• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
NB NEWSৰ বাতৰিৰ প্ৰভাৱ, অৱশেষত এমাহৰ মূৰত বাধ্য হ’ল হাবিলদাৰ খগেন বৰ্মনৰ হত্যাৰ গোচৰ ৰুজু কৰিবলৈ

NB NEWSৰ বাতৰিৰ প্ৰভাৱ, অৱশেষত এমাহৰ মূৰত বাধ্য হ’ল হাবিলদাৰ খগেন বৰ্মনৰ হত্যাৰ গোচৰ ৰুজু কৰিবলৈ

2 years ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

16 minutes ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

2 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

2 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

2 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

3 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

3 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

5 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

6 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

6 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

7 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

7 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

NB NEWSৰ বাতৰিৰ প্ৰভাৱ, অৱশেষত এমাহৰ মূৰত বাধ্য হ’ল হাবিলদাৰ খগেন বৰ্মনৰ হত্যাৰ গোচৰ ৰুজু কৰিবলৈ

editor by editor
June 7, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
NB NEWSৰ বাতৰিৰ প্ৰভাৱ, অৱশেষত এমাহৰ মূৰত বাধ্য হ’ল হাবিলদাৰ খগেন বৰ্মনৰ হত্যাৰ গোচৰ ৰুজু কৰিবলৈ
0
SHARES
163
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

NB NEWSৰ বাতৰিৰ প্ৰভাৱ, অৱশেষত এমাহৰ মূৰত বাধ্য হ’ল হাবিলদাৰ খগেন বৰ্মনৰ হত্যাৰ গোচৰ ৰুজু কৰিবলৈ

NB NEWS ৰ বাতৰিৰ প্ৰভাৱ। অৱশেষত ধাৰাবাহিক বাতৰি প্ৰচাৰত হেচাত পৰি গীতানগৰ আৰক্ষীয়ে জালুকবাৰী থানাৰ যান বাহন শাখাৰ হাবিলদাৰ খগেন বৰ্মনৰ হত্যাৰ গোচৰ ৰুজু কৰিবলৈ বাধ্য হয়।

আৰক্ষীয়ে থানাত দুই অবৈধ প্ৰেমিক প্ৰেমিকাৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ১২০(B)/৩০২ ধাৰাৰ অধীনত থানত ১২৩/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। বিগত এমাহৰ মূৰত আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰে।

এমাহ পূৰ্বে সংঘটিত হৈছিল এক হত্যাৰ গোচৰ, পত্নীৰ পৰকীয়া প্ৰেমৰ পৰিণতিত প্ৰাণ হেৰুৱাইছিল এগৰাকী হাবিলদাৰে। অভিযোগ অনুসৰি পত্নী আৰু প্ৰেমিকে মিলি হত্যা কৰিছিল  জালুকবাৰী থানাৰ যান বাহন শাখাৰ হাবিলদাৰ খগেন বৰ্মনক।

বিগত মাহৰ ২ মে’ তাৰিখে সংঘটিত হৈছিল সেই ঘটনা।  মহানগৰীৰ গীতানগৰৰ অম্বিকাগিৰি নগৰত এটা ভাৰাঘৰত ৰহস্য জনক অৱস্থাত জালুকবাৰী থানাৰ হাবিলদাৰ খগেন বৰ্মনৰ মৃতদেহ উদ্ধাৰ হৈছিল।

এই সংক্ৰান্তত আৰক্ষী জোৱান জনৰ ভাতৃ নবীন বৰ্মনে মৃত খগেন বৰ্মনৰ পত্নী মামণি পাঠক আৰু অবৈধ প্ৰেমিক ফাৰিদ আহমেদে হত্যা কৰা বুলি অভিযোগ তুলি গীতানগৰ আৰক্ষী থানত এজাহাৰ দাখিল কৰিছিল।

ভাতৃ নবীন বৰ্মনৰ অভিযোগ অনুসৰি মূলত অবৈধ প্ৰেম আৰু ঋণৰ প্ৰায় ২০ লাখ টকা লেনদেনৰ বাবে এই হত্যাকাণ্ড সংঘটিত হৈছে।

দুবাৰকৈ এজাহাৰ দাখিল কৰিছিল, তৎস্বতেও আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰা নাছিল বিগত এমাহে ধৰি। শেহতীয়াকৈ পৰিয়ালটোৱে সংবাদ মাধ্যমৰ কাষ চপাৰ পিছতহে আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ বাধ্য হয়।

মন কৰিবলগীয়া বিষয় যে, মৃত খগেন বৰ্মনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ভৰি , বুকু আদিত আঘাতৰ চিন লগতে বুকুৰ কামি হাড় ভঙা বুলি ধৰা পৰিছে। এতিয়া গীতানগৰ আৰক্ষীৰ অধিক তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamGeetanagar police Murder caseGHYguwahatiguwahati police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?
অসম

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

October 2, 2026
Next Post
প্ৰেমিকাৰ সৈতে সময় কটাবলৈ প্ৰেমিকে বুক কৰিলে OYO কোঠা, কিছু সময় কটালে, পাছে…

প্ৰেমিকাৰ সৈতে সময় কটাবলৈ প্ৰেমিকে বুক কৰিলে OYO কোঠা, কিছু সময় কটালে, পাছে...

চেন্ট্ৰেল হ’লত বিশেষ বৈঠক, চৰকাৰ গঠনৰ দাবীপত্ৰ দাখিল কৰিব, কোনে লাভ কৰিব কি দপ্তৰ

চেন্ট্ৰেল হ'লত বিশেষ বৈঠক, চৰকাৰ গঠনৰ দাবীপত্ৰ দাখিল কৰিব, কোনে লাভ কৰিব কি দপ্তৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.