• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাৰদীয় দূৰ্গোৎসৱ উপলক্ষ্যে মহানগৰীত যান-বাহন চলাচলত কি কি নতুন নিয়ম?

শাৰদীয় দূৰ্গোৎসৱ উপলক্ষ্যে মহানগৰীত যান-বাহন চলাচলত কি কি নতুন নিয়ম?

4 years ago
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

22 minutes ago
আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

57 minutes ago
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

2 hours ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

10 hours ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

10 hours ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

11 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

11 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

12 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

13 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

14 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

15 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home গুৱাহাটী

শাৰদীয় দূৰ্গোৎসৱ উপলক্ষ্যে মহানগৰীত যান-বাহন চলাচলত কি কি নতুন নিয়ম?

editor by editor
September 30, 2022
in গুৱাহাটী, বিবিধ, ভ্ৰমণ
0
শাৰদীয় দূৰ্গোৎসৱ উপলক্ষ্যে মহানগৰীত যান-বাহন চলাচলত কি কি নতুন নিয়ম?
0
SHARES
175
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সমাগত শাৰদীয় দূৰ্গোৎসৱ। কাইলৈ ষষ্ঠী। পূজা উপলক্ষে মহানগৰীৰ যান-বাহন আৰক্ষীয়ে বাট-পথত যান-জঁট নহ’বৰ বাবে বিশেষ কিছু নিৰ্দেশনা জাৰি কৰিছে।

দূর্গা পূজা আৰু T20 খেলকলৈ যান বাহন আৰক্ষীয়ে সংবাদমেলযোগে নিয়মসমূহ উল্লেখ কৰিছে। ২ অক্টোবৰ আৰু পূজাৰ সময়ত চলিব লগা বাহনৰ নীতি নিয়মসমূহ হৈছে- চাৰি চকীয়া আৰু তাতকৈ অধিক চকাৰ বাহন অৰ্থাৎ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনসমূহ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহ-যাহৰ ক্ষেত্ৰত জাৰি কৰা হৈঠছে নিৰ্দেশনা। ২ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা ৩ অক্টোবৰৰ ২ বজালৈ গধুৰ বাহনৰ চলাচলত নিষেধাজ্ঞা। ৬চকীয়া বা তাতকৈ অধিক চকাৰ সামগ্ৰী কঢ়িওৱা বাহনৰ ১, ৩, ৪, ৫ তাৰিখে ৰাতিপুৱা ৯ বজাৰ পৰা ৰাতি ১১.৩০ বজালৈ চলাচল বন্ধ থাকিব। বৰ্ষাপৰা তিনিআলিৰ পৰা ধীৰেণপাৰা তিনিআলিলৈ কেৱল পাছ থকা গাড়ীহে যাব পাৰিব। গাড়ী পাছ নাথাকিলে ধীৰেনপাৰা তিনিআলিৰ পৰা ভিতৰলৈ সোমাব নোৱাৰিব কোনো বাহন। লখৰাৰ পৰা ধীৰেণপাৰালৈ আহিবলগা গাড়ী সমূহৰ ক্ষেত্ৰত কিছু কিছু নিষেধাজ্ঞা প্ৰদান কৰা হৈছে। ধীৰেণপাৰাৰ পৰা বর্ষাপৰা ষ্টেডিয়াম তিনিআলি, বৰ্ষাপাৰাৰ পৰা লখৰালৈ কেৱল চিংগল ৰোড কৰা হৈছে।

