• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

1 month ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

জুলাই মাহত একেৰাহে বন্ধ থাকিব বেংক! গুৰুত্বপূৰ্ণ কাম কৰাৰ পূৰ্বে চাওক বন্ধৰ তালিকা

22 minutes ago
‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

2 hours ago
শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

2 hours ago
ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

3 hours ago
AIIMS ত ওলাইছে চাকৰি, ১৪৮৪ টা পদৰ বাবে কৰক আবেদন

AIIMS ত ওলাইছে চাকৰি, ১৪৮৪ টা পদৰ বাবে কৰক আবেদন

4 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

4 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

15 hours ago
তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

16 hours ago
অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

16 hours ago
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

17 hours ago
‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

18 hours ago
দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

editor by editor
May 18, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?
0
SHARES
10.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত সপ্তাহত দেশজুৰি পেট্ৰল, ডিজেল আৰু চিএনজিৰ দাম বাঢ়িছে৷ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্রভাৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইন্ধন ব্যৱহাৰ যথাসম্ভৱ কমাবলৈ আবেদনো কৰিছে৷ বিত্তমন্ত্ৰণালয়ে বেংক, বীমা সংস্থা আৰু আৰ্থিক সংস্থাসমূহক ব্যয় সংকোচনৰ আবেদন কৰিছে৷

ৰয়টাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি চৰকাৰী আদেশত ব্যয় কমোৱাৰ ওপৰত জোৰ দিয়া হৈছে৷ কৰ্মকৰ্তাসকলক বিদেশ ভ্ৰমণ কমোৱা, বৈঠকৰ বাবে ভিডিঅ’ কনফাৰেন্সিঙৰ ব্যৱহাৰ বঢ়োৱা আৰু বৈদ্যুতিক যানবাহন চলোৱাৰ প্ৰৱণতা বঢ়োৱাৰ কথা কোৱা হৈছে৷ বিত্ত মন্ত্ৰণালয়ৰ তৰফৰ পৰা জাৰি কৰা আদেশত ষ্টেট বেংক অফ ইণ্ডিয়া, বেংক অফ বৰোদা, এল আই চিৰ দৰে ডাঙৰ ডাঙৰ সংস্থাৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য হ’ব বুলিও কোৱা হৈছে৷

বিদেশ ভ্ৰমণ কমোৱা

চৰকাৰৰ ব্যয় সংকোচনৰ বাবে যিসমূহ পৰামৰ্শ দিছে তাৰমাজত অন্যতম বিদেশ ভ্ৰমণ কমোৱা৷ জনোৱা হৈছে সোঁশৰীৰে উপস্থিত নাথাকিলে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰেই কাম পৰিচালনাৰ ওপৰত জোৰ দিয়া হ’ব৷ বিদেশ ভ্ৰমণ কমাব লাগিব৷ যিমানদূৰ সম্ভৱ বিদেশি অনুষ্ঠানসমূহত ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰিব লাগিব৷

বৈদ্যুতিক যানবাহনৰ ব্যৱহাৰ

চৰকাৰৰ তৰফৰ পৰা বৈদ্যুতিক যানবাহনৰ ব্যৱহাৰ বৃদ্ধিৰ বাবেও আহ্বান জনাইছে চৰকাৰে৷ নিৰ্দেশত কোৱা হৈছে সংস্থাসমূহক যিমান বেছি সম্ভৱ ভাড়া কৰা পেট্ৰল আৰু ডিজেল চালিত বাহন এৰাই চলাৰ আবেদন জনোৱা হৈছে৷ তেতিয়া ইন্ধনৰ ব্যৱহাৰ কমিব৷

প্ৰধানমন্ত্ৰী মোদীৰ আবেদন

কৰ’না মহামাৰীৰ সময়ত গৃহীত পদক্ষেপসমূহৰ দৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্মকৰ্তা আৰু নাগৰিকসকলক ঘৰৰ পৰা কাম, অনলাইন মিটিং আৰু ভিডিঅ’ কনফাৰেন্সিং পুনৰায় আৰম্ভ কৰাৰ বাবে আহ্বান জনোৱা হৈছে৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে খাৰুৱা তেলৰ ক্ৰমবৰ্ধমান মূল্য আৰু বৈশ্বিক অস্থিৰতাই ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ৰিজাৰ্ভৰ ওপৰত চাপ সৃষ্টি কৰিছে৷ বিশ্বৰ তেল আৰু গেছৰ চাহিদাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী আৰু ইয়াৰ আশেপাশে থকা প্ৰতিবন্ধকতা, তেল আমদানিৰ ওপৰত নিৰ্ভৰশীল ভাৰতৰ দৰে দেশসমূহৰ উদ্বেগ বাঢ়িব ধৰিছে৷ প্ৰধানমন্ত্ৰীয়ে ভাষণত মেট্ৰ সংযোগযুক্ত চহৰৰ বাসিন্দাসকলক গণপৰিবহণ ব্যৱহাৰ কৰিবলৈ আৰু ব্যক্তিগত যানবাহনৰ অপ্ৰয়োজনীয় ব্যৱহাৰ কমোৱাৰ আহ্বান জনাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল
বাণিজ্য

জুলাই মাহত একেৰাহে বন্ধ থাকিব বেংক! গুৰুত্বপূৰ্ণ কাম কৰাৰ পূৰ্বে চাওক বন্ধৰ তালিকা

June 29, 2026
‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?
বিনোদন

‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

June 29, 2026
শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!
জীৱনশৈলী

শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

June 29, 2026
ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ
জীৱনশৈলী

ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

June 29, 2026
Next Post
ডিঙিত মাছৰ কাঁইট লাগিছে নেকি? কেনেকৈ ঘৰুৱা উপায়েৰে বাহিৰ কৰিব কাঁইট?

ডিঙিত মাছৰ কাঁইট লাগিছে নেকি? কেনেকৈ ঘৰুৱা উপায়েৰে বাহিৰ কৰিব কাঁইট?

পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.