• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৃথিৱী অভিমুখে আহি আছে ‘বেন্নু’

পৃথিৱী অভিমুখে আহি আছে ‘বেন্নু’

5 years ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

21 minutes ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

51 minutes ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

1 hour ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

2 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

4 hours ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

4 hours ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

16 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

16 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

17 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

18 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

19 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পৃথিৱী অভিমুখে আহি আছে ‘বেন্নু’

editor by editor
July 12, 2021
in অসম, গুৱাহাটী, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
পৃথিৱী অভিমুখে আহি আছে ‘বেন্নু’
0
SHARES
296
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভয়ংকৰ বিপদৰ দিশে পৃথিৱী। পৃথিৱী অভিমুখে তীব্ৰ গতিত আহি আছে বৃহৎ আকাৰৰ এষ্টেৰয়েড। নাছাৰ বিজ্ঞানীয়ে প্ৰকাশ কৰিছে এই তথ্য। বিজ্ঞানীয়ে প্ৰকাশ কৰা অনুসৰি, গ্ৰহাণুটোৰ ওজন ৮ কোটিৰো টনৰো অধিক, প্ৰস্থ প্ৰায় ডেৰ হাজাৰ ফুট। এই দৈত্যাকাৰ গ্ৰহাণুৰ নাম বেন্নু। ই পৃথিৱীৰ কক্ষপথৰ ৭৫ লাখ কিলোমিটাৰ ভিতৰলৈ আহিব বুলি সম্ভাৱ্য বিপদৰ পৰা পৃথিৱীক ৰক্ষা কৰিবলৈ বিশ্বৰ আগশাৰীৰ দেশসমূহে ইয়াক প্ৰতিৰোধ কৰিবলৈ তৎপৰতা গ্ৰহণ কৰিছে। নাছাই মহাকাশ যানৰ জৰিয়তে গ্ৰহাণুটোক আঘাত কৰি গতিপথ সলনি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই পৰিকল্পনাৰ নাম ৰাখিছে হেমাৰ বা হাতুৰী। ইয়াৰ উপৰি, চীনৰ মহাকাশ গৱেষণা সংস্থা ‘চাইনা নেচনেল স্পেচ ছায়েন্স চেণ্টাৰ’ৰ বিজ্ঞানীসকলে পৃথিৱীক ধিয়াই আহি থকা গ্ৰহাণুটোৰ অভিমুখ সলনি কৰিবলৈ মহাকাশত ভয়ংকৰ বিস্ফোৰণ ঘটোৱাৰ উদ্দেশ্যে মহাকাশ অভিমুখে আঢ়ৈ ডজন ৰকেট প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। ৰকেটসমূহে গ্ৰহাণুটোত বিস্ফোৰণ সংঘটিত কৰি তাৰ অভিমুখ পৃথিৱীৰ দিশৰ পৰা অন্য দিশলৈ ঘূৰাই দিব। সম্প্ৰতি সকলো পৰিকল্পনা অৱস্থাতেই আছে আৰু সেই বিস্ফোৰক ৰকেট তৈয়াৰ কৰাৰ বাবে গৱেষণা আৰম্ভ কৰিছে। উল্লেখ্য, এতিয়াৰ পৰা ৫৪ বছৰৰ পাছত গ্ৰহাণু বেন্নুয়ে পৃথিৱীত খুন্দা মৰাৰ আশংকা আছে। ভৱিষ্যৎ প্ৰজন্মক বিপদমুক্ত কৰাৰ বাবেই এই পৰিকল্পনা গ্ৰহণ কৰিছে বিশ্বৰ উন্নত দেশসমূহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24asteroidaxom live 24bennuNASA
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব
জীৱনশৈলী

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

August 23, 2026
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক
জীৱনশৈলী

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

August 23, 2026
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা
বাণিজ্য

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

August 23, 2026
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’
বিশ্ব

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

August 23, 2026
Next Post
আৰম্ভ হ’ল অসম বিধানসভাৰ বাজেট অধিৱেশন

আৰম্ভ হ’ল অসম বিধানসভাৰ বাজেট অধিৱেশন

শিক্ষা খণ্ডৰ ব্যক্তিগতকৰণৰ দিশে আগবাঢ়িছে নেকি চৰকাৰ?

শিক্ষা খণ্ডৰ ব্যক্তিগতকৰণৰ দিশে আগবাঢ়িছে নেকি চৰকাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.