• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডেৰ কোটিৰ ফ্লেট, দামী বাহন, গৰু, মাটি ইত্যাদি ইত্যাদি, ২৬ বছৰীয়া ৰাজনৈতিক কেৰিয়াৰত কিমান সম্পত্তিৰ গঢ়িছে নীতিশ কুমাৰে?

ডেৰ কোটিৰ ফ্লেট, দামী বাহন, গৰু, মাটি ইত্যাদি ইত্যাদি, ২৬ বছৰীয়া ৰাজনৈতিক কেৰিয়াৰত কিমান সম্পত্তিৰ গঢ়িছে নীতিশ কুমাৰে?

3 years ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

15 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

15 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

16 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

16 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

16 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

17 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

17 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

18 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

19 hours ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

20 hours ago
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

21 hours ago
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ডেৰ কোটিৰ ফ্লেট, দামী বাহন, গৰু, মাটি ইত্যাদি ইত্যাদি, ২৬ বছৰীয়া ৰাজনৈতিক কেৰিয়াৰত কিমান সম্পত্তিৰ গঢ়িছে নীতিশ কুমাৰে?

editor by editor
January 31, 2024
in ৰাজনীতি, লেখা
0
ডেৰ কোটিৰ ফ্লেট, দামী বাহন, গৰু, মাটি ইত্যাদি ইত্যাদি, ২৬ বছৰীয়া ৰাজনৈতিক কেৰিয়াৰত কিমান সম্পত্তিৰ গঢ়িছে নীতিশ কুমাৰে?
0
SHARES
579
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আকৌ জোঁট সলনি কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। ‘মহাজোঁটবন্ধন’ এৰি আকৌ এবাৰ এনডিএ’ৰ হাতত ধৰিছে জেডিইউ প্রধান নীতিশে। নীতিশৰ জোঁট সলনিৰ খবৰে ইতিমধ্যেই ৰাজনীতিত তোলপাৰো লগাইছে। ইণ্ডিয়া জোঁটৰ পৰা নীতিশ আঁতৰি অহাৰ পাছতেই শাসকদলে পোনপটীয়াতৈ ইতিকিঙো কৰিছে ইণ্ডিয়া জোঁটক।

দেওবাৰে পুৱা বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তাফা দি বিজেপিৰ সমৰ্থনত বিয়লী আকৌ মুখ্যমন্ত্ৰীৰ আসনত বহিছে নীতিশ। নীতিশৰ দীৰ্ঘ ৰাজনৈতিক জীৱনত পাভলুটিৰ ঘটনা এয়াই প্ৰথম নহয়। পূৰ্বেও নীতিৰ দোহাই দি নীতিশে জোঁট সলনি কৰিছিল। নীতিশৰ ৰাজনৈতিক কেৰিয়াৰ সম্পৰ্কে জনতাই জানিবলৈ আগ্ৰহ নকৰিলেও তেওঁৰ সম্পত্তিৰ বিষয়ে কিন্তু বহুজনেই জানিব বিচাৰে। ৰাজনৈতিক নেতাসকলৰ বিপুল পৰিমানৰ সম্পত্তি থকাটো সাধাৰণ ঘটনাই হৈ পৰিছে, তেনেক্ষেত্ৰত নীতিশ কিমান শ কোটিৰ অধিকাৰী থোৰতে জানি থওক।

২০২৩ চনৰ শেষ দিনত অৰ্থাৎ ৩১ ডিচেম্বৰত মন্ত্ৰীপৰিষদক সদস্যসকলে সম্পত্তিৰ খতিয়ান দাঙি ধৰিছিল নীতিশ কুমাৰ চৰকাৰে। সেই তথ্য প্ৰকাশিত হৈছিল বিভিন্ন সংবাদমাধ্যমত। সংবাদমাধ্যমসমূহে প্ৰকাশ কৰা প্ৰতিবেদনমতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশৰ হাতত নগদ ধনৰ পৰিমান মাত্ৰ ২২ হাজাৰ টকা। তিনিটা বেংক একাউণ্টত জমা হৈ আছে মুঠ ৪৮হাজাৰ টকা। তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমান ১৬লাখ ৮৪হাজাৰ টকা। ইয়াৰোপৰি দিল্লীৰ দ্বাৰকা এলেকাত আছে হাজাৰ বৰ্গফুটৰ এটা ফ্লেট আছে।

