• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ নতুন NANO’ৰ?

নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ নতুন NANO’ৰ?

2 years ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

4 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

5 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

5 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

6 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

7 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

8 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

8 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

9 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

9 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

11 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

11 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ নতুন NANO’ৰ?

নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ নতুন NANO’ৰ?

editor by editor
March 13, 2025
in বাণিজ্য
0
নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ নতুন NANO’ৰ?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ৰতন টাটাৰ সপোনৰ প্ৰকল্প আছিল টাটা নেনো গাড়ী৷ যদিও বজাৰলৈ অহাৰ পাছতেই এই বাহনে বিশেষ ছাপ বহুৱাব নোৱাৰিলে সেয়ে ধীৰে ধীৰে নেনো গাড়ীৰ উৎপাদন কমাই দিয়ে টাটাই৷ নেনো গাড়ী বন্ধ হ’লেও সেই বাহনক নতুনকৈ কিবা এটা কৰাৰ পৰিকল্পনা হাতত ৰাখিছিল প্ৰয়াত ৰতন টাটাই৷ তেওঁৰ সেই ইচ্ছাক পূৰ্ণতা দিয়েই শীঘ্ৰেই নতুন অৱতাৰেৰে বজাৰলৈ আহিব পাৰে নেনো বাহন৷ পেট্ৰল, ডিজেল নহয়৷ এইবাৰ এই বাহন চলিব বিদ্যুতেৰে৷ টাটা নেনোই যেতিয়া প্ৰথমবাৰ বজাৰলৈ আহিছিল তেতিয়া এই বাহনৰ মূল আকৰ্ষণ আছিল নেনোৰ দাম৷ এক লাখ আছিল বাহনখনৰ দাম৷ এই একলাখ টকীয়া বাহন বুলিয়েই পৰিচয়ো গঢ়িছিল নেনোই৷ অৱশ্যে নেনোৰ উন্নত মডেলসমূহৰ দাম এক লাখতকৈ বেছি পৰিব৷

সকলো ঠিকেঠাকে চলিলে ২০২৬ চনৰ পূৰ্বেই নেনোৰ ইলেক্ট্ৰিক ভেৰিয়েণ্ট বজাৰলৈ আহিব পাৰে৷ অৱশ্যে এই সম্পৰ্কে টাটাৰ সংস্থাৰ পৰা চৰকাৰীভাৱে একো জনোৱা হোৱা নাই৷ যিহেতু বিদ্যুৎ চালিব বাহন হিচাপে আত্মপ্ৰকাশ কৰিব নেনোই গতিকে এইবাৰ ইয়াৰ দামো পূৰ্বৰ তুলনাত বেছি হ’ব৷ বিভিন্ন সংবাদমাধ্যমৰ ৰিপৰ্ট অনুসৰি এইবাৰ নেনোৰ দাম হ’ব পাৰে ৫ৰ পৰা ৬লাখৰ ভিতৰত৷ বিদ্যুৎচালিত বাহন হিচাপে এই দাম অৱশ্যে বহু সস্তা বুলিও জনাইছে বিশেষজ্ঞই৷

এবাৰ চাৰ্জ দিলেই নতুন এই নেনোয়ে ১৭০ৰ পৰা ২০০ কিঃমিঃ পৰ্যন্ত চলিব পাৰিব বুলি দাবী কৰা হৈছে৷ চহৰাঞ্চলৰ ভিৰ আৰু যানজটৰ মাজত সৰু বাহন হিচাপে নেনো চলোৱাটো যথেষ্ট সুবিধাজনকো হ’ব৷ পাৰ্কিং কৰাও অন্য বাহনৰ তুলনাত সহজ হ’ব৷ নেনোৰ ৰূপ অৱশ্যে পূৰ্বতকৈ বিশেষ সলনি কৰা নহয়৷ ফলত প্ৰথমবাৰৰ তুলনাত নতুন অৱতাৰৰ নেনো ক্ৰেতাসকলৰ ওচৰত বহু আকৰ্ষণীয় হৈ উঠিব পাৰে বুলিও ধাৰণা কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!
বাণিজ্য

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

October 22, 2026
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?
বাণিজ্য

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

October 22, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

October 22, 2026
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?
বাণিজ্য

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

October 21, 2026
Next Post
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.