• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘অভিনেতা নহ’লে আজি আন্ডাৰৱৰ্ল্ডত থাকিলো হয়, খঙৰ ওপৰত একেবাৰে নিয়ন্ত্ৰণ নাই’

1 year ago
ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

8 minutes ago
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

51 minutes ago
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

1 hour ago
ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

2 hours ago
লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

3 hours ago
‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

4 hours ago
হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

12 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

13 hours ago
‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘অভিনেতা নহ’লে আজি আন্ডাৰৱৰ্ল্ডত থাকিলো হয়, খঙৰ ওপৰত একেবাৰে নিয়ন্ত্ৰণ নাই’

editor by editor
December 11, 2024
in চিনেমা, বিবিধ, বিশ্ব, ভাৰত
0
‘অভিনেতা নহ’লে আজি আন্ডাৰৱৰ্ল্ডত থাকিলো হয়, খঙৰ ওপৰত একেবাৰে নিয়ন্ত্ৰণ নাই’
0
SHARES
167
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘অভিনেতা নহ’লে আজি আন্ডাৰৱৰ্ল্ডত থাকিলো হয়, খঙৰ ওপৰত একেবাৰে নিয়ন্ত্ৰণ নাই’

ভাৰতীয় চিনেমাৰ এগৰাকী সফল অভিনেতা। যিয়ে নিজৰ অভিনয়েৰে কোটি কোটি অনুৰাগীৰ হৃদয়ত স্থান লাভ কৰিছে। তেখেতৰ অভিনয় দক্ষতা বহু জনতকৈ ওপৰত। ভিন্নতা থকা তেখেতৰ প্ৰতিটো চৰিত্ৰই অনুৰাগীৰ মনত চাপ বহুৱাই। সেই সুদক্ষ অভিনেতাগৰাকী হৈছে নানা পাটেকাৰ।

যিয়ে সদ্যহতে এক সাক্ষাতত নিজৰ খঙৰ উপৰত মন্তব্য কৰে। তেখেতে কয় – তেখেতৰ খং বহু বেছি, যাৰ বাবে বহু সময়ত বিপদতো পৰিছে। সামান্য কথাতেই নিয়ন্ত্ৰণৰ বাহিৰ হৈ যায় পৰিস্থিতি। বহু সময়ত এই খঙৰ বাবে হাত পৰ্যন্ত উঠি যায়।

সদ্যহতে এগৰাকী অনুৰাগীকেই সকলোৰে সমুখতে চৰিয়াই দিছিল তেখেতে। অৱশ্যে পাছলৈ নানা পাটেকাৰে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমাও খুজিছিল সেই অনুৰাগীক।

সেই সন্দৰ্ভতে লগতে অভিনেতাগৰাকীয়ে ইয়াকো কয় যে, তেখেতৰ খং ইমানেই অধিক যে, যদিহে আজিৰ দিনত তেখেত অভিনেতা হ’ব নোৱাৰিলে হয়, তেন্তে তেখেত আন্তাৰৱৰ্ল্ডত থাকিল হয়, এগৰাকী গেংষ্টাৰ হ’ল হয়।

ইণ্ডাষ্ট্ৰীত অহাৰ সময়ত খঙৰ মাত্ৰা অতিকে অধিক আছিল। যাৰ যাৰ বাবে ইণ্ডাষ্ট্ৰীৰ লোক সকলে ভয় কৰিছিল নানাক। অন্যৰ লগত কথা বতৰাও কমকৈ পাতিছিল নানাই। সামান্য সামান্য কতাতেই খং উঠি গৈছিল সেই সময়ত।

পাছে বৰ্তমানে পূৰ্বৰ সেই খং নাই। আজিৰ দিনত বহুলাংশে হ্ৰাস পাইছে সেই খং। আজিৰ দিনত নিজকে নিয়ন্ত্ৰণ কৰিব পৰা হৈছে। কিন্তু তাৰো মাজতে যদি কোনো অমান্য দেখে, পৰিস্থিতি মূৰৰ ওপৰেৰ পাৰ হয়, তেতিয়া খং উঠে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Angry Nana Patekarbollywood actorIndian ActorNana Patekarunderworld
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?
খাদ্য

May 9, 2026
লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ
জীৱনশৈলী

লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

May 9, 2026
শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?
জীৱনশৈলী

শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

May 9, 2026
এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী
জীৱনশৈলী

এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

May 9, 2026
Next Post
কাইলৈ লক্ষ্মী বাৰ, ভগৱান বিষ্ণুৰ আশিৰ্বাদৰ লগতে পাৰিঘ যোগ আৰু শিৱ যোগৰ প্ৰভাৱত ৫ ৰাশিৰ ভাগ্যোদয়

আজিৰ কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত- আধাৰ কাৰ্ড- মাটিৰ খাজানা সন্দৰ্ভত ল’লে সিদ্ধান্ত

আজিৰ কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত- আধাৰ কাৰ্ড- মাটিৰ খাজানা সন্দৰ্ভত ল'লে সিদ্ধান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন