• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২১ জুনৰ পৰা দেশত নতুন ভেকচিন নীতি, ব্যক্তিগত চিকিৎসালয়ৰ বাবে ভেকচিনৰ দাম নিৰ্ধাৰণ কেন্দ্ৰৰ

২১ জুনৰ পৰা দেশত নতুন ভেকচিন নীতি, ব্যক্তিগত চিকিৎসালয়ৰ বাবে ভেকচিনৰ দাম নিৰ্ধাৰণ কেন্দ্ৰৰ

5 years ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

5 minutes ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

44 minutes ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

1 hour ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

2 hours ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

3 hours ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

3 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

4 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

5 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

7 hours ago
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

7 hours ago
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

8 hours ago
EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

২১ জুনৰ পৰা দেশত নতুন ভেকচিন নীতি, ব্যক্তিগত চিকিৎসালয়ৰ বাবে ভেকচিনৰ দাম নিৰ্ধাৰণ কেন্দ্ৰৰ

editor by editor
June 9, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
২১ জুনৰ পৰা দেশত নতুন ভেকচিন নীতি, ব্যক্তিগত চিকিৎসালয়ৰ বাবে ভেকচিনৰ দাম নিৰ্ধাৰণ কেন্দ্ৰৰ
0
SHARES
138
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ২১ জুনৰ পৰা দেশত কাৰ্যকৰী হ’ব কেন্দ্ৰৰ নতুন প্ৰতিষেধক নীতি। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে নতুন প্ৰতিষেধক নীতি। ব্যক্তিগত চিকিৎসালয়ৰ ক্ষেত্ৰত কেন্দ্ৰই নিৰ্ধাৰণ কৰে প্ৰতিষেধকৰ মূল্য। প্ৰধানমন্ত্ৰী মোদীয়ে ব্যক্তিগত চিকিৎসালয়ৰ বাবে ২৫ শতাংশ ভেকচিন আৱণ্টন দিয়াৰ পাছতেই কেন্দ্ৰই ভেকচিন নিৰ্মাতা কোম্পানীসমূহক অধিক লাভৰ সুবিধা প্ৰদান কৰা হৈছে বুলি এক অভিযোগ উত্থাপন হৈছিল। এই অভিযোগৰ পাছতেই তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। ৰাজ্য চৰকাৰসমূহক ব্যক্তিগত তথা বেচৰকাৰী চিকিৎসালয়সমূহত প্ৰতিষেধকৰ মাচুল সন্দৰ্ভত কঠোৰ হ’বলৈ নিৰ্দেশনা প্ৰদান কৰে কেন্দ্ৰই। নিয়ম উলংঘন কৰা  ব্যক্তি অথবা প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়নি প্ৰদান কৰে কেন্দ্ৰই। ব্যক্তিগত চিকিৎসালয়ৰ বাবে কেন্দ্ৰই নিৰ্ধাৰণ কৰা প্ৰতিপালি প্ৰতিষেধকৰ দাম হৈছে-  কোভিশ্বীল্ডৰ ৭৮০ টকা, কোভিক্সিনৰ ১৪১০ টকা আৰু স্পুটনিক-৫ ৰ দাম ১১৪৫ টকা। ইয়াৰ উপৰি ভেকচিন প্ৰদান সেৱাৰ নামত ১৫০ টকাৰ অধিক মাচুল ল’ব নোৱাৰিব চিকিৎসালয়সমূহে। উল্লেখ্য, দেশৰ সমূহ চৰকাৰী চিকিৎসালত বিনামূলীয়াকৈ উপলব্ধ হ’ব কোভিড প্ৰতিষেধক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24narendra-modinew vaccine policy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’
বিনোদন

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

August 8, 2026
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?
অসম

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

August 8, 2026
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ
বিনোদন

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

August 8, 2026
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা
অসম

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

August 8, 2026
Next Post
প্ৰেয়সীয়ে উদঙালে মেহুল চৌকচিৰ ষড়যন্ত্ৰ, কিউবালৈ পলায়নৰ পৰিকল্পনা

প্ৰেয়সীয়ে উদঙালে মেহুল চৌকচিৰ ষড়যন্ত্ৰ, কিউবালৈ পলায়নৰ পৰিকল্পনা

৫ টকাৰ বিনিময়ত ৩০ হাজাৰ টকা! কিন্তু কেনেকৈ?

৫ টকাৰ বিনিময়ত ৩০ হাজাৰ টকা! কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.