• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰত্যাহ্বান আহিব! নতুন বছৰত চেলেঞ্জক মোকাবিলা কৰিব লাগিব এই ৩ ৰাশিৰ জাতকে

প্ৰত্যাহ্বান আহিব! নতুন বছৰত চেলেঞ্জক মোকাবিলা কৰিব লাগিব এই ৩ ৰাশিৰ জাতকে

2 years ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

1 hour ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

2 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

2 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

3 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

3 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

4 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

4 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

6 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

6 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

8 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰত্যাহ্বান আহিব! নতুন বছৰত চেলেঞ্জক মোকাবিলা কৰিব লাগিব এই ৩ ৰাশিৰ জাতকে

editor by editor
January 4, 2024
in জীৱনশৈলী, বিবিধ
0
প্ৰত্যাহ্বান আহিব! নতুন বছৰত চেলেঞ্জক মোকাবিলা কৰিব লাগিব এই ৩ ৰাশিৰ জাতকে
0
SHARES
38.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সময় এনেকুৱাই৷ কেতিয়াবা সময় কাৰোবাৰ বাবে ভাল যদি সেই সময়েই কাৰোবাৰ বাবে বেয়া৷ জীৱনত যেনেকৈ আনন্দ আহে তেনেকৈয়ে দুখেও কোঙা কৰে৷ বেয়া সময়ত আমি এই কথাই মনত ৰাখিব লাগে যে, জীৱনত ভাল দিন আহিবই৷ ২০২৪ চনত কোন কোন ৰাশিৰ জীৱনলৈ প্ৰত্যাহ্বান আহিব? নতুন বছৰৰ আৰম্ভণিতেই সাৱধান হওক৷ বিশেষকৈ কেৰিয়াৰ আৰু আৰ্থিক বিষয়ত ২০২৪ চনত ডাঙৰ ধাক্কা খাব পাৰে এইকেইটা ৰাশিৰ জাতকে৷ নতুন বছৰত কোনকেইটা ৰাশিৰ জাতকৰ জীৱনত উঠা নমা আছে জানি থওক সবিশেষ৷

মেষ ৰাশি
নতুন বছৰ মেষ ৰাশিৰ জাতকৰ বাবে স্পেছিয়েলেই নহয় থাকিব উঠা নমাও৷ এটাৰ পাছত আনটো চেলেঞ্জৰ মুখামুখি হ’ব এই ৰাশিৰ জাতক? ব্যৱসায়ত নানান বাধাৰ সন্মুখীন হ’ব৷ ২০২৪ত স্বাস্থ্যও বৰ এটা ভালে নাথাকিব মেষ ৰাশিৰ জাতকৰ৷ আৰ্থিক সংকটেও দেখা দিব পাৰে৷ নিজৰ খৰচক লৈ সতৰ্ক থাকক৷ কেৰিয়াৰ সংক্ৰান্তিয় কোনো সিদ্ধান্ত ভাৱি চিন্তি লওক৷

কন্যা ৰাশি
২০২৪ চনত স্বাস্থ্য সংক্ৰান্তিয় এটাৰ পাছট আনটো সমস্যা আহিব৷ বিশেষকৈ কোষ্ঠীত শনিৰ অৱস্থান আপোনাৰ বাবে কিছু ক্ষতিকৰো হ’ব৷ জীৱনত সকলো ক্ষেত্ৰতেই আগন্তুক বছৰৰ নানান সমস্যাই আপোনাক আগুৰি ধৰিব৷ কেৰিয়াৰত যি সাফল্য পোৱাৰ বাবে চেষ্টা কৰি আছিল সেয়া হাতৰ পৰা এৰাই যাব৷ জীৱনসংগীৰ সৈতে সম্পৰ্কও খুব এটা ভালেৰে নাথাকিব৷ খৰচ বাঢ়ি যোৱাৰ ফলত আৰ্থিক সংকটেও দেখা দিব পাৰে৷ কাম ক্ষেত্ৰতো বাধা আহিব৷ ৰাহুৰ প্ৰভাৱত পেছাগত জীৱন আৰু ব্যক্তিগত জীৱনত ক্ষতি হ’ব পাৰে৷

মীন ৰাশি

২০২৪ চনত নানান ওঠা নমা থাকিব মীন ৰাশিৰ জাতকৰ৷ আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব পাৰে৷ মানসিক অৱসাদো আহিব পাৰে৷ দাম্পত্যত সম্পৰ্কৰ মাজত অশান্তি আৰু ভুল বুজাবুজি হ’ব পাৰে৷ ভাগ্যই লগ নিদিব পাৰে৷ সাফল্যৰ বাবে আপুনি প্ৰচুৰ পৰিশ্ৰম কৰিব লগা হ’ব পাৰে৷ নিজৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক৷ কেৰিয়াৰত বিশেষ উন্নতি নাই৷ ৰাহু আৰু কেতