• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

5 months ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

6 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

6 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

7 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

8 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

8 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

9 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

10 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

11 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

11 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

12 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

13 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

editor by editor
April 6, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, লেখা
0
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?
0
SHARES
52
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেট্ৰ’ল-ডিজেলৰ মূল্য চৰকাৰৰ কৰ সংগ্ৰহ কৰাৰ বাবে এক প্ৰধান উৎস। কিন্তু ইয়াৰ পৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কিমান ৰাজহ আহৰণ কৰে জানেনে? প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্কৰ জৰিয়তে উপাৰ্জন কৰে, আনহাতে ৰাজ্য চৰকাৰে ভেট আৰোপ কৰি নিজৰ অংশ লয়। সেই কাৰণেই বিভিন্ন ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ দাম ভিন্ন হয়। কিছুমান ৰাজ্যই এই কৰৰ পৰা সৰ্বাধিক ৰাজহ আহৰণ কৰে আৰু শীৰ্ষত থাকে। পেট্ৰল-ডিজেলৰ পৰা কোনে কিমান লাভৱান হয় আৰু কোনখন ৰাজ্য আগশাৰীৰ অৱস্থাত আছে সেয়া জানো আহক…

শেহতীয়াকৈ আবকাৰী শুল্ক হ্ৰাস কৰা হৈছে

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে তেলৰ মূল্য নিয়ন্ত্ৰণৰ বাবে আবকাৰী শুল্ক বহু পৰিমাণে হ্ৰাস কৰিছে। ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ ফলত আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্যৰ উঠা-নমা হৈছে। ইয়াৰ ফলত ভাৰতত প্ৰভাৱ পৰিছে। সকাহ দিবলৈ চৰকাৰে পেট্ৰ’লৰ আবকাৰী শুল্ক ১৩ টকাৰ পৰা ৩ টকালৈ, আৰু ডিজেলৰ শুল্ক ১০ টকাৰ পৰা শূন্যলৈ হ্ৰাস কৰে। এই সিদ্ধান্তৰ লক্ষ্য আছিল সাধাৰণ মানুহৰ ওপৰত বৃদ্ধি পোৱা ইন্ধনৰ ব্যয়ৰ বোজা লাঘৱ কৰা আৰু বজাৰৰ স্থিতিশীলতা বজাই ৰখা।

কেন্দ্ৰীয় চৰকাৰৰ আয় কিমান?

এতিয়া কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ পৰা কিমান ৰাজহ আদায় কৰে, সেই বিষয়ে জানো আহক। এই বিষয়ত ২০২৩ চনত সংসদত এটা প্ৰশ্ন উত্থাপন হৈছিল, যাক চৰকাৰে বিতং তথ্য প্ৰদান কৰিছিল। চৰকাৰৰ তথ্য অনুসৰি ২০২২ চনৰ বিত্তীয় বৰ্ষৰ প্ৰথম ৯ মাহৰ ভিতৰত পেট্ৰলিয়াম খণ্ডৰ পৰা মুঠ ৰাজহ প্ৰায় ৫.৪৫ লাখ কোটি টকা। এই মুঠ ৰাজহৰ ভিতৰত প্ৰায় ৩.০৮ লাখ কোটি টকা কেন্দ্ৰীয় চৰকাৰক আবণ্টন দিয়া হৈছিল, আনহাতে বাকী ধন ৰাজ্য চৰকাৰসমূহক আবণ্টন দিয়া হৈছিল। ইয়াৰ দ্বাৰা স্পষ্টভাৱে প্ৰমাণিত হৈছে যে পেট্ৰ’ল আৰু ডিজেল চৰকাৰৰ বাবে ৰাজহৰ এক গুৰুত্বপূৰ্ণ উৎস, বাজেট শক্তিশালী কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

ৰাজ্যসমূহৰ আয় কিমান?

পেট্ৰ’ল আৰু ডিজেলৰ ভেটৰ পৰা ৰাজ্যৰ ৰাজহ ২০২৪-২৫ আৰু ২০২৫-২৬ চনৰ প্ৰথম ছমাহত শক্তিশালী হৈয়েই আছে। তথ্য অনুসৰি ২০২৪-২৫ চনত সকলো ৰাজ্যৰ মুঠ ৰাজহ আছিল প্ৰায় ৩০২,০৫৮ কোটি টকা। কেৱল ২০২৫-২৬ চনৰ প্ৰথমাৰ্ধত (H1) ৰাজ্যসমূহে প্ৰায় ১৪৬,৮৯২ কোটি টকা ৰাজহ সংগ্ৰহ কৰে।

ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, তামিলনাডু, কৰ্ণাটক, আৰু গুজৰাটৰ দৰে বৃহৎ ৰাজ্যসমূহ শীৰ্ষ ৰাজহ আহৰণকাৰী দেশসমূহৰ ভিতৰত অন্যতম। ২০২৪-২৫ চনত মহাৰাষ্ট্ৰই প্ৰায় ৩৬,৯৯২ কোটি, উত্তৰ প্ৰদেশে ৩১,২১৪ কোটি, আৰু তামিলনাডুৱে ২৪,৮৬১ কোটি টকা উপাৰ্জন কৰে। ২০২৫-২৬ চনৰ প্ৰথম ছমাহতো এই ৰাজ্যসমূহ শীৰ্ষত আছে।

ৰাজ্য                                  2024-25 (P)                                          H1 2025-26 (P)

মহাৰাষ্ট্ৰ                             ৩৬,৯৯২.২                                             ১৮,১০৬.০

উত্তৰ প্ৰদেশ                      ৩১,২১৪.১                                                ১৪,৪৮২.৫

তামিলনাডু                         ২৪,৮৬১.৩                                              ১২,৬৬৫.১

অসম                                ৬,০৫৭.৭                                                ৩,০৮৬.১

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Petrol Diesel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

September 1, 2026
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন
জীৱনশৈলী

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

September 1, 2026
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’
বিনোদন

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

September 1, 2026
Next Post
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ'ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.