• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপৰাধমুক্ত মহানগৰীৰ পৰিকল্পনা! অপৰাধ নিয়ন্ত্ৰণৰ বাবে কি কি ব্যৱস্থাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ?

অপৰাধমুক্ত মহানগৰীৰ পৰিকল্পনা! অপৰাধ নিয়ন্ত্ৰণৰ বাবে কি কি ব্যৱস্থাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ?

4 years ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

13 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

13 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

14 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

14 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

15 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

16 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

16 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

16 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

18 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

18 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

19 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

অপৰাধমুক্ত মহানগৰীৰ পৰিকল্পনা! অপৰাধ নিয়ন্ত্ৰণৰ বাবে কি কি ব্যৱস্থাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ?

editor by editor
January 5, 2023
in অপৰাধ, অসম
0
অপৰাধমুক্ত মহানগৰীৰ পৰিকল্পনা! অপৰাধ নিয়ন্ত্ৰণৰ বাবে কি কি ব্যৱস্থাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ?
0
SHARES
304
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
মহানগৰীত অপৰাধৰ ঘটনা বৃদ্ধি পোৱাৰ কথা নিজমুখেই স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বিগত ডিচেম্বৰ মাহত মহানগৰীত অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে।
গুৱাহাটী মহানগৰীৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে বিধানসভাত এখন আইন গৃহীত কৰা হ’ব বুলিও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে কয় যে অপৰাধ নিয়ন্ত্ৰণৰ বাবে মহানগৰীত ৫ জনকৈ অধিক কৰ্মচাৰী থকা ব্যৱসায়িক প্ৰতিষ্ঠানে চৰকাৰৰ বিধি পালন কৰি লগাব লাগিব CCTV কেমেৰা।
পথৰ ফালে মুখ কৰি ব্যৱসায়িক প্ৰতিষ্ঠানে নিজৰ খৰছত এই CCTV কেমেৰা লগাব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
লগতে কয় যে, প্ৰতিষ্ঠানসমূহে লগোৱা চিচিটিভি কেমেৰা চৰকাৰৰ দ্বাৰা অনুমোদিত হ’ব লাগিব।
মুখ্যমন্ত্ৰীয়ে হায়দৰাবাদৰ উদাহৰণ দাঙি ধৰি কয় যে হায়দৰাবাদত চৰকাৰে ৪ হাজাৰ কেমেৰা লগাইছে, কিন্তু জনতাই সহযোগিতা আগবঢ়াই নিজৰ খৰছত লগাইছে ৩ লাখ ৯৬ হাজাৰ চিচিটিভি কেমেৰা।
আগন্তুক ডিচেম্বৰ মাহলৈ মহানগৰীত ১ লাখ চিচিটিভি কেমেৰা লগোৱাৰ লক্ষ্যৰ কথাও সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarBest Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!
অসম

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ
অপৰাধ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

October 18, 2026
Next Post
আমেৰিকা নহয়! শিক্ষিতৰ হাৰেৰে প্ৰথমস্থানত আছে এইখন দেশ…কিমান নম্বৰ স্থানত আছে ভাৰতবৰ্ষ?

আমেৰিকা নহয়! শিক্ষিতৰ হাৰেৰে প্ৰথমস্থানত আছে এইখন দেশ...কিমান নম্বৰ স্থানত আছে ভাৰতবৰ্ষ?

চিকিৎকৰ পৰ্যবেক্ষণতেই আছে ছোনীয়া গান্ধী! কি ৰোগত আক্ৰান্ত হৈছে কংগ্ৰেছ নেত্ৰীগৰাকী?

চিকিৎকৰ পৰ্যবেক্ষণতেই আছে ছোনীয়া গান্ধী! কি ৰোগত আক্ৰান্ত হৈছে কংগ্ৰেছ নেত্ৰীগৰাকী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.