• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোভিডৰ নতুন SOP ঘোষণা, কি কি আছে নতুন SOPত?

কোভিডৰ নতুন SOP ঘোষণা, কি কি আছে নতুন SOPত?

5 years ago
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

19 minutes ago
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

59 minutes ago
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

2 hours ago
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

2 hours ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

4 hours ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

5 hours ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

5 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

7 hours ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

19 hours ago
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

20 hours ago
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

20 hours ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

কোভিডৰ নতুন SOP ঘোষণা, কি কি আছে নতুন SOPত?

editor by editor
July 19, 2021
in অসম, ক'ভিড-১৯, গুৱাহাটী
0
কোভিডৰ নতুন SOP ঘোষণা, কি কি আছে নতুন SOPত?
0
SHARES
448
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ SOPক লৈ স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেল। পূৰ্বৰ তুলনাত কিছু শিথিল হৈছে SOPৰ নীতি নিৰ্দেশনা। গোৱালপাৰা, মৰিগাঁৱত শিথিল সান্ধ্য আইন। দুয়োখন জিলাত দুপৰীয়া ১ বজাৰ পৰা ৫ বজালৈ সান্ধ্য আইন জাৰি। দুপৰীয়া ১২ বজালৈকে খোলা থাকিব কাৰ্যালয়, দোকান, আন্তঃজিলা পৰিবহণ। দিনৰ ১ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ প্ৰযোজ্য হ’ব সান্ধ্য আইন। আন্তঃজিলা যাতায়াত ব্যৱস্থা ১২ বজালৈকে খোলা থাকিব। গেলামালৰ দোকান, ফলমূলৰ দোকানো খোলা থাকিব ৫ বজালৈ। ৫ জিলাত ১০ দিনত সম্পূৰ্ণ সান্ধ্য আইন। গোলাঘাট, লখিমপুৰ, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ কণ্টেইনমেণ্ট জ’ন। ২৮খন জিলাত বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি। কামৰূপ (মেট্ৰ’), শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কৰিমগঞ্জ, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কাৰ্বি আংলং, ধুবুৰী, দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ, হাইলাকান্দিত সান্ধ্য আইন। বিয়লি ৪ বজালৈকে খোলা থাকিব কাৰ্যালয়, দোকান, আন্তঃজিলা যাতায়ত। বাকী জিলাসমূহত পূৰ্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা যাতায়ত। কঠোৰ কোভিড বিধি মানি পালন কৰিব লাগিব ঈদ। মছজিদত নামাজ পঢ়িবলৈ কেৱল ৫জনক অনুমতি প্ৰদান কৰিছে প্ৰশাসনে। ঘৰতে থাকি ঈদ উদযাপন কৰিবলৈ ৰাইজক আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19keshab mahantanew sop
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’
অসম

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

July 30, 2026
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা
জীৱনশৈলী

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

July 30, 2026
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!
অসম

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

July 29, 2026
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা
অসম

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

July 29, 2026
Next Post
আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ

আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ

ৰাজ্যবাসীয়ে কি দৰে উদযাপন কৰিব ঈদ?

ৰাজ্যবাসীয়ে কি দৰে উদযাপন কৰিব ঈদ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.