• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪ দিন ICUত থকাৰ পাছত শেষ নিশ্বাস ত্যাগ ছামিউলৰ, সামান্য আঘাত পোৱা বুলি উল্লেখ কৰিছিল নন্দিনীয়ে

৪ দিন ICUত থকাৰ পাছত শেষ নিশ্বাস ত্যাগ ছামিউলৰ, সামান্য আঘাত পোৱা বুলি উল্লেখ কৰিছিল নন্দিনীয়ে

12 months ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

16 minutes ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

9 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

10 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

10 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

12 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

12 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

13 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

14 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

14 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

15 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

16 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৪ দিন ICUত থকাৰ পাছত শেষ নিশ্বাস ত্যাগ ছামিউলৰ, সামান্য আঘাত পোৱা বুলি উল্লেখ কৰিছিল নন্দিনীয়ে

editor by editor
July 29, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
৪ দিন ICUত থকাৰ পাছত শেষ নিশ্বাস ত্যাগ ছামিউলৰ, সামান্য আঘাত পোৱা বুলি উল্লেখ কৰিছিল নন্দিনীয়ে
0
SHARES
6.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪ দিন ICUত থকাৰ পাছত শেষ নিশ্বাস ত্যাগ ছামিউলৰ, সামান্য আঘাত পোৱা বুলি উল্লেখ কৰিছিল নন্দিনীয়ে

নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত বেয়াকৈ আঘাতপ্ৰাপ্ত ছামিউল হকৰ অৱশেষত মৃত্যু। ৪ দিন ধৰি আই চি ইউত থকাৰ পাছত আজি ২৯ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে ছামিউলে।

এই ছামিউল সন্দৰ্ভতে অভিনেত্ৰী নন্দিনীয়ে উল্লেখ কৰিছিল, সামান্য আঘাত পাইছে ছামিউলে। পাছে সেই সামান্য আঘাত পোৱা ছামিউলে আজি মৃত্যুৰ শীতল কোলাত ঢলি পৰে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ ইমাৰজেঞ্চী বিভাগত ভৰ্তি কৰোৱা হৈছিল ছামিউলক। পাছত পিছদিনাই খ্ৰীষ্টানবস্তিস্থিত এপ’ল’ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল ছামিউলক ।

সেই দিনৰে পৰা ৪ দিন ধৰি এপ’ল’ হাস্পতালৰ আই চি ইউ বেডত পৰি আছিল ছামিউল। নন্দিনীৰ ভাষাৰে সামান্য আঘাত পোৱা ছামিউলৰ পাছে দুৰ্ঘটনাটোত দুয়োখন ভৰি ভঙাৰ লগতে, মূৰত ২৭টা চিলাই, সোঁহাতৰ গাঁঠি ভঙা, পেটত তেজ জমা হোৱা আদি সমস্যাৰে আই চি ইউত ভৰ্তি হৈ আছিল।

আনহাতে দুবছৰত অভাৰ স্পীডৰ বাবেই ৫ বাৰকৈ ফাইন ভৰিছিল নন্দিনী কাশ্যপে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: nandini Kashyap CaseSamiul Haque
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?
অসম

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

July 13, 2026
Next Post
‘হনীমুন ইন শ্বিলং’, সোনম ৰঘুবংশীৰ ঘটনা এতিয়া চিনেমাত দেখা পাব দৰ্শকে

'হনীমুন ইন শ্বিলং', সোনম ৰঘুবংশীৰ ঘটনা এতিয়া চিনেমাত দেখা পাব দৰ্শকে

১৩ ছেপ্টেম্বৰলৈ সাৱধানে থাকক এই ৫ ৰাশিৰ লোক, হ’ব পাৰে কিছু ক্ষতি

১৩ ছেপ্টেম্বৰলৈ সাৱধানে থাকক এই ৫ ৰাশিৰ লোক, হ'ব পাৰে কিছু ক্ষতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.