• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্যৰ্থতা স্বীকাৰ প্ৰধানমন্ত্ৰীৰ! অপৰিকল্পিত নগৰ নিৰ্মাণেই শেষ কৰিছে নেপাল, সহায় বিচাৰি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

ব্যৰ্থতা স্বীকাৰ প্ৰধানমন্ত্ৰীৰ! অপৰিকল্পিত নগৰ নিৰ্মাণেই শেষ কৰিছে নেপাল, সহায় বিচাৰি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

2 years ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

4 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

4 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

4 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

5 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

6 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

6 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

8 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

9 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

10 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

11 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

11 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্যৰ্থতা স্বীকাৰ প্ৰধানমন্ত্ৰীৰ! অপৰিকল্পিত নগৰ নিৰ্মাণেই শেষ কৰিছে নেপাল, সহায় বিচাৰি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

ব্যৰ্থতা স্বীকাৰ প্ৰধানমন্ত্ৰীৰ! অপৰিকল্পিত নগৰ নিৰ্মাণেই শেষ কৰিছে নেপাল, সহায় বিচাৰি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

editor by editor
October 2, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
ব্যৰ্থতা স্বীকাৰ প্ৰধানমন্ত্ৰীৰ! অপৰিকল্পিত নগৰ নিৰ্মাণেই শেষ কৰিছে নেপাল, সহায় বিচাৰি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
0
SHARES
213
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বান আৰু ভূমিস্খলনত বিধ্বস্ত নেপাল৷ প্ৰায় ৪হাজাৰ মানুহক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে৷ এই তথ্য দাঙি ধৰিছে প্রধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে৷ প্ৰাকৃতিক দুৰ্যোগত চুবুৰীয়া দেশ নেপালত বৰ্তমানলৈকে মৃত্যু হৈছে প্ৰায় ২৪১ জনৰ৷ দুৰ্যোগত তছনছ হৈ পৰিছে নেপাল৷ অসহায় হৈ ইতিমধ্যে ব্যৰ্থতা স্বীকাৰ কৰিছে নেপালৰ প্ৰধানমন্ত্ৰীয়েও৷ উদ্ধাৰ অভিযান দেৰী হোৱাৰ বিষয়টোও স্বীকাৰ কৰি লৈছে প্রধানমন্ত্ৰী কে পি শৰ্মাই৷ এক সংবাদমেল আয়োজন কৰি কে পি শৰ্ম অলিৰ আৰ্জি, ‘উদ্ধাৰ অভিযানৰ বাবে আমাক সহায় কৰক৷ দেশৰ নানান প্ৰান্তৰ পৰা বৰ্তমান পৰ্যন্ত ৪হাজাৰ ৩৩১ জনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো৷ উদ্ধাৰকাৰ্যত আমাৰ যিসমূহ গাফিলতি হৈছে সেয়া শুধৰাই ল’বলৈ যত্ন কৰি আছো৷ ইমান ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ আহিব বুলি আমি ধাৰণাই কৰা নাছিলো৷’

নেপালৰ মুখ্য সচিব একনাৰায়ণ আৰিয়ালে জনাইছে যে দেশৰ মুঠ ১৭০০ কোটি টকা ক্ষতি হৈছে এই দুৰ্যোগত৷ বান আৰু ভূমিস্খলনত বৰ্তমান পৰ্যন্ত ২৪১ জনৰ মৃত্যু হৈছে৷ ২৯গৰাকী নিখোঁজ হৈছে, ১২৬ জন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে৷ বিগত দুদিনত বান কবলত পৰা একাধিক এলেকাৰ পৰা বিদেশী পৰ্যটক আৰু ট্ৰেকাৰসহ মুঠ ৯০০ জনক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হৈছে৷ স্বৰাষ্ট্ৰ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ঋষিৰাম তিৱাৰীয়ে এই সন্দৰ্ভত কয়, ‘নেপালৰ সেনাই চপাৰেৰে  ৬৮৩জনক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ গৈছে৷ চপাৰৰ মাধ্যমেৰে দেওবাৰে উদ্ধাৰ কৰা হৈছে ৪২৫ জনক আৰু সোমবাৰে উদ্ধাৰ কৰা হৈছে ২৫৮ জনক৷ এতিয়াও উদ্ধাৰৰ কাম চলাই আছে সেনাই৷ ইয়াৰোপৰি উদ্ধাৰকাৰ্যত ব্যৱহাৰ হৈছে প্ৰাইভেট চপাৰ৷ ২০০জন বিদেশীকো উদ্ধাৰ কৰা হৈছে৷’

