অসম লাইভ ২৪ঃ এতিয়াৰে পৰা নিশা ৩ বজাতো উপলব্ধ হ’ব সুৰা। ৩ বজাপৰ্যন্ত খোলা থাকিব হোটেল-ৰেস্তোৰাঁ আৰু বাৰসমূহ। পূৰ্বৰ নিৰ্দেশনাৰ কিছু সালসলনি কৰি দিল্লীত নতুন নিৰ্দেশনা জাৰি কৰিছে আবকাৰী বিভাগে। নতুন নির্দেশনা অনুসৰি, হোটেল-ৰেস্তোৰাঁসমূহত গ্ৰাহকে সুৰাপান কৰাৰ অনুমতি প্ৰদান কৰিছে দিল্লী প্ৰশাসনে। চহৰৰ সুৰাৰ আউটলেটসমূহতো উপলব্ধ হ’ব বিভিন্ন ব্ৰেণ্ডৰ সুৰা। সম্প্ৰতি সুৰাৰ হোম ডেলিভাৰীৰ ব্যৱস্থাও উপলব্ধ দিল্লীত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