• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ গতিবেগ বৃদ্ধি, জৰিমনা সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ গতিবেগ বৃদ্ধি, জৰিমনা সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

5 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

1 hour ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

2 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

2 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

3 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

4 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

4 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

5 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

6 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

7 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

8 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

8 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ গতিবেগ বৃদ্ধি, জৰিমনা সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

editor by editor
August 17, 2021
in অসম, গুৱাহাটী, ভাৰত
0
ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ গতিবেগ বৃদ্ধি, জৰিমনা সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা
0
SHARES
280
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত যান-বাহনৰ গতিবেগ ঘণ্টাত ১০০ কিঃমিঃ পৰ্যন্ত বৃদ্ধি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে লোকনিৰ্মান বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰোপৰি, স্পৰ্শকাতৰ অংশসমূহত গাড়ীৰ গতিবেগ ঘণ্টাত ৪০ কিঃমিঃ ধাৰ্য কৰাৰ লগতে জৰিমনা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। জনসাধাৰণৰ মাজত উপযুক্ত সচেতনতা গঢ়ি নুঠা পৰ্যন্ত পৰৱৰ্তী কিছু দিনৰ বাবে জৰিমনা সংগ্ৰহ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে পৰিবহন বিভাগক। ৩ মাহৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ স্পৰ্শকাতৰ ঠাইত পথ নিৰ্দেশনাৰ ফলক লগোৱাৰ উপৰি গতিৰোধ স্থাপনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাথনি উন্নয়ন নিগম লিমিটেড আৰু লোকনিৰ্মাণ বিভাগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা জাৰি কৰে। লগতে, ঘাইপথৰ কাষত থকা শিক্ষানুষ্ঠান, চিকিৎসালয় আদি স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি সেই স্থানসমূহত উপযুক্ত আৰু দৃশ্যমানৰূপত পথ নিৰ্দেশনা ফলক স্থাপনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে লোকনিৰ্মাণ বিভাগক। ৰাইজৰ মাজত ২ মাহজুৰি প্ৰচাৰ অভিযান চলাবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ক্ষেত্ৰত ৰাইজৰ জ্ঞাতাৰ্থে ছপা আৰু বৈদ্যুতীন মাধ্যমযোগে মনোগ্ৰাহী বিজ্ঞাপন প্ৰচাৰৰ ব্যৱস্থা কৰাৰ লগতে এই অভিযানত ক্ৰীড়া আৰু সাংস্কৃতিক জগতৰ জনপ্ৰিয় তাৰকাসকলক জড়িতকৰণৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। বৈঠকত উপস্থিত থাকে পৰিবহন বিভাগৰ সচিব কে কে দ্বিবেদী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাথনি উন্নয়ন নিগম লিমিটেড আৰু লোকনিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24himanta biswa sharmanational highway speed limit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি
নিয়োগ

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

August 16, 2026
Next Post
ভাৰতবর্ষৰ ৰাজ্যসমূহৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী কোন?

ভাৰতবর্ষৰ ৰাজ্যসমূহৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী কোন?

আফগানিস্তান এতিয়া তালিবানৰ কব্জাত

আফগানিস্তান এতিয়া তালিবানৰ কব্জাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.