• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিৰুপতি বালাজীৰ পাছত পুনৰ আন এক জনপ্ৰিয় মন্দিৰৰ প্ৰসাদক লৈ বিতৰ্ক

তিৰুপতি বালাজীৰ পাছত পুনৰ আন এক জনপ্ৰিয় মন্দিৰৰ প্ৰসাদক লৈ বিতৰ্ক

2 years ago
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

7 minutes ago
পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

33 minutes ago
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

1 hour ago
কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

3 hours ago
স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

3 hours ago
কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

4 hours ago
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

5 hours ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

17 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

18 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

18 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

20 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

তিৰুপতি বালাজীৰ পাছত পুনৰ আন এক জনপ্ৰিয় মন্দিৰৰ প্ৰসাদক লৈ বিতৰ্ক

editor by editor
September 24, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
তিৰুপতি বালাজীৰ পাছত পুনৰ আন এক জনপ্ৰিয় মন্দিৰৰ প্ৰসাদক লৈ বিতৰ্ক
0
SHARES
99
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তিৰুপতি বালাজীৰ পাছত পুনৰ আন এক জনপ্ৰিয় মন্দিৰৰ প্ৰসাদক লৈ বিতৰ্ক

অন্ধ্ৰপ্ৰদেশৰ তিৰুপতী বালাজী মন্দিৰৰ প্ৰসাদত পশু চৰ্বিযুক্ত ঘিউৰ ব্যৱহাৰ পোহৰলৈ অহাৰ পৰাই কেৱল তাতেই নহয় সমগ্ৰ দেশতে চৰ্চা চলি আছে এই বিষয়ত। হিন্দু সংগঠন আৰু সন্তসকলে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী অহৰহ। বিষয়টোৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে এছ আই টি গঠন কৰিছে।

আনহাতে তিৰুপতি বালাজী মন্দিৰত শুদ্ধিকৰণৰ প্ৰক্ৰিয়া চলি আছে যদিও এই সকলোবোৰৰ মাজতে প্ৰসাদক লৈ বিতৰ্ক বন্ধ হোৱা নাই। এতিয়া এই বিষয়টো অন্ধ্ৰ প্ৰদেশৰ পৰা গৈ অন্য ৰাজ্যৰ মন্দিৰৰ প্ৰসাদ পাইছেগৈ। এইবাৰ উত্তৰ প্ৰদেশৰ বিশ্ববিখ্যাত বাংকে বিহাৰী মন্দিৰৰ প্ৰসাদক লৈও আৰম্ভ হৈছে বিতৰ্ক। বৃন্দাবনত নিম্নমানৰ খোয়া ব্যৱহাৰ কৰি প্ৰসাদ বনোৱাৰ অভিযোগ।

আটাইতকৈ ডাঙৰ কথাটো হ’ল বাংকে বিহাৰী মন্দিৰত প্ৰসাদ হিচাপে আগবঢ়োৱা পেৰাত মিশ্ৰণ সন্দৰ্ভত অভিযোগ উত্থাপন সমাজবাদী পাৰ্টিৰ সাংসদ ডিম্পল যাদৱৰ। প্ৰতিদিনে প্ৰায় ৫০ হাজাৰ ভক্তই বাংকে বিহাৰীৰ দৰবাৰত প্ৰণাম কৰিবলৈ মথুৰা বৃন্দাবনত উপস্থিত হয়। ১৬২ বছৰীয়া এই মন্দিৰত কেৱল দেশৰ পৰাই নহয় বহিঃৰাজ্যৰ পৰাও ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ বিচাৰি পৰ্যটক আহে। আৰু মথুৰা বৃন্দাবনৰ ভূমিত ভৰি দিয়া কোনো ভক্তই তাৰ পৰা পেৰাৰ প্ৰসাদ নখোৱাকৈ উভতি নাহে, কিন্তু এই পেৰাতো অখাদ্য মিলোৱাৰ খবৰ পোৱাৰ পিছত ভক্তসকলৰ মনত বহু প্ৰশ্ন উদয় হৈছে।

কেৱল এয়াই নহয়, বিজেপি নেতা তথা প্ৰাক্তন সাংসদ ব্রিজ ভূষণ সিঙেও প্ৰশ্ন উত্থাপন কৰিছে এই ভেজাল বিতৰ্কত। তেওঁ কৈছে যে উত্তৰপ্ৰদেশৰ চুক-কোণত উপলব্ধ ঘিউ পৰীক্ষা কৰিব লাগে। আনহাতে, মথুৰাত পোৱা পেৰাবোৰৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱা দেখি ভাৰতীয় জনতা পাৰ্টিয়ে ৰাইজ আৰু বিৰোধী দলসমূহক বিভ্ৰান্তি বিয়পাই নিদিবলৈ অনুৰোধ জনাইছে।

অৱশ্যে সতৰ্কতামূলক ব্যৱস্থা হিচাপে মথুৰাৰ পেৰাৰ গুণাগুণ পৰীক্ষা আৰম্ভ কৰা হৈছে। ইউ পিৰ খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসনে মথুৰা, বৃন্দাবন আৰু গোবৰ্ধনৰ মন্দিৰৰ পৰা প্ৰসাদৰ ১৩টা নমুনা সংগ্ৰহ কৰি ১৫ দিনৰ পিছত তেওঁলোকৰ পৰীক্ষাৰ প্ৰতিবেদন আহিব বুলি জানিবলৈ দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BrindabanMandir prashadMathura BrindabanTemple Prashad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!
জীৱনশৈলী

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

July 15, 2026
পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!
বিশ্ব

পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

July 15, 2026
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল
জীৱনশৈলী

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

July 15, 2026
কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!
জীৱনশৈলী

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

July 15, 2026
Next Post
কৰ্নাটকৰ মুখ্যমন্ত্ৰীক উচ্চ ন্যায়ালয়ৰ ডাঙৰ আঘাত, ভূমি কেলেংকাৰীৰ গোচৰ

কৰ্নাটকৰ মুখ্যমন্ত্ৰীক উচ্চ ন্যায়ালয়ৰ ডাঙৰ আঘাত, ভূমি কেলেংকাৰীৰ গোচৰ

কেনেকৈ ধৰা পেলাব কেঞ্চাৰ, প্ৰথম ষ্টেজত কি কি লক্ষণ…

কেনেকৈ ধৰা পেলাব কেঞ্চাৰ, প্ৰথম ষ্টেজত কি কি লক্ষণ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.