বিগত এসপ্তাহ ধৰি ভয়াৱহ ভূমিস্খলন আৰু বানে লণ্ডভণ্ড কৰিছে নেপালৰ বিস্তীৰ্ণ এলেকা৷ দেওবাৰ পৰ্যন্ত বৃষ্টিপাত চলিছে৷ হাজাৰৰো অধিক মানুহ গৃহহীন হৈছে৷ পূব আৰু মধ্য নেপাল সৰ্বাধিক ক্ষতিগ্ৰস্থ হৈছে৷ দেওবাৰৰ পৰা অৱশ্যে ধীৰে ধীৰে পৰিবেশ কিছু উন্নত হৈছে৷ কেৱল কাঠমাণ্ডুতেই মৃত্যু মুখত পৰিছে ৫০জনতকৈ অধিক লোক৷ সাময়িক প্ৰশাসনিক ব্যৰ্থতা কাটিও নেপালৰ বান আৰু ভূমিস্খলন কবলিত এলেকাত ২০ হাজাৰ নিৰাপত্তাৰক্ষী আৰু নেপাল সেনাক উদ্ধাৰকাৰ্যলৈ পঠিওৱা হৈছে৷

ৰিলিফৰ সামগ্ৰীও সেনাৰ জৰিয়তেই বিধ্বস্ত এলেকাসমূহলৈ পঠিওৱা হৈছে ভূমিস্খলনত বন্ধ হৈ পৰা ৰাস্তাসমূহ পুনৰ মুকলিৰ বাবে কাম অব্যাহত আছে৷ এই পথসমূহতো আৱদ্ধ হৈ আছে শ শ বাহন৷ বানপ্ৰৱণ এলেকাসমূহত অপৰিকল্পিতভাৱে নিৰ্মাণকাৰ্য চলোৱাৰ বাবেই এই ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হৈছে নেপাল৷ বৰষুণৰ পানী ওলাই যাব পৰাকৈ পৰ্যাপ্ত ব্যৱস্থা গঢ়ি তুলিব নোৱাৰাৰ বাবেই ভূমিস্খলনৰ পৰিমান বাঢ়িছে৷ ভাঙি পৰিছে বহু ডাঙৰ ডাঙৰ অট্টালিকাও৷ পানীত ভাহিছে ৰাস্তাঘাট৷ পথসমূহত আৱদ্ধ হৈ আছে হাজাৰ হাজাৰ বাহনসহ মানুহো৷ তালিকাত আছে বহু বিদেশী পৰ্যটকো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ
জীৱনশৈলী

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

April 12, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 12, 2026
Next Post
বেগত ২৬টা আইফোন ১৬ প্ৰ’ মেক্স, দিল্লী বিমানবন্দৰত নিৰাপত্তাৰক্ষীৰ হাতত ধৰা পৰিল মহিলা

বেগত ২৬টা আইফোন ১৬ প্ৰ’ মেক্স, দিল্লী বিমানবন্দৰত নিৰাপত্তাৰক্ষীৰ হাতত ধৰা পৰিল মহিলা

সূৰ্যৰ আয়ুস কিমান? সূৰ্যৰ মৃত্যু হ’লে শেষ হৈ যাব নেকি পৃথিৱী? বিজ্ঞানীয়ে দিছে কেইবাটাও তথ্য

সূৰ্যৰ আয়ুস কিমান? সূৰ্যৰ মৃত্যু হ’লে শেষ হৈ যাব নেকি পৃথিৱী? বিজ্ঞানীয়ে দিছে কেইবাটাও তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.