• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত নহয়, আমেৰিকাতে নিৰ্মাণ কৰক আইফোন- এপলৰ CEOক ট্ৰাম্পৰ পৰামৰ্শ

ভাৰতত নহয়, আমেৰিকাতে নিৰ্মাণ কৰক আইফোন- এপলৰ CEOক ট্ৰাম্পৰ পৰামৰ্শ

1 year ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

7 minutes ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

1 hour ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

2 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

3 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

17 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

18 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

18 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

19 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

19 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

20 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

21 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভাৰতত নহয়, আমেৰিকাতে নিৰ্মাণ কৰক আইফোন- এপলৰ CEOক ট্ৰাম্পৰ পৰামৰ্শ

editor by editor
May 15, 2025
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ভাৰতত নহয়, আমেৰিকাতে নিৰ্মাণ কৰক আইফোন- এপলৰ CEOক ট্ৰাম্পৰ পৰামৰ্শ
0
SHARES
673
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত নহয়, আমেৰিকাতে নিৰ্মাণ কৰক আইফোন- এপলৰ CEOক ট্ৰাম্পৰ পৰামৰ্শ

ভাৰত সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সুৰ বৰ্তমানে সলনি হৈছে। এতিয়া ট্ৰাম্পে এপলৰ চিইঅ’ টিম কুকক ভাৰতত আইফোনৰ কাৰখানা স্থাপন নকৰিবলৈ পৰামৰ্শ দিছে।

বৃহস্পতিবাৰে ট্ৰাম্পে কয় যে তেওঁ এপলৰ চিইঅ’ টিম কুকক ভাৰতলৈ এপলৰ নিৰ্মাণ কাৰখানা স্থানান্তৰিত কৰাৰ পৰিৱৰ্তে আমেৰিকাতে নিৰ্মাণত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিছে।

বিগত পাঁচ বছৰত ভাৰতে আইফোন উৎপাদনৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা এবছৰত এপলে ভাৰতত ৬০ শতাংশ অধিক ফোন নিৰ্মাণ কৰিছিল।

যাৰ বাবেই ট্ৰাম্পে এপলৰ চি ই অক কয় যে, ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক শুল্ক থকা দেশসমূহৰ ভিতৰত অন্যতম, আৰু ইয়াত যিকোনো বস্তু বিক্ৰী কৰাটো অতি কঠিন।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সমগ্ৰ বিশ্বতে আইফোন আৰু মেকবুক অতি জনপ্ৰিয় এপলে এতিয়া আমেৰিকাত নিজৰ উৎপাদন বৃদ্ধি কৰিবলৈ ওলাইছে।

বৰ্তমান ভাৰতত এপলৰ তিনিটা উদ্যোগ আছে – তামিলনাডুত ২টা আৰু কৰ্ণাটকত এটা। ইয়াৰে এটা ফক্সকনে পৰিচালনা কৰে, আনহাতে বাকী দুটা টাটা গ্ৰুপে পৰিচালনা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Apple CompanyDonald TrumpIndia AmericaiPhone Company
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

September 8, 2026
Next Post
বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰ কোন ? শীৰ্ষ ৫ ৰ ভিতৰত ৩গৰাকীয়ে ভাৰতৰ

বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰ কোন ? শীৰ্ষ ৫ ৰ ভিতৰত ৩গৰাকীয়ে ভাৰতৰ

১৮ বছৰৰ পাছত চিনি পাবনে হেই বেবীৰ এঞ্জেলক, প্ৰীতি জিণ্টাৰ কাৰ্বন কপি

১৮ বছৰৰ পাছত চিনি পাবনে হেই বেবীৰ এঞ্জেলক, প্ৰীতি জিণ্টাৰ কাৰ্বন কপি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.