• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰণবীৰে ওঁঠত লিপষ্টিক ল’লে বেয়া পায় বাবেই আলিয়াই সলাইছে মেকআপ! ৰণবীৰৰ বাবেই কৰিলে ওঁঠৰ ছাৰ্জাৰীও? সবিশেষ…

ৰণবীৰে ওঁঠত লিপষ্টিক ল’লে বেয়া পায় বাবেই আলিয়াই সলাইছে মেকআপ! ৰণবীৰৰ বাবেই কৰিলে ওঁঠৰ ছাৰ্জাৰীও? সবিশেষ…

3 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

5 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

6 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

7 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

8 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

9 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

9 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

10 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

10 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

11 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

11 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ৰণবীৰে ওঁঠত লিপষ্টিক ল’লে বেয়া পায় বাবেই আলিয়াই সলাইছে মেকআপ! ৰণবীৰৰ বাবেই কৰিলে ওঁঠৰ ছাৰ্জাৰীও? সবিশেষ…

editor by editor
September 19, 2023
in Uncategorized, জীৱনশৈলী, ভাৰত
0
ৰণবীৰে ওঁঠত লিপষ্টিক ল’লে বেয়া পায় বাবেই আলিয়াই সলাইছে মেকআপ! ৰণবীৰৰ বাবেই কৰিলে ওঁঠৰ ছাৰ্জাৰীও? সবিশেষ…
0
SHARES
238
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৫বছৰৰ প্ৰেমৰ অন্তত বিগত বৰ্ষৰ এপ্ৰিল মাহত বিবাহপাশত আৱদ্ধ হৈছিল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্ট৷ বিগত নৱেম্বৰত আলিয়া ৰণবীৰৰ কোলালৈ আহিছে এগৰাকী কন্যা সন্তান৷ ৰাহা কাপুৰৰ জন্মৰ পাছতেই সলনি হৈছে আলিয়াৰ লাইফষ্টাইল৷ স্বামী ৰণবীৰ আৰু ৰাহাক লৈ সুখী সংসাৰ আলিয়াৰ৷ এইসমূহৰ মাজতেই হলীউডতো ভৰি দিছে অভিনেত্ৰী আলিয়াই৷

‘ৱাণ্ডাৰ ওইমেন’ খ্যাত হলিউড তাৰকা গেল গাডোটৰ সৈতে আলিয়াই অভিনয় কৰিছে হাৰ্ট অফ ষ্টোন ছবিত৷ এই ছবিৰ প্ৰচাৰৰ সময়ত এক সাক্ষাৎকাৰত আলিয়াই কৈছিল, ‘স্বামী ৰণবীৰে তেওঁ লিপষ্টিক লগোৱাটো একেবাৰেই পছন্দ নকৰে৷ সেয়ে স্বামীৰ সৈতে বাহিৰলৈ ওলাওতে প্ৰায়েই লিপষ্টিক নলও৷’ সম্প্ৰতি আলিয়াক তেওঁৰ বন্ধু আকাংক্ষা ৰঞ্জনৰ জন্মদিনৰ পাৰ্টীত নীলা পোছাকত দেখা গৈছে৷ অভিনেত্ৰীৰ পোছাকক লৈ প্ৰায়সংখ্যক অনুৰাগীয়েই মন্তব্য কৰিছে৷

আলিয়াই নিজকে সলনি কৰিছে৷ ওঁঠৰ আকৃতিও সলনি কৰিছে আলিয়াই৷ হয়তো তেওঁ ছাৰ্জাৰী কৰিছে৷ বহুতৰে মন্তব্য যে, ৰণবীৰ আব্দাৰতেই আলিয়াই নিজকে সলনি কৰিব ধৰিছে৷ কাৰণ তেওঁৰ স্বামী ৰণবীৰে লিপষ্টিক একেবাৰেই পছন্দ নহয়৷ আলিয়াই বিষয়টোক লৈ এক মন্তব্যত কৈছে, ‘ৰণবীৰৰ ওঁঠৰ স্বাভাৱিক ৰং ভীষণ পছন্দৰ৷ মই লিপষ্টিক ললেই তেওঁ মছিবলৈ কৈ থাকে৷’ আলিয়াৰ এই মন্তব্যক লৈ আচৰিতো হৈছে নেটিজেন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
Next Post
‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে…’ আহিন মানেই উৎসৱ, আহিন মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ

‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে...’ আহিন মানেই উৎসৱ, আহিন মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ

মাত্ৰ ৪৮ ঘণ্টা, হাড়কঁপোৱা ঠাণ্ডাত চন্দ্ৰৰ বুকুত আকৌ সাৰ পাবনে বিক্ৰম আৰু প্ৰজ্ঞান? মুখ খুলিছে ইছৰোৰ বিজ্ঞানীয়ে

মাত্ৰ ৪৮ ঘণ্টা, হাড়কঁপোৱা ঠাণ্ডাত চন্দ্ৰৰ বুকুত আকৌ সাৰ পাবনে বিক্ৰম আৰু প্ৰজ্ঞান? মুখ খুলিছে ইছৰোৰ বিজ্ঞানীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.