• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭ নিৰাপত্তাৰক্ষীক হত্যা কৰা ২০ বছৰীয়া দুৰ্ধৰ্ষ মহিলা নক্সালবাদী সদস্যক গ্ৰেপ্তাৰ

৭ নিৰাপত্তাৰক্ষীক হত্যা কৰা ২০ বছৰীয়া দুৰ্ধৰ্ষ মহিলা নক্সালবাদী সদস্যক গ্ৰেপ্তাৰ

5 years ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

37 minutes ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

2 hours ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

11 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

11 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

12 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

12 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

13 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

13 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

14 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

15 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

16 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৭ নিৰাপত্তাৰক্ষীক হত্যা কৰা ২০ বছৰীয়া দুৰ্ধৰ্ষ মহিলা নক্সালবাদী সদস্যক গ্ৰেপ্তাৰ

editor by editor
January 23, 2022
in অপৰাধ, অসম, উত্তৰ-পূব, ভাৰত
0
৭ নিৰাপত্তাৰক্ষীক হত্যা কৰা ২০ বছৰীয়া দুৰ্ধৰ্ষ মহিলা নক্সালবাদী সদস্যক গ্ৰেপ্তাৰ

প্ৰতিনিধিত্বমূলক ফ’টো

0
SHARES
340
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছত্তিশগড়ত ৭ গৰাকী নিৰাপত্তাৰক্ষীক হত্যা কৰা এগৰাকী মহিলা নক্সালবাদী সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে৷ দেওবাৰে এই কথা প্ৰকাশ কৰিছে ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাৰ আৰক্ষীয়ে৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি শনিবাৰে জিলাখনৰ ছুটেডঙ্গাৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত টুয়ামেটা গাঁৱৰ পৰা ২০ বছৰীয়া মহিলা নক্সালবাদী সদস্য গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

আৰক্ষীয়ে দাবী কৰিছে যে পাণ্ড্ৰু পদ্মিনী নামৰ ২০ বছৰীয়া এই দুধৰ্ষ মহিলা নক্সালবাদী সদস্যগৰাকীয়ে ইন্দ’-তিব্বেটান ব’ৰ্ডাৰ পুলিচৰ দুগৰাকী জোৱানসহ অতি কমেও সাতগৰাকী নিৰাপত্তাৰক্ষীক হত্যা কৰিছিল৷  নাৰায়ণপুৰ আৰক্ষী অধীক্ষ গিৰিৰাজ শংকৰ জয়ছোৱালে কয় যে ধৃত মহিলা নক্সালবাদী সদস্যগৰাকী আদমি ঘাটী আঞ্চলিক কমিটিৰ সম্পাদক সুৰেশ ইছলামৰ অতি ঘণিষ্ঠ৷

‘‘পদ্মিনী যোৱা বছৰ ২০ আগষ্টত নায়াৰণপুৰৰ কাদেমেটা গাঁৱত নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ সংঘটিত কৰা নক্সালবাদী দলটোৰ সদস্য আছিল৷ উক্ত দলটোৱে উপ পৰিদৰ্শকসহ পাঁচগৰাকী নিৰাপত্তাৰক্ষীক হত্যা কৰিছিল৷ হত্যা কৰি এটা AK47, এটা মেগজিন, বুলেটপ্ৰুট জাকেটসহ অন্যান্য সামগ্ৰী লুট কৰি নিছিল৷’’ আৰক্ষী অধীক্ষক জয়ছোৱালে সংবাদ মাধ্যমক কয়৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে পল্লী-বাৰছুৰলৈ যোৱা নিৰ্মিয়মান পথটো ক্ষতিসাধন কৰিবলৈ লোৱা আঁচনি কাৰ্যকৰী কৰিবলৈ আহোঁতে পদ্মিনী নামৰ নক্সালবাদী মহিলা সদস্যগৰাকী আৰক্ষীৰ জালত পৰে৷

আৰক্ষীয়ে স্থানীয় আদালতত হাজিৰ কৰোৱাই পদ্মিনীক জেৰা অব্যাহত ৰাখিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Chattishgarh PoliceNaxal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং
অসম

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
Next Post
উজনিৰ গৰু ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড; বিধায়ক সুশান্তৰ ঘনিষ্ঠ বিজেপি নেতাক গ্ৰেপ্তাৰ

উজনিৰ গৰু ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড; বিধায়ক সুশান্তৰ ঘনিষ্ঠ বিজেপি নেতাক গ্ৰেপ্তাৰ

ৰাজ্য চৰকাৰৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰতন টাটালৈ সৰ্বোচ্চ ৰাজ্যিক অসামৰিক সন্মান ‘অসম বৈভৱ’ বঁটা

ৰাজ্য চৰকাৰৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰতন টাটালৈ সৰ্বোচ্চ ৰাজ্যিক অসামৰিক সন্মান ‘অসম বৈভৱ’ বঁটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.