• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ টকাত মুছলমান বিয়া ৰেজিষ্টাৰ হ’ব ৰাজ্যত, কাজীয়ে কৰাব নোৱাৰিব কোনো মুছলমান বিয়াঃ মুখ্যমন্ত্ৰী

১ টকাত মুছলমান বিয়া ৰেজিষ্টাৰ হ’ব ৰাজ্যত, কাজীয়ে কৰাব নোৱাৰিব কোনো মুছলমান বিয়াঃ মুখ্যমন্ত্ৰী

2 years ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

9 minutes ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

2 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

3 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

4 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

5 hours ago
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

5 hours ago
ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

6 hours ago
জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

7 hours ago
সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

7 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

8 hours ago
কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

১ টকাত মুছলমান বিয়া ৰেজিষ্টাৰ হ’ব ৰাজ্যত, কাজীয়ে কৰাব নোৱাৰিব কোনো মুছলমান বিয়াঃ মুখ্যমন্ত্ৰী

১ টকাত মুছলমান বিয়া ৰেজিষ্টাৰ হ’ব ৰাজ্যত, কাজীয়ে কৰাব নোৱাৰিব কোনো মুছলমান বিয়াঃ মুখ্যমন্ত্ৰী

editor by editor
August 29, 2024
in অসম, গুৱাহাটী, জীৱনশৈলী, লেখা
0
১ টকাত মুছলমান বিয়া ৰেজিষ্টাৰ হ’ব ৰাজ্যত, কাজীয়ে কৰাব নোৱাৰিব কোনো মুছলমান বিয়াঃ মুখ্যমন্ত্ৰী
0
SHARES
195
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুছলমান বিবাহক লৈ বিধানসভাত মুখ্যমন্ত্ৰীৰ বিশেষ ভাষণ৷

বিধানসভাত উত্থাপন কৰা হ’ল The Assam compulsory Registration of Muslim marriage and divorce bill 2024

নতুন বিল আজিয়েই পাছ হ’ব পাৰে বিধানসভাত৷

ইয়াৰ লগে লগেই বাতিল হ’ব  দ্যা আছাম মুছলিম এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেচন এক্ট ১৯৩৫৷

হিমন্ত চৰকাৰে অনা বিধেয়কখনত আপত্তি আছে বিৰোধীৰ৷

কাজিক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন মুখ্যমন্ত্ৰী শৰ্মাৰ৷

‘১৯৫৩ৰ পৰা কাজীয়ে বহুত বাল্য বিবাহো কৰোৱালে এতিয়া আৰু অসমত তেনে হ’বলৈ দিয়া নহ’ব৷’

‘আমি ৰাজ্যপাললৈ নতুন বিলখন পঠিয়াই দিম সকলোবোৰ তেওঁ পৰ্যবেক্ষণ কৰিব৷’

‘ৰাজ্যপালৰ পৰ্যবেক্ষণৰ পাছতেই এই বিল যাব ৰাষ্ট্ৰপতিৰ হাতলৈ৷’

‘বিধানসভাই আনিব খোজা আইনখনে মুছলমান সমাজৰ উন্নয়ন কৰিব৷’

‘আমি এটকাতেই মুছলমান বিয়া ৰেজিষ্টাৰ কৰাম বুলি কথা দিছো৷’

‘কাজীয়ে এটকাত ক’তো ৰেজিষ্ট্ৰেচন নকৰাই৷’
‘আমি নতুন আইনৰ অধীনত মুছলমান বিয়া আৰু ডিভোৰ্ছত মাত্ৰ ১টকা ফীজ লোৱাৰ ব্যৱস্থা কৰিম৷’

‘আমি কাজীক বিদায় দিয়াৰ মতলবেৰে এই কাম কৰিছো৷’

কাজীসকলক ইমান দিনে এই কাম চলাই থকাৰ বাবে ধন্যবাদ দিলে মুখ্যমন্ত্ৰীয়ে৷

‘খেজুৰ, আতৰ বহুত ময়ো ল’লো এতিয়া আৰু নালাগে৷’

‘কাজীয়ে মানক নামানক এই আইন পাছ কৰামেই৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ
ভাৰত

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

April 6, 2026
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ
জীৱনশৈলী

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

April 6, 2026
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা
ভাৰত

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

April 6, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

April 6, 2026
Next Post
মাথো ৬মাহ পূৰ্বে সুখ সংসাৰ আৰম্ভ হৈছিল ধনমণিৰ, পাছে কৰ্তব্যত থকাৰ সময়তে বাঘে মু/ণ্ড/হী/ন কৰি পেলালে

মাথো ৬মাহ পূৰ্বে সুখ সংসাৰ আৰম্ভ হৈছিল ধনমণিৰ, পাছে কৰ্তব্যত থকাৰ সময়তে বাঘে মু/ণ্ড/হী/ন কৰি পেলালে

বহাৰ পৰা উঠিব নোৱাৰা হ’ল ছলমান, মঞ্চত উঠাৰ সময়তো কষ্ট, বাৰে বাৰে বুকুত হাত

বহাৰ পৰা উঠিব নোৱাৰা হ'ল ছলমান, মঞ্চত উঠাৰ সময়তো কষ্ট, বাৰে বাৰে বুকুত হাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.