• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৮ ঘণ্টাত ১০ মহলাৰ অট্টালিকা নিৰ্মাণ চীনৰ

২৮ ঘণ্টাত ১০ মহলাৰ অট্টালিকা নিৰ্মাণ চীনৰ

5 years ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

2 minutes ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

24 minutes ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

42 minutes ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

1 hour ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

2 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

3 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

3 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

4 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

5 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

6 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

7 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

২৮ ঘণ্টাত ১০ মহলাৰ অট্টালিকা নিৰ্মাণ চীনৰ

editor by editor
June 19, 2021
in গুৱাহাটী, প্ৰযুক্তি, বিবিধ, বিশ্ব
0
২৮ ঘণ্টাত ১০ মহলাৰ অট্টালিকা নিৰ্মাণ চীনৰ
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ চীনৰ এটা শেহতীয়া ইউটিউব ভিডিঅ’ই ছ’চিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অবিশ্বাস্য যেন লগা আন এক কাৰ্য সম্পাদন কৰি এইবাৰ চৰ্চাত চীন। ২৮ ঘণ্টা ৪৫ মিনিটত চীনে সাজি উলিয়াইছে এক গগনচুম্বী অট্টালিকা। ১৩ জুনত ১০ মহলাৰ এটা অট্টালিকা সাজি উলিয়াইছে চীনৰ ব্ৰুড গ্ৰুপ নামৰ এটা সংস্থাই। কেনেদৰে অতি কম সময়তে এই কাৰ্য সম্পাদন কৰিছে তাৰ এটি ৫ মিনিটৰ ভিডিঅ’ প্ৰকাশ কৰিছে ইউটিউবত। ‘প্ৰিফেব্ৰিকেটেড কনষ্ট্ৰাকচন চিষ্টেম’ৰ জৰিয়তে কম সময়ত নিৰ্মাণ কৰা হৈছে এই অট্টালিকাটো। CNNৰ ৰিপোৰ্ট অনুসৰি, ১০ মহলাৰ এই অট্টালিকাটো সাজিবলৈ তিনিখন ক্ৰেনৰ ব্যৱহাৰ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24china building construction
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

July 27, 2026
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ
বিনোদন

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

July 27, 2026
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?
বাণিজ্য

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

July 27, 2026
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!
জীৱনশৈলী

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

July 27, 2026
Next Post
ৰূপজ্যোতিৰ বচন, ৰূপজ্যোতিৰ মোচন

ৰূপজ্যোতিৰ বচন, ৰূপজ্যোতিৰ মোচন

ছেপ্টেম্বৰত ক’ৰোনাৰ তৃতীয় লহৰ, AIIMSৰ মুৰব্বীৰ সতৰ্কবাণী

ছেপ্টেম্বৰত ক’ৰোনাৰ তৃতীয় লহৰ, AIIMSৰ মুৰব্বীৰ সতৰ্কবাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.