• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কমি গৈছে শৰীৰৰ ওজন! কি হৈছে সুনীতা উইলিয়ামছৰ? সুনীতাক লৈ উদ্বিগ্ন নাছাৰ বিজ্ঞানী

কমি গৈছে শৰীৰৰ ওজন! কি হৈছে সুনীতা উইলিয়ামছৰ? সুনীতাক লৈ উদ্বিগ্ন নাছাৰ বিজ্ঞানী

2 years ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

7 minutes ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

1 hour ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

2 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

11 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

11 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

12 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

13 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

14 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

14 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

15 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

16 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কমি গৈছে শৰীৰৰ ওজন! কি হৈছে সুনীতা উইলিয়ামছৰ? সুনীতাক লৈ উদ্বিগ্ন নাছাৰ বিজ্ঞানী

কমি গৈছে শৰীৰৰ ওজন! কি চেহাৰা হৈছে সুনীতা উইলিয়ামছৰ? সুনীতাক লৈ উদ্বিগ্ন নাছাৰ বিজ্ঞানী

editor by editor
November 10, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
কমি গৈছে শৰীৰৰ ওজন! কি হৈছে সুনীতা উইলিয়ামছৰ? সুনীতাক লৈ উদ্বিগ্ন নাছাৰ বিজ্ঞানী
0
SHARES
413
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় বংশোদ্ভূত মহাকাশচাৰী সুনীতা উইলিয়ামছৰ স্বাস্থ্যৰ অৱনতি৷ ভাৱিব নোৱাৰাকৈ কমিছে সুনীতা ওজন৷ বিগত কেইটামাহৰ ভিতৰতেই সুনীতাৰ ওজন অভাৱনীয় হাৰত হ্ৰাস হোৱাৰ বাবে এইবাৰ চিন্তাত পৰিছে নাছাও৷ তাক লৈ নাছাৰ ভিতৰচৰাতো সৃষ্টি হৈছে দুঃচিন্তাৰ৷

সম্প্ৰতি এখন ছবি নাছাই প্ৰকাশ কৰিছে৷ যি ছবি সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ ছবিত দেখা গৈছে, মহাকাশচাৰী বেৰি বুচ উইলমোৰৰ সৈতে কথা পাতি আছে সুনীতা উইলিয়ামছে৷ খাদ্য তৈয়াৰ কৰি আছে উইলমোৱে৷ কাষতে বহি আছে সুনীতা৷ কিন্তু সুনীতাৰ চেহেৰা দেখিয়েই আতংকিত হৈছে নাছাৰ বিজ্ঞানী৷ কেইবামাহৰ ভিতৰত সুনীতাৰ ওজন ব্যাপক হাৰত কমিছে৷ ওজন কমিছে উইলমোৰো৷ কিন্তু সুনীতাৰ শৰীৰৰ মাৰাত্মক অৱনতি ঘটিছে৷ কেইবা কিঃগ্ৰাঃলৈ কমিছে তেওঁৰ শৰীৰৰ ওজন৷

নাছাৰ এগৰাকী বিজ্ঞানীয়ে জনাইছে যে সুনীতাৰ ছবি দেখি তেওঁলোক সকলো আচৰিত হৈছে৷ তেওঁৰ স্বাস্থ্যৰ যত্ন লোৱাটো এতিয়া প্ৰধান কথা৷ সুনীতাই যেতিয়া মহাকাশলৈ উৰা মাৰিছিল তেতিয়া তেওঁৰ ওজন আছিল ৬৩.৫০০ কিঃগ্ৰাঃ৷ দীৰ্ঘ সময় ধৰি মহাকাশত থকাৰ বাবে উচ্চ কেলৰিযুক্ত খাদ্য খাবলৈ পোৱা নাই৷ উচ্চ কেলৰিযুক্ত খাদ্য খালেই স্বাস্থ্য আকৌ পূৰ্বৰ দৰে হৈ পৰিব৷ মহাকাশ কেন্দ্ৰত এতিয়াও ৪মাহৰ খাদ্য মজুত আছে৷

উল্লেখ্য যে চলিত বছৰৰ জুন মাহত আন্তৰ্জাতিক স্পেচ ষ্টেচনলৈ গৈছে সুনীতা উইলিয়ামছ আৰু বুচ উইলমোৰ৷ নাছাৰ বোয়িং ক্ৰু ফ্লাইট টেষ্টৰ অংশ হিচাপে তেঁওলোক তালৈ গৈছে৷ কিন্তু তাত গৈয়েই অৰ্নিদিষ্ট কালৰ বাবে ফঁচি গৈছে তেওঁলোক৷ প্ৰায় ১৫০দিনতকৈ অধিক সময় তেওঁলোক তাতেই আছে৷ নাছাই জনাইছে যে ৮মাহ পাছত অৰ্থাৎ আগন্তুক ফেব্ৰুৱাৰীত তেওঁলোকক পৃথিৱীলৈ উভতাই অনা হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

July 17, 2026
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ
বিনোদন

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

July 16, 2026
Next Post
অতিকে শোকাৱহ, এটা পৰিয়ালৰে ৫ লোকে হেৰুৱালে প্ৰাণ

অতিকে শোকাৱহ, এটা পৰিয়ালৰে ৫ লোকে হেৰুৱালে প্ৰাণ

১৯ বছৰৰ পাছত পুনৰ দৰ্শকৰ হৃদয় জয় কৰিবলৈ আহি আছে ‘শক্তিমান’- মুকেশ খান্নাৰ বিশেষ সদৰি

১৯ বছৰৰ পাছত পুনৰ দৰ্শকৰ হৃদয় জয় কৰিবলৈ আহি আছে 'শক্তিমান'- মুকেশ খান্নাৰ বিশেষ সদৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.