago
মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এজন ককাক ব্ৰিগেডিয়ৰ, আনজনৰ নামত ৰাস্তা-ঘাট, খুৰাক আকৌ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি, কেৱল নিজে হে কুখ্যাত

editor by editor
March 29, 2024
in ভাৰত
0
এজন ককাক ব্ৰিগেডিয়ৰ, আনজনৰ নামত ৰাস্তা-ঘাট, খুৰাক আকৌ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি, কেৱল নিজে হে কুখ্যাত
0
SHARES
278
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এজন ককাক ব্ৰিগেডিয়ৰ, আনজনৰ নামত ৰাস্তা-ঘাট, খুৰাক আকৌ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি, কেৱল নিজে হে কুখ্যাত

কুখ্যাত ডন তথা গেংষ্টাৰ, বহু গোচৰত দোষী তেওঁ। মৃত্যু পৰ্যন্ত কাৰাগাৰেই ঠিকনা আছিল তেখেতৰ। পাছে কাৰাগাৰত থাকিলেও আছিল ৰজাৰ দৰে জীৱন। লোকেল মাছ খাবৰ বাবে কাৰাগাৰৰ সীমাৰ ভিতৰতেই খন্দাই লৈছিল পুখুৰী। আৰক্ষীৰ সৈতে খেলিছিল বেডমিণ্টনো।

সেই কুখ্যাত ডন মুখতাৰ আনচাৰীৰ কালি নিশা হাৰ্ট এটেকত মৃত্যু। পাছে নিজে এক কুখ্যাত ডন হলেও পৰিয়ালৰ লোক আছিল বহু নাম যশ থকা লোক। এজন ককাকৰ নামত যদি বহু ৰাস্তা ঘাট আন এজন আকৌ ব্ৰিগেডিয়ৰ। এজন খুৰাক আকৌ দেশৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি।

এনে বহু নাম থকা ব্যক্তি আছে আনচাৰী পৰিয়ালত। সেই আনচাৰী পৰিয়ালৰেই এজন পুত্ৰ হৈ বদনাম অৰ্জে। কেৱল পুত্ৰই নহয় বোৱাৰীয়ো বৰ্তমানে আৰক্ষীৰ মোষ্ট ৱাণ্টেড লিষ্টত।

পাছে সেই কুখ্যাত ডনৰ আকৌ পুত্ৰ দেশৰ গৌৰৱ। দেশৰ হৈ খেলপথাৰত সন্মান বুটলিছে মুখতাৰ আনচাৰীৰ পুত্ৰই। পুত্ৰ আব্বাছ আনচাৰী শ্বট গান শ্বুটিঙত ইন্টাৰনেশ্যনেল খেলুৱৈ। দেশৰ হৈ বহু পুৰষ্কাৰ বুটলিছে আব্বাছে।

সেই কুখ্যাত ডনৰেই কালি নিশা হাৰ্ট এটেকত মৃত্যু। বিগত তিনিদিন ধৰি গা বেয়া হৈ আছিল মুখতাৰৰ। ততাতৈয়াকৈ কালি নিশা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মুখতাৰ আনচাৰীৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ansari FamilyDONDon Mukhtar AnsariGangstarMukhtar Ansari
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ
ভাৰত

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

April 29, 2026
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?
ভাৰত

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

April 28, 2026
‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে
ভাৰত

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’, জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

April 28, 2026
Next Post
ৰং পঞ্চমী- কালি এইদৰে ভগৱান শিৱৰ অভিষেক কৰক, মনে বিচৰা বৰদান লাভ কৰক

ৰং পঞ্চমী- কালি এইদৰে ভগৱান শিৱৰ অভিষেক কৰক, মনে বিচৰা বৰদান লাভ কৰক

মুখ্যমন্ত্ৰীৰ ঘোষণা- নিৰ্বাচনৰ পাছতে আহিব ইউনিফৰ্ম চিভিল কোড

মুখ্যমন্ত্ৰীৰ ঘোষণা- নিৰ্বাচনৰ পাছতে আহিব ইউনিফৰ্ম চিভিল কোড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.