• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নেষ্টলেৰ খাদ্যসামগ্ৰীৰ অধিকাংশ স্বাস্থ্যসন্মত নহয়, বিতৰ্ক!

5 years ago
বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

44 minutes ago
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

1 hour ago
মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

2 hours ago
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

3 hours ago
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

4 hours ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

16 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

17 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

নেষ্টলেৰ খাদ্যসামগ্ৰীৰ অধিকাংশ স্বাস্থ্যসন্মত নহয়, বিতৰ্ক!

editor by editor
June 1, 2021
in অসম, উত্তৰ-পূব, খাদ্য, গুৱাহাটী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
নেষ্টলেৰ খাদ্যসামগ্ৰীৰ অধিকাংশ স্বাস্থ্যসন্মত নহয়, বিতৰ্ক!
0
SHARES
131
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মুখৰোচক মেগী নুডলচ প্ৰস্তুত কৰা নেষ্টলেৰ খাদ্যবৰ্গৰ ৭০ শতাংশ খাদ্যই স্বাস্থ্যসন্মত নহয়। মেগী, কিটকেট আৰু নেষ্টকেফেৰ বাবে জনপ্ৰিয় প্ৰতিষ্ঠান ‘নেষ্টলে’ৰ আভ্যন্তৰীণ তথ্যতে পোহৰলৈ আহিছে কোম্পানীটোৰ ৭০ শতাংশ খাদ্য আৰু পানীয় স্বাস্থ্যসন্মত নহয়। ইংলেণ্ডৰ বাণিজ্যিক পত্ৰ ‘ফাইনেনচিয়েল টাইমচ’ত প্ৰকাশ পোৱা খবৰ অনুসৰি, ২০২১ চনৰ প্ৰথমভাগত কোম্পানীটোৰ শীৰ্ষ অধিকাৰীসকলৰ মাজত বিনিময় হোৱা এক ৰিপ’টত এই কথা লিপিবদ্ধ আছিল। পশু খাদ্য আৰু বিশেষভাৱে উৎপাদিত মেডিকেল নিউট্ৰিচন, শিশু খাদ্যৰ বাদে নেষ্টলেৰ খাদ্যশ্ৰেণীৰ পৰা  ৩৭ শতাংশ সামগ্ৰীয়েই অষ্ট্ৰেলিয়াৰ হেল্থ ষ্টাৰ ৰেটিং পদ্ধতিৰ পৰা মাত্ৰ ৩.৫ ৰেটিং লাভ কৰিছে। FTৰ প্ৰতিবেদন অনুসৰি, কোম্পানীটোৰ সমূহ উৎপাদনৰ ৭০ শতাংশ খাদ্যদ্ৰব্য আৰু বিশুদ্ধ কফিৰ বাদে ৯০ শতাংশ পানীয়ই স্বাস্থ্যৰ বাবে উপযুক্ত খাদ্যৰূপে ৰেটিং লাভত ব্যৰ্থ। এই বাতৰিৰ প্ৰতিক্ৰিয়া হিচাপে বিশ্বৰ অন্যতম বৃহৎ খাদ্য প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে জনাইছে যে তেওঁলোকৰ সামগ্ৰীৰ গুণগত মান বৃদ্ধিৰ প্ৰক্ৰিয়াৰ অংশ হিচাপেহে প্ৰতিষ্ঠানটোৱে তেনে এক প্ৰতিবেদন যুগুত কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24magginestle
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?
জীৱনশৈলী

May 22, 2026
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?
জীৱনশৈলী

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

May 22, 2026
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে
জীৱনশৈলী

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

May 22, 2026
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল
জীৱনশৈলী

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

May 22, 2026
Next Post
ৰামদেৱৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰে গুজৰাট চৰকাৰে

বন্ধন বেংকৰ সহযোগী বন্ধন কন্নগৰৰ সহায়ৰ হাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন