• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰ্দিক-বুমৰাহ অবিহনে প্ৰথমখন খেলৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ প্লেয়িং ১১ কি ?

হাৰ্দিক-বুমৰাহ অবিহনে প্ৰথমখন খেলৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ প্লেয়িং ১১ কি ?

1 year ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

12 seconds ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

20 minutes ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

39 minutes ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

1 hour ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

1 hour ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

2 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

2 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

2 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

3 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

3 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

4 hours ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

হাৰ্দিক-বুমৰাহ অবিহনে প্ৰথমখন খেলৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ প্লেয়িং ১১ কি ?

editor by editor
March 18, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
হাৰ্দিক-বুমৰাহ অবিহনে প্ৰথমখন খেলৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ প্লেয়িং ১১ কি ?
0
SHARES
321
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাৰ্দিক-বুমৰাহ অবিহনে প্ৰথমখন খেলৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ প্লেয়িং ১১ কি ?

অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫। ১০ টা দলে প্ৰতিযোগিতাখনৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাইছে। এই ক্ৰমত মুম্বাই ইণ্ডিয়ানছৰ দলটোও আগন্তুক ছিজনৰ বাবে প্ৰস্তুতি চলোৱাত ব্যস্ত। ২৩ মাৰ্চত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব দলটোৱে।

দুয়োটা দলত কেইবাগৰাকী শক্তিশালী খেলুৱৈ থকাৰ বাবে খেলখন অধিক ৰোমাঞ্চকৰ খেল হব বুলি আশা কৰা হৈছে। কিন্তু মুম্বাইদলটোৰ অতিকে শক্তিশালী খেলুৱৈ যশপ্রীত বুমৰাহ আৰু হার্দিক পাণ্ডিয়া প্রথমখন খেলত নাথাকে।

নিষেধাজ্ঞাৰ বাবে হাৰ্দিকে প্ৰথমখন মেচ খেলিব নোৱাৰিব, আনহাতে আঘাতৰ বাবে বুমৰাহে প্ৰথম কেইখনমান মেচ খেলিব নোৱাৰিব। এনে পৰিস্থিতিত এই দুজন খেলুৱৈৰ অনুপস্থিতিত মুম্বাই ইণ্ডিয়ানছৰ প্লেইং একাদশত কোন কোন থাকিব।

প্ৰথমখন খেলৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ একাদশ : ৰোহিত শৰ্মা, ৰিয়ান ৰিকেলটন, তিলক ভাৰ্মা, সূৰ্য্যকুমাৰ যাদৱ, উইল জেকছ/ৰবিন মিঞ্জ, নমন ধীৰ, কৰ্বিন বছ/মিচেল ছাণ্টনাৰ, দীপক চহৰ, মুজীব উৰ ৰহমান, কৰ্ণ শৰ্মা, ট্ৰেণ্ট বল্ট।

আই পি এল ২০২৫ৰ বাবে মুম্বাই ইণ্ডিয়ানছ স্কোয়াড
ৰোহিত শৰ্মা, সূৰ্য্যকুমাৰ যাদৱ, ৰবিন মিঞ্জ, ৰিয়ান ৰিকেলটন, শ্ৰীজিথ কৃষ্ণন, বেভন জেকবছ, তিলক ভাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, উইল জেকছ, মিচেল ছাণ্টনাৰ, ৰাজ অংগদ বাৱা, ভিগনেশ পুথুৰ, ট্ৰেণ্ট বল্ট, কৰ্ণ শৰ্মা, দীপক চহৰ, অশ্বিনী কুমাৰ, ৰিচ টপলি, ভেংকটান সত্যনাৰায়ণ টেণ্ডুলকাৰ, মুজীব উৰ ৰহমান, যশপ্ৰীত বুমৰাহ, কৰ্বিন বছ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketiplmumbai indians
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক
জীৱনশৈলী

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

June 6, 2026
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে
ভাৰত

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

June 6, 2026
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

June 6, 2026
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল
বিনোদন

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

June 6, 2026
Next Post
অন্ত পৰিল দীৰ্ঘদিনীয়া অপেক্ষাৰ, ধৰাত ভৰি দিয়ে হাঁহি হাঁহি সকলোকে জনালে সুস্থতাৰ কথা

অন্ত পৰিল দীৰ্ঘদিনীয়া অপেক্ষাৰ, ধৰাত ভৰি দিয়ে হাঁহি হাঁহি সকলোকে জনালে সুস্থতাৰ কথা

কেৱল মানুহেই নহয়, সাগৰৰ ডলফিনেও নাচি নাচি আদৰণি জনালে সুনীতা-বুশ্বক

কেৱল মানুহেই নহয়, সাগৰৰ ডলফিনেও নাচি নাচি আদৰণি জনালে সুনীতা-বুশ্বক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.