২০০৪ চনত প্ৰায় ১৪ লাখ টকাৰ বিনিময়ত সেই ফ্লেট ক্ৰয় কৰিছিল নীতিশে। বৰ্তমান সেই ফ্লেটৰ দাম প্ৰায় ডেৰ কোটি টকা। ইয়াৰোপৰি জেডিইউ প্রধানৰ হাতত আছে ১১ লাখ ৩২ হাজাৰ টকা মূল্যৰ এখন ফৰ্ড ইকোস্পোৰ্ট কাৰ। ইয়াৰ সৈতে ১.২৮ লাখ টকা দামী দুটা সোনৰ আৰু এটা ৰূপৰ আঙুঠি। নীতিশৰ অস্থাৱৰ সম্পত্তিৰ ভিতৰত ১৩টা গৰু আৰু ১০টাকৈ গৰু পোৱালী আছে। সেইসমূহৰ মুঠ দাম হ’বগৈ প্ৰায় ডেৰ লাখ টকা। ২০১৮ চনৰ বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে নীতিশে যি নিৰ্বাচনী হলফনামা কমিছনৰ হাতত জমা দিছিল সেই নিৰ্বাচনী শপতনামাত উল্লেখ থকামতে তেওঁ মুঠ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৬লাখ টকা।

স্থাৱক সম্পত্তি বুলিবলৈ নীতিশৰ কেৱল দিল্লীত থকা বিশেষ ফ্লেটটোৱেই। তেতিয়া সেই ফ্লেটৰ বজাৰমূল্য আছিল ৪০লাখ টকা। নীতিশৰ পুৰণি জোঁটসংগী তথা সদ্যপ্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ সম্পত্তিৰ পৰিমান কিন্তু নীতিশতকৈ কেইবাগুণো বেছি। প্ৰতিবেদন অনুসৰি তেজস্বীৰ হাতত নগদ ধনৰ পৰিমান ৫০হাজাৰ টকা। পত্নী ৰাজশ্ৰীৰ হাতত আছে এক লাখ টকা। তেজস্বীৰ বেংক একাউণ্টত জমা আছে ৫৪ লাখ টকা। ইয়াৰোপৰি তেওঁৰ হাতত ৫.৩৮লাখ টকাৰ শ্বেয়াৰ আৰু ২০০গ্ৰাম সোনো আছে। তেওঁৰ পত্নীৰ হাতত আছে ৪৮০ গ্ৰাম সোন। তেজস্বীৰ সম্পদৰ মাজত আছে পাটনাৰ ফুলৱাৰি শ্বৰিফত দুবিঘা মাটি, গোপালগঞ্জত দু’বিঘা কৃষিভূমি আৰু দানপুৰত ৮কঠা মাটি। ধানৌত আৰু গৰ্দানিবাগত আছে ৩৬ লাখ টকা মূল্যৰ মাটি।

উল্লেখ্য যে, আৰ জে ডি আৰু কংগ্ৰেছৰ সৈতে সংগ ত্যাগৰ পাছত দেওবাৰে বিয়লি নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰী পদত শপত লৈছে নীতিশে। উপমুখ্যমন্ত্ৰীল হিচাপে শপত হৈছে বিজেপিৰ সম্ৰাট চৌধুৰী আৰু বিজয়কুমাৰ সিনহাই। ইয়াৰোপৰি নীতিশৰ মন্ত্ৰীসভাত ঠাই পাইছে জেডিইউৰ বিজয়কুমাৰ চৌধুৰী, শ্ৰৱণ কুমাৰ, বিজেন্দ্ৰ যাদৱ আৰু বিজেপিৰ প্ৰেম কুমাৰে। বিহাৰৰ একমাত্ৰ নিৰ্দলীয় বিধায়ক সুমিত কুমাৰ সিংহইয়ো মন্ত্ৰী হিচাপে শপত লৈছে নীতিশৰ নতুন মন্ত্ৰীসভাত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24best news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

August 29, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

August 29, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

August 29, 2026
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

August 29, 2026
Next Post
ইমৰাণৰ সৈতে এইবাৰ পত্নীও… জীৱনৰ বাকীছোৱা কাল জে’লতেই পাৰ হ’ব নেকি ইমৰাণ আৰু পত্নীৰ?

ইমৰাণৰ সৈতে এইবাৰ পত্নীও... জীৱনৰ বাকীছোৱা কাল জে’লতেই পাৰ হ’ব নেকি ইমৰাণ আৰু পত্নীৰ?

চাকৰিৰ সুযোগ আহিছে লাখ লাখ ভাৰতীয়লৈ! দেশলৈ আহিব বিদেশী মুদ্ৰা! ইজৰাইললৈ যাবলৈ সাঁজু ৫০০০ শ্ৰমিক

চাকৰিৰ সুযোগ আহিছে লাখ লাখ ভাৰতীয়লৈ! দেশলৈ আহিব বিদেশী মুদ্ৰা! ইজৰাইললৈ যাবলৈ সাঁজু ৫০০০ শ্ৰমিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.