• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

3 weeks ago
ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

30 minutes ago
দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

1 hour ago
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

2 hours ago
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

2 hours ago
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

3 hours ago
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

3 hours ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

4 hours ago
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

5 hours ago
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

5 hours ago
২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

5 hours ago
দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

6 hours ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীৰ পদত্যাগ, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

editor by editor
April 22, 2026
in বিশ্ব, ৰাজনীতি
0
বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বুধবাৰে নেপালৰ গৃহমন্ত্ৰী ছুডান গুৰুঙে পদত্যাগ কৰিছে। ব্যৱসায়ী দীপক ভট্টৰ সৈতে তেওঁৰ সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতেই গুৰুঙে পদত্যাগ কৰে। নেপালী সংবাদ মাধ্যমৰ মতে, ধন সৰবৰাহৰ গোচৰত তদন্ত অব্যাহত আছে দীপক ভট্টৰ বিৰুদ্ধে। নেপালত বলেন্দ্ৰ শ্বাহৰ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা গুৰুঙে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। বলেন্দ্ৰ শ্বাহৰ চৰকাৰ গঠনৰ মাত্ৰ ২৬ দিনৰ পাছতেই তেওঁৰ পদত্যাগে আকৌ এবাৰ চিন্তিত কৰি তুলিছে সচেতন মহলক৷ কাৰণ বলেন্দ্ৰ শ্বাহৰ মন্ত্ৰিসভাৰ পৰা পদত্যাগ কৰা তেওঁ দ্বিতীয়জন মন্ত্ৰী। ইয়াৰ পূৰ্বে শ্ৰম মন্ত্ৰী কুমাৰ শ্বাহক শৃংখলাবদ্ধতা মানি নচলাৰ অভিযোগত অপসাৰণ কৰা হৈছিল।
৫ মাৰ্চত নেপালত অনুষ্ঠিত নিৰ্বাচনৰ পিছত ৮ মাৰ্চত ফলাফল ঘোষণা কৰা হয়৷ তাৰ পিছত ২৭ মাৰ্চত বলেন্দ্ৰ শ্বাহে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ কাৰ্যভাৰ গ্ৰহণৰ পিছৰে পৰা নেপালৰ ৰাজনীতিত বহু উন্নয়ন ঘটিছে, জনসাধাৰণে এই উন্নয়নত সন্তুষ্টও হৈছে৷ এমাহৰ ভিতৰতে তেওঁ সলনি কৰিছে নেপালৰ ৰাজনৈতিক পৰিৱেশ। শেহতীয়াকৈ মঙলবাৰৰ দিনটোত বালেন্দ্ৰ শ্বাহে ভাৰতৰ পৰা আমদানিকৃত সামগ্ৰীৰ ওপৰত ৬৩ টকাৰ ওপৰৰ সকলো সামগ্ৰীৰ ওপৰতে শুল্ক লগাইছে৷ এই বিতৰ্ক আৰম্ভ হোৱাৰ সময়তে বুধবাৰে গৃহমন্ত্ৰী গুৰুঙে ছ’চিয়েল মিডিয়াৰ জৰিয়তে পদত্যাগ ঘোষণা কৰি সকলোকে স্তম্ভিত কৰি তুলিছে৷

কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰীয়ে?

ছুডান গুৰুঙে ফেচবুকত লিখিছে, ‘মোৰ সৈতে জড়িত বিষয়সমূহৰ ন্যায্য তদন্ত নিশ্চিত কৰিবলৈ আৰু কাৰ্যভাৰ গ্ৰহণ কৰি থকাৰ সময়ত প্ৰক্ৰিয়াটোৰ ওপৰত কোনো ধৰণৰ স্বাৰ্থৰ সংঘাত বা প্ৰভাৱৰ পৰা হাত সাৰিবলৈ মই আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ গৃহমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছো।’
নেপালী ভাষাত তেওঁ লিখিছে, ‘মই চুডান গুৰুঙে ২০৮২ চনৰ চৈত্ৰৰ ১৩ তাৰিখৰ পৰাই গৃহমন্ত্ৰী হিচাপে নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছো। বিগত কিছুদিনত মই দেখিছো মোৰ ওপৰত নাগৰিকে প্ৰশ্ন উত্থাপন কৰিছে৷ জনতাৰ মন্তব্য, উদ্বেগক গুৰুত্বসহকাৰে লৈছো। মোৰ বাবে নৈতিকতা স্থিতিতকৈ ডাঙৰ, আৰু জনসাধাৰণৰ আস্থাতকৈ ডাঙৰ কোনো ক্ষমতা নাই। দেশত সুশাসন, স্বচ্ছতা, আৰু জবাবদিহিতাৰ দাবী কৰা জেন জি আন্দোলনো আমি কৰিছো। জনজীৱন ভাল হ’ব লাগে৷ নেতৃত্বও দায়বদ্ধ হ’ব লাগে যদি কোনোবাই মোৰ ৪৬ জন ভাই-ভনীৰ তেজ আৰু ত্যাগৰ ভিত্তিত গঠন কৰা চৰকাৰক প্ৰশ্ন কৰে, তেন্তে ইয়াৰ উত্তৰ হ’ল নৈতিকতা। সেয়ে মই পদত্যাগ কৰিছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?
জীৱনশৈলী

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

May 14, 2026
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

May 14, 2026
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব
জীৱনশৈলী

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

May 14, 2026
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?
জীৱনশৈলী

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

May 13, 2026
Next Post
গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

নিশাটো পাৰ হ’লেই গংগা সপ্তমী, এই দিনটোতেই গজকেশৰী যোগো, অন্ধকাৰ ভেদি জিলিকি উঠিব এই ৪ৰাশি

নিশাটো পাৰ হ’লেই গংগা সপ্তমী, এই দিনটোতেই গজকেশৰী যোগো, অন্ধকাৰ ভেদি জিলিকি উঠিব এই ৪ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.