• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ এপ্ৰিলৰ পৰা চিম কাৰ্ড সন্দৰ্ভত কৰিব নোৱাৰিব এই কাম, চৰকাৰে বান্ধি দিলে নিয়ম

১ এপ্ৰিলৰ পৰা চিম কাৰ্ড সন্দৰ্ভত কৰিব নোৱাৰিব এই কাম, চৰকাৰে বান্ধি দিলে নিয়ম

1 year ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

14 minutes ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

38 minutes ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

1 hour ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

2 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

3 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

4 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

5 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

17 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

18 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

১ এপ্ৰিলৰ পৰা চিম কাৰ্ড সন্দৰ্ভত কৰিব নোৱাৰিব এই কাম, চৰকাৰে বান্ধি দিলে নিয়ম

editor by editor
February 23, 2025
in প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
১ এপ্ৰিলৰ পৰা চিম কাৰ্ড সন্দৰ্ভত কৰিব নোৱাৰিব এই কাম, চৰকাৰে বান্ধি দিলে নিয়ম
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১ এপ্ৰিলৰ পৰা চিম কাৰ্ড সন্দৰ্ভত কৰিব নোৱাৰিব এই কাম, চৰকাৰে বান্ধি দিলে নিয়ম

ভুৱা চিম কাৰ্ডৰ বিক্ৰী বন্ধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ভাৰত চৰকাৰৰ টেলিকম বিভাগে চিম কাৰ্ড ডিলাৰৰ বাবে ভেৰিফিকেচন বাধ্যতামূলক কৰিছে। টেলিকমিউনিকেচন বিভাগে চিম কাৰ্ড ডিলাৰক পৰীক্ষণৰ বাবে ৩১ মাৰ্চ, ২০২৫ পৰ্যন্ত সময় দিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দূৰসংযোগ বিভাগক নিৰ্দেশ দিছিল যে চিম কাৰ্ড সংযোগৰ বাবে আধাৰ ভিত্তিক বায়’মেট্ৰিক পৰীক্ষণ বাধ্যতামূলক কৰিব লাগে। এতিয়া ড’টে সকলো টেলিকম কোম্পানীক ডিজিটেল ইন্টিগ্ৰেটেড সংস্কৰণ ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে।

যদি কোনো ডিলাৰে ২০২৫ চনৰ ৩১ মাৰ্চৰ ভিতৰত বায়’মেট্ৰিক ভেৰিফিকেচন কৰি নিজৰ ডিলাৰশ্বিপ পঞ্জীয়ন নকৰে, তেন্তে ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা সেই ব্যৱসায়ীয়ে চিম কাৰ্ড বিক্ৰী কৰিব নোৱাৰিব। এই সন্দৰ্ভত ড’টে সকলো মোবাইল অপাৰেটৰ, টেলিকম কোম্পানী, এজেণ্ট আৰু ডিষ্ট্ৰিবিউটৰক অতি সোনকালে ভেৰিফিকেচন সম্পূৰ্ণ কৰিবলৈ কয়।

২০২৩ চনৰ আগষ্ট মাহত চৰকাৰে প্ৰথমে চিম কাৰ্ড ডিলাৰৰ বাবে বায়’মেট্ৰিক ভেৰিফিকেচন বাধ্যতামূলক কৰিছিল। ইয়াৰ পিছত টেলিকম কোম্পানীক ১২ মাহৰ সময় দিয়া হৈছিল। কিন্তু অসম্পূৰ্ণ পৰীক্ষণৰ বাবে এই সময়সীমা ড’টিয়ে কেইবাবাৰো বৃদ্ধি কৰিছে। এতিয়া বিভাগে ৩১ মাৰ্চলৈ সময় দিছে।

এতিয়া ড’টে স্পষ্টকৈ উল্লেখ কৰিছে যে ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা যিসকল এজেণ্টৰ ভেৰিফিকেচন সম্পূৰ্ণ হৈছে তেওঁলোকেহে চিম কাৰ্ড বিক্ৰী কৰিব পাৰিব। যদি কোনোবাই বায়’মেট্ৰিক ভেৰিফিকেচন অবিহনে প্ৰৱঞ্চনাৰে চিম কাৰ্ড বিক্ৰী কৰি ধৰা পৰে তেন্তে এনে ডিলাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian TelecommunicationSim CardSim Card OperatorTelecommunication
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?
বাণিজ্য

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

April 12, 2026
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব
বাণিজ্য

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

April 12, 2026 - Updated on April 13, 2026
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
Next Post
মংগল গ্ৰহ প্ৰত্যক্ষ হোৱাৰ লগে লগে ৩ ৰাশিয়ে প্ৰগতিৰ পথত দ্ৰুতগতিত আগবাঢ়িব

মংগল গ্ৰহ প্ৰত্যক্ষ হোৱাৰ লগে লগে ৩ ৰাশিয়ে প্ৰগতিৰ পথত দ্ৰুতগতিত আগবাঢ়িব

বিবাহৰ বাহনৰ টায়াৰ পাংচাৰ কৰি দৰাৰ চকুৰ সন্মুখেৰে ন-কইনাক পলুৱাই নিলে প্ৰাক্তন প্ৰেমিকে, তাৰপিছত…

বিবাহৰ বাহনৰ টায়াৰ পাংচাৰ কৰি দৰাৰ চকুৰ সন্মুখেৰে ন-কইনাক পলুৱাই নিলে প্ৰাক্তন প্ৰেমিকে, তাৰপিছত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.