• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাই এখনো নিজা বাহন! মুঠ কিমান সম্পত্তিৰ অধিকাৰী শিৱৰাজ?

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাই এখনো নিজা বাহন! মুঠ কিমান সম্পত্তিৰ অধিকাৰী শিৱৰাজ?

3 years ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

33 minutes ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

52 minutes ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

2 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

2 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

3 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

4 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

5 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

5 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

7 hours ago
কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

8 hours ago
বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাই এখনো নিজা বাহন! মুঠ কিমান সম্পত্তিৰ অধিকাৰী শিৱৰাজ?

editor by editor
November 2, 2023
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাই এখনো নিজা বাহন! মুঠ কিমান সম্পত্তিৰ অধিকাৰী শিৱৰাজ?
0
SHARES
216
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সন্মুখত মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচন৷ বিজেপিয়ে এইবাৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ টিকট দিছে বুধনি বিধানসভা সমষ্টিৰ পৰা৷ এই আসনৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব৷ ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে শিৱৰাজ সিং চৌহানে৷ মনোনয়ন দাখিলৰ পাছতেই ভাইৰেল হৈছে শিৱৰাজ সিং চৌহানৰ সম্পত্তিৰ তালিকা৷ তেওঁৰ পত্নীৰ সম্পত্তিৰ পৰিমাণ পূৰ্বতকৈ বহু পৰিমানে বৃদ্ধি পাইছে৷ কমিছনে জমা দিয়া হলফনামা অনুসৰি পাঁচ বছৰত পাঁচ লাখ টকা কমি গৈছে শিৱৰাজ সিং চৌহানৰ সম্পত্তিৰ পৰিমান৷ শিৱৰাজতকৈ তেওঁৰ পত্নীৰ সম্পত্তি বৃদ্ধি পাইছে৷ পত্নী সাধনা সিঙৰ সম্পদ বৃদ্ধি হৈছে প্ৰায় ৮৯ লাখ টকা৷ উভয়ৰ সম্পদ একেলগ কৰিলে তেওঁৰ মুঠ সম্পত্তি বৃদ্ধি পাইছে ৮৪লাখ টকা৷

সোমবাৰে বুধনি বিধানসভা আসনত মনোনয়ন জমা দিছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে৷ ২০১৮ চনত মুখ্যমন্ত্ৰী শিৱৰাজে মনোনয়ন দাখিল কৰোতে তেওঁৰ পত্নীৰ মুঠ আয় আছিল ৭.৭৮ কোটি টকা৷ ২০২৩ৰ নিৰ্বাচনৰ সময়ত জমা দিয়া মনোনয়নত শিৱৰাজ আৰু তেওঁৰ পত্নীৰ সন্মিলীত আয় ৮.৬২ কোটি৷ বিগত ৫ বছৰত মুখ্যমন্ত্ৰীৰ পত্নীৰ আয় বহু পৰিমানে বৃদ্ধি হৈছে৷ ২০১৮ চনত শিৱৰাজৰ আয় আছিল ৩.২৬ কোটি৷ ২০২৩ চনত আয়ৰ পৰিমান ৩.২১ কোটিলৈ কমিছে৷ আনহাতে ২০১৮ চনত শিৱৰাজৰ পত্নী সাধনা সিঙৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ আছিল ৪.৫২ কোটি৷ পাঁচ বছৰত এই সম্পত্তিৰ পৰিমান বাঢ়ি হৈছেগৈ ৮৯ লাখ৷ বৰ্তমান সেই সম্পত্তিৰ পৰিমান ৫.৪১ কোটি৷ ইয়াৰোপৰি বিগত নিৰ্বাচনৰ সময়ত শিৱৰাজ সিঙে তেওঁৰ সন্তান কুণালৰ শিক্ষাৰ বাবে ২৭ লাখ টকা শিক্ষা ঋণ লৈছিল৷

বিগত নিৰ্বাচনত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে তেঁওৰ সম্পত্তিৰ বিৱৰণত পৈতৃক সম্পত্তিৰ উল্লেখ নাই কৰা৷ সেই সময়ত শিৱৰাজৰ নামত মুঠ সম্পত্তিৰ পৰিমাণ আছিল ৩.২৬ কোটি টকা৷ এইবাৰ মনোনয়ন দাখিল কৰোতে তেওঁ পিতৃৰ পৰা পোৱা সম্পত্তিৰ কথাও উল্লেখ কৰিছে৷ এইবাৰ তেওঁ পিতৃৰ সম্পত্তি ভাগ বটোৱাৰা হৈ ৪ একৰ ভূমিৰ মাজত ৬ভাগ লাভ কৰাৰ কথা লিখিছে৷ পিতৃৰ সম্পত্তি লাভ কৰিলেও তেওঁৰ মুঠ সম্পত্তি বৃদ্ধি নাপালে৷ বৰ্তমান তেওঁৰ সম্পত্তিৰ পৰিমান ৩.২১ কোটি৷ বেংকত শিৱৰাজ আৰু সাধনাৰ জমাৰ পৰিমান ১ কোটি ৩২ লাখ টকা৷ শিৱৰাজৰ বেংক একাউণ্টত জমা থকা ধনৰ পৰিমান হৈছে ৯২.৭৯ লাখ৷ সাধনা সিঙৰ বেংক একাউণ্টত জমা আছে ৭১.৮৭ লাখ টকা৷ ৫ বছৰ পূৰ্বে জমা দিয়া তথ্যত শিৱৰাজৰ একাউণ্টত ২০.২৬ লাখ টকা আৰু সাধনা সিঙৰ একাউণ্টত ১১.২০ লাখ টকা জমা কৰিছে৷ শিৱৰাজৰ নামত কোনো নিজস্ব বাহন নাই৷ ২০১৮ চনত শিৱৰাজৰ পত্নী সাধনা সিঙৰ নামত এখন এম্বেচাডৰ বাহন আছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন
জীৱনশৈলী

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

September 1, 2026
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’
বিনোদন

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

September 1, 2026
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ
জীৱনশৈলী

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

September 1, 2026
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা
ভাৰত

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

September 1, 2026
Next Post
এক্সত এইবাৰ লাভ কৰিব ডেটিং এপৰ সুবিধা! নতুন সংযোজনক লৈ কি ক’লে এলন মাস্কে?

এক্সত এইবাৰ লাভ কৰিব ডেটিং এপৰ সুবিধা! নতুন সংযোজনক লৈ কি ক’লে এলন মাস্কে?

কামাখ্যা মন্দিৰ কিয় ইমান বিখ্যাত, কিয় দুৰ্গাপূজা আৰু নৱৰাত্ৰীত দলে দলে ভক্তই এই মন্দিৰত ভিৰ কৰে?

কামাখ্যা মন্দিৰ কিয় ইমান বিখ্যাত, কিয় দুৰ্গাপূজা আৰু নৱৰাত্ৰীত দলে দলে ভক্তই এই মন্দিৰত ভিৰ কৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.