• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাথাকিব FASTag চিষ্টেম, ১মে’ৰ পৰা কাৰ্যকৰী হ’ব নতুন নিয়ম৷ বাহনৰ চালকে জানি থওক নতুন নিয়মৰ সবিশেষ

নাথাকিব FASTag চিষ্টেম, ১মে’ৰ পৰা কাৰ্যকৰী হ’ব নতুন নিয়ম৷ বাহনৰ চালকে জানি থওক নতুন নিয়মৰ সবিশেষ

1 year ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

5 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

6 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

6 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

6 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

7 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

8 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

8 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

9 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

10 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

10 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

12 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নাথাকিব FASTag চিষ্টেম, ১মে’ৰ পৰা কাৰ্যকৰী হ’ব নতুন নিয়ম৷ বাহনৰ চালকে জানি থওক নতুন নিয়মৰ সবিশেষ

নাথাকিব FASTag চিষ্টেম, ১মে’ৰ পৰা কাৰ্যকৰী হ’ব নতুন নিয়ম৷ বাহনৰ চালকে জানি থওক নতুন নিয়মৰ সবিশেষ

editor by editor
April 17, 2025
in জীৱনশৈলী
0
নাথাকিব FASTag চিষ্টেম, ১মে’ৰ পৰা কাৰ্যকৰী হ’ব নতুন নিয়ম৷ বাহনৰ চালকে জানি থওক নতুন নিয়মৰ সবিশেষ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
১ মে ২০২৫ তাৰিখৰ পৰা নেশ্ব্যনেল হাইৱেৰ ওপৰত টোল আদায়ৰ প্ৰক্ৰিয়াৰ এক যুগান্তকাৰী আপগ্ৰেড আৰম্ভ কৰিছে ভাৰত চৰকাৰে৷ নেশ্ব্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়াই ফাষ্টটেগ চিষ্টেম পৰ্যায়ক্ৰমে বন্ধ কৰিবলৈ আগবাঢ়িছে৷ ফাষ্টটেগৰ ঠাইত এতিয়াৰে পৰা জিপিএছ ভিত্তিক টোল কালেকশ্ব্যন কৰা হ’ব৷ পছৰ যাতায়াত মসৃণ আৰু দ্ৰুত কৰিবলৈ এই প্ৰস্তাৱ লৈছে কেন্দ্ৰই৷
কিন্তু কিয় এই সালসলনি? এই সন্দৰ্ভত মন্তব্য কৰি কয় যে FASTag একেবাৰে নিখুঁত নাছিল৷ দিঘলীয়া লাইন, প্ৰযুক্তিগত খেলিমেলিৰ বাবে সমস্যাও হৈছিল৷ কিন্তু এই সমস্ত সমস্যা দূৰ কৰিবলৈ টোলিঙৰ ক্ষেত্ৰত বিশ্বমান আনিবলৈ চৰকাৰে এটা ছেটেলাইট সমৰ্থিক টোল চিষ্টেম অনাৰ কথা ভাৱিছে৷ এই নতুন নিয়মৰ জৰিয়তে-

১. চালকে প্ৰকৃততে কিমান দূৰ বাহন চলাই গৈছে তাৰ ওপৰত ভিত্তি কৰি টোল চাৰ্জ কটা হ’ব৷

২. বুথে বুথে ঠিয় হোৱাৰ প্ৰয়োজনীয়তা শেষ হ’ব৷ যাৰ ফলত ৱেইটিঙৰ সময় কমিব৷

৩. মেনুৱেল বা মানুহৰ প্ৰতাৰণাৰ আশংকা কমিব৷

৪. মসৃণ আৰু কণ্টেক্টলেছ ড্ৰাইভিং অভিজ্ঞতা এনবেল কৰা হব৷

নতুন জিপিএছ চিষ্টেমটো কি?

নতুন এই মডেলটোত জিপিএছ প্ৰযুক্তি ব্যৱহাৰ কৰা হব৷ প্ৰকৃততে হাইৱেৰ ওপৰত গাড়ীৰ গতিবিধি ট্ৰেক কৰাৰ বাবে এই প্ৰযুক্তি ব্যৱহাৰ হব৷ ইয়াৰ সৈতে নতুন মডেলৰ  ANPR (Automatic Number Plate Recognition)কেমেৰা আৰু ভেহিকেল ফিটেড জিপিএছ ডিভাইছ ব্যৱহাৰ কৰা হব৷ যিয়ে ৰিয়েল টাইমত টোল চাৰ্জ গণনা কৰিব পাৰিব৷ ইয়াৰ ফলত
  • কেতিয়াও ফ্লেট ৰেট দিব নালাগে গাড়ীৰ চালকে৷ কিমান কিঃমিঃ ভ্ৰমণ কৰিছে তাৰ ওপৰত ভিত্তি কৰি কটা হব চাৰ্জ৷
  • টোল প্লাজাৰ কাষত ঠিয় হোৱা বা গাড়ীৰ গতিবেগ কমোৱা আদি সমস্যা শেষ হ’ব৷
  • গাড়ীৰ চালকৰ লিংক কৰা বেংক একাউণ্টৰ পৰাই টোল এমাউণ্ট কটা হব৷
  • ডিজিটেল পদ্ধতিত নিজৰ ট্ৰেভেল আৰু পেমেণ্ট ট্ৰেক কৰিব পাৰিব গাড়ীৰ মালিকে৷
ইতিমধ্যেই যিসকলে FASTag ব্যৱহাৰ কৰি আছে তেওঁলোক বিচলিত হোৱাৰ প্ৰয়োজন নাই৷ কাৰণ এদিনতে এই পৰিবৰ্তন নহয়৷ আগন্তুক ৩০ এপ্ৰিল ২০২৫ তাৰিখ পৰ্যন্ত FASTag ব্যৱহাৰেই চলি থাকিব৷ ইয়াৰ পাছত আপুনি নিজৰ বাহনত চৰকাৰ অনুমোদিত জিপিএছ ডিভাইছ ইনষ্টল কৰিব লাগিব৷ নতুন চিষ্টেমৰ সৈতে বেংক একাউণ্ট লিংক হব৷ এই সমস্ত কিছু সম্পন্ন হৈ যোৱাৰ পাছত নিজৰ FASTag ষ্টিকাৰ ৰিমুভ কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!
অসম

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

September 24, 2026
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য
জীৱনশৈলী

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

September 24, 2026
Next Post
১৯ দিন ভয়ংকৰ দুঃসময়! ষড়ষ্টক যোগত জীৱন ছাৰখাৰ হ’ব ৩ৰাশিৰ, সতৰ্ক নহ’লেই বিপদ আছে আপোনাৰ

১৯ দিন ভয়ংকৰ দুঃসময়! ষড়ষ্টক যোগত জীৱন ছাৰখাৰ হ’ব ৩ৰাশিৰ, সতৰ্ক নহ’লেই বিপদ আছে আপোনাৰ

মহাকাশত ১১ মিনিট কটাই আহিল গায়িকা কেটি পেৰিয়ে, এই ১১ মিনিটৰ যাত্ৰাৰ খৰচ শুনিলে চকু কঁপালত উঠিব আপোনাৰ

মহাকাশত ১১ মিনিট কটাই আহিল গায়িকা কেটি পেৰিয়ে, এই ১১ মিনিটৰ যাত্ৰাৰ খৰচ শুনিলে চকু কঁপালত উঠিব আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.