• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্মানীয় ড০ ডিগ্ৰী  লবৰ বাবে একেলগে মঞ্চত অসমৰ জুবিন আৰু মেঘালয়ৰ লৌ মাজাউ

সন্মানীয় ড০ ডিগ্ৰী  লবৰ বাবে একেলগে মঞ্চত অসমৰ জুবিন আৰু মেঘালয়ৰ লৌ মাজাউ

2 years ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

18 minutes ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

1 hour ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

2 hours ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

2 hours ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

3 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

4 hours ago
আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

6 hours ago
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

6 hours ago
চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

7 hours ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

7 hours ago
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সন্মানীয় ড০ ডিগ্ৰী  লবৰ বাবে একেলগে মঞ্চত অসমৰ জুবিন আৰু মেঘালয়ৰ লৌ মাজাউ

editor by editor
August 27, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
সন্মানীয় ড০ ডিগ্ৰী  লবৰ বাবে একেলগে মঞ্চত অসমৰ জুবিন আৰু মেঘালয়ৰ লৌ মাজাউ
0
SHARES
472
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সন্মানীয় ড০ ডিগ্ৰী  লবৰ বাবে একেলগে মঞ্চত অসমৰ জুবিন আৰু মেঘালয়ৰ লৌ মাজাউ

২০২৪ চনৰ ২৭ আগষ্ট মঙলবাৰে আজি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় (University of Science and Technology Meghalaya )ৰ দশম সমাৱৰ্তন (Convocation ) অনুষ্ঠানত মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয়শংকৰে বিভিন্ন উপাচাৰ্য, শিক্ষাবিদ, বিশিষ্ট অতিথি, আৰু হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে উপস্থিত হৈছে।

আজিৰ এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী বিশিষ্ট সাংস্কৃতিক ব্যক্তিক সন্মানীয় ডাক্তৰ অৱ লেটাৰ্ছ (ডি.লিট) ডিগ্ৰী প্ৰদান কৰা হ’ব। অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু মেঘালয়ৰ প্ৰখ্যাত পপ-ৰক শিল্পী লৌ মাজাউৱে ৰাজ্যপালৰ এই সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিব।

গায়ক, সংগীত পৰিচালক, সুৰকাৰ, গীতিকাৰ, সংগীত প্ৰযোজক, অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, আৰু দানবীৰ হিচাপে উল্লেখযোগ্য অৱদান আগবঢ়োৱা জুবিন গাৰ্গ বহুমুখী প্ৰতিভা বিশেষকৈ গাণৰ বাবে বিখ্যাত। তেখেতৰ কৰ্মৰাজি অসমীয়া, বাংলা, আৰু বলীউডৰ সংগীত আৰু চলচ্চিত্ৰক সামৰি লৈছে।

আনহাতে  ভাৰতৰ বব ডিলান বুলি নাম থকা লৌ মাজাউ আজি এই একে সন্মান লাভ কৰিব। তেওঁ এজন গল্পকাৰ, সামাজিক মন্তব্যকাৰী, আৰু সাংস্কৃতিক আইকন, যাৰ শক্তিশালী কণ্ঠ আৰু গীতৰ কথাই প্ৰেম, বেদনা আৰু খাচী জীৱনশৈলীৰ সাৰমৰ্মক ধৰি ৰাখিছে।

২৭ আগষ্টৰ পুৱা ১১ বজাৰ পৰা ইউ এছ টি এমৰ চেণ্ট্ৰেল অডিটৰিয়ামত সমাৱৰ্তন আৰম্ভ হৈছে।  এই অনুষ্ঠানত মুঠ ১৬৩৯ গৰাকী স্নাতকে ডিগ্ৰী লাভ কৰিব, য’ত ১৭ জন পি এইচ ডি।  ইয়াৰ বাহিৰে ৯০৬ গৰাকী স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰী, আৰু ৭১৬ গৰাকী স্নাতক ছাত্ৰ-ছাত্ৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamDoctorate DegreeLou Majawmeghalayazubeen garg
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ
অসম

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

March 20, 2026
Next Post
T20 বিশ্বকাপ ২০২৪ ৰ সূচী প্ৰকাশ, কেতিয়া কেতিয়া খেল আছে ভাৰতৰ, ২০ অক্টোবৰত ফাইনেল

T20 বিশ্বকাপ ২০২৪ ৰ সূচী প্ৰকাশ, কেতিয়া কেতিয়া খেল আছে ভাৰতৰ, ২০ অক্টোবৰত ফাইনেল

কলকাতা ঘটনাৰ নতুন তথ্য সদৰি, নিশা ৩ বজালৈ ঠিকে আছিল সকলো, অভিযুক্ত সঞ্জয়ৰ অকপত স্বীকাৰোক্তি

কলকাতা ঘটনাৰ নতুন তথ্য সদৰি, নিশা ৩ বজালৈ ঠিকে আছিল সকলো, অভিযুক্ত সঞ্জয়ৰ অকপত স্বীকাৰোক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.