• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলকাতা ঘটনাৰ নতুন তথ্য সদৰি, নিশা ৩ বজালৈ ঠিকে আছিল সকলো, অভিযুক্ত সঞ্জয়ৰ অকপত স্বীকাৰোক্তি

কলকাতা ঘটনাৰ নতুন তথ্য সদৰি, নিশা ৩ বজালৈ ঠিকে আছিল সকলো, অভিযুক্ত সঞ্জয়ৰ অকপত স্বীকাৰোক্তি

2 years ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

11 minutes ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

25 minutes ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

48 minutes ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

2 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

2 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

3 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

3 hours ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

4 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

5 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

6 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

7 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কলকাতা ঘটনাৰ নতুন তথ্য সদৰি, নিশা ৩ বজালৈ ঠিকে আছিল সকলো, অভিযুক্ত সঞ্জয়ৰ অকপত স্বীকাৰোক্তি

editor by editor
August 27, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কলকাতা ঘটনাৰ নতুন তথ্য সদৰি, নিশা ৩ বজালৈ ঠিকে আছিল সকলো, অভিযুক্ত সঞ্জয়ৰ অকপত স্বীকাৰোক্তি
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলকাতা ঘটনাৰ পুনৰ নতুন তথ্য সদৰি, নিশা ৩ বজালৈ ঠিকে আছিল সকলো, অভিযুক্ত সঞ্জয়ৰ অকপত স্বীকাৰোক্তি

কলকাতাৰ আৰ জি কাৰ হাস্পতালত এগৰাকী চিকিৎসকৰ ধৰ্ষণ হত্যাৰ গোচৰত দুটা ডাঙৰ তথ্য প্ৰকাশ। চিবিআইৰ তদন্তত পোহৰলৈ আহিছে যে এই ঘটনাৰ নিশা প্ৰায় ৩ বজালৈকে মহিলা চিকিৎসকগৰাকী জীয়াই আছিল, যাৰ প্ৰমাণ পোৱা গৈছে। আনহাতে অভিযুক্ত সঞ্জয় ৰায়ক ঘটনাৰ নিশা প্ৰায় ৪ বজাত চিকিৎসালয়ত দেখা পোৱাৰ কথাও প্ৰকাশ পাইছে।

চিকিৎসালয়ত সঞ্জয়ক ৰোগী আৰু আত্মীয়ই প্ৰত্যক্ষ কৰিছিল। চিচিটিভিৰ ফুটেজ চাই সকলোৱে এই চিনাক্তকৰণ কৰে। সঞ্জয়েও জানিছিল যে আৰক্ষীয়ে তাক বিচাৰিছে, ইয়াৰ পিছতো অভিযুক্তই ঘৰলৈ গৈ সুৰা সেৱন কৰি শুই গৈছিল।

চিবিআইৰ সূত্ৰ অনুসৰি যোৱা ৯ আগষ্টৰ পুৱা প্ৰায় ২:৪৫ বজাত চিকিৎসকগৰাকী জীয়াই আছিল আৰু এই কথা নিশ্চিত কৰিছে হোৱাটছএপ যোগে সম্পৰ্কীয় কাৰোবাক দিয়া মেছেজৰ উত্তৰত। জেৰাৰ সময়ত চিকিৎসকৰ সম্পৰ্কীয়ই সেই বাৰ্তা দেখুৱাইছিল, যিটো প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হ’ব, কিন্তু চিবিআইয়েও জানিবলৈ চেষ্টা কৰিছে যে এই বাৰ্তাটো চিকিৎসকে নিজেই প্ৰেৰণ কৰিছিল নে আন কোনোৱে চিকিৎসগৰাকীৰ মোবাইল ব্যৱহাৰ কৰিছিল।

আনহাতে প্ৰমাণ হিচাপে চিবিআইয়ে জব্দ কৰিছে সঞ্জয় ৰায়ৰ বাইক। এই বাইকখনত কলকাতা পুলিচ লিখা আছে, সেয়েহে চিবিআইয়ে তদন্ত কৰি আছিল যে বাইকখনত কলকাতা পুলিচ কিয় লিখা আছিল? এই বিষয়ে তদন্ত কৰোতে বাইকখনৰ কাগজ-পত্ৰ পৰীক্ষা কৰাৰ সময়ত সঞ্জয় ৰায়ৰ বাইকখন আৰক্ষী আয়ুক্তৰ নামত পঞ্জীয়ন হোৱা বুলি ধৰা পৰে যদিও উপায়ুক্তৰ নাম প্ৰকাশ কৰা হোৱা নাই যদিও বাইকখনৰ সত্যতা ওলাই পৰিছে ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: kolkataKolkata rape and murder casemain Accusedrape and murder caseSanjay Rai
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?
বিনোদন

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

August 18, 2026
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত
জীৱনশৈলী

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

August 18, 2026
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?
অপৰাধ

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

August 18, 2026
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ
জীৱনশৈলী

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

August 18, 2026
Next Post
‘উজনি অসমলৈ যাব নোৱাৰিব মিঞা, কোনো কাৰণতে মিঞাক দখল কৰিবলৈ দিয়া নহ’ব অসম’- মুখ্যমন্ত্ৰী

'উজনি অসমলৈ যাব নোৱাৰিব মিঞা, কোনো কাৰণতে মিঞাক দখল কৰিবলৈ দিয়া নহ'ব অসম'- মুখ্যমন্ত্ৰী

ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন, এই ৩ ৰাশি ৩ মাহৰ ভিতৰত লাখপতি হ’ব খাটাং

ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন, এই ৩ ৰাশি ৩ মাহৰ ভিতৰত লাখপতি হ’ব খাটাং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.