মহানগৰ ভিতৰত চলাচল কৰিব লগা বাছ সমূহৰ নীতি নিয়ম সমূহ-বশিষ্ট চাৰিআলিৰ পৰা জালুকবাৰী লৈ যাবলগা বাছসমূহ বশিষ্ঠৰ পৰা ত্ৰিপুৰা গলি হৈ জয়ানগৰ চাৰিআলি মাজেৰে ৬মাইল হৈ VIP ৰোডৰ সহায়ত নাৰেঙ্গী, নুনমাটি, চান্দমাৰী হৈ ওলাব পাৰিব। বশিষ্টৰ পৰা ধাৰাপুৰলৈ যোৱা বাছসমুহ ত্ৰিপুৰা গলি, জয়ানগৰ, ৬মাইল হৈ GS ৰোডেৰে ধাৰাপুৰলৈ যাব। হাতীগাঁওৰ পৰা আমিনগাঁৱলৈ যোৱা বাছসমূহ ত্ৰিপুৰা গলি হৈ VIP ৰোড, নাৰেঙ্গী, নুনমাটি হৈ চান্দমাৰী ওলাব পাৰিব। পাঞ্জাবাৰীৰ পৰা ধাৰাপুৰলৈ যোৱা বাছসমূহ VIP ৰোড নুনমাটি হৈ চান্দমাৰী, MG ৰোড হৈ ধাৰাপুৰ যাব পাৰিব।

ইপিনে নামনি অসমৰ পৰা অহা বাছসমূহ আদাবাৰীত ৰখাব লাগিব। মহানগৰৰ ভিতৰত এই বাহনসমূহ প্ৰৱেশ কৰিব নোৱাৰিব। উজনিৰ পৰা অহা বাছসমূহো ISBT-ত ৰখাব লাগিব, এই বাছসমূহো মহানগৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰিব।

আনহাতে পূজাৰ সমান্তৰালভাৱে ক্ৰিকেটৰ বাবেও কিছু পথ নিৰ্দেশনা দিয়া হৈছে। ক্ৰিকেটৰ ক্ষেত্ৰত ৬ খন গেট দৰ্শকৰ বাবে মুকলি কৰা হ’ব। ইয়াৰে গেট নম্বৰ ১B অতিথিৰ বাবে খোলা থাকিব। ২ নং গেটলৈ যাবলৈ হ’লে বৰ্ষাপৰা তিনিআলি হৈ AK আজাদ ৰোডেৰে ভিতৰলৈ যাব পাৰিব। ৩ নম্বৰ গেটলৈ যাবৰ বাবে RG বৰুৱা পথেৰে গডৰেজ গলি বা ৰোলিং ৰোডহৈ AK আজাদ ৰোডেৰে ভিতৰলৈ যাব পাৰিব। ৪ নম্বৰ গেটলৈ যাবলৈ ৰোলিং মিল ৰোড তিনিআলিৰ পৰা AK আজাদ ৰোডেৰে যাব পাৰিব। ৫ নম্বৰ আৰু ৬ নম্বৰ গেটলৈ যাবলৈ ভূপেন হাজৰিকা পথেৰে ৰঘুনাথ পথ হৈ AK দেৱ ৰোডেৰে ভিতৰলৈ যাব পাৰিব । ৭ নম্বৰ গেটলৈ যাবলৈ বৰ্ষাপাৰা তিনি আলি হৈ AK আজাদ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম
জীৱনশৈলী

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

October 25, 2026
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ
জীৱনশৈলী

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

October 25, 2026
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প
বিশ্ব

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

October 24, 2026
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক
বাণিজ্য

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

October 24, 2026
Next Post
চাৰ্ছ নকৰিব! ৬৩ টা এডাল্ট চাইটক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় টেলি যোগাযোগ বিভাগৰ

চাৰ্ছ নকৰিব! ৬৩ টা এডাল্ট চাইটক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় টেলি যোগাযোগ বিভাগৰ

সমালোচনাই মানুহক ওপৰলৈ নিয়ে! ৰিতুৰ কণ্ঠত প্ৰাণ পালে ‘মনতে আজি মোৰ কিহৰে শিহঁৰণ জাগে…’

সমালোচনাই মানুহক ওপৰলৈ নিয়ে! ৰিতুৰ কণ্ঠত প্ৰাণ পালে 'মনতে আজি মোৰ কিহৰে শিহঁৰণ জাগে...’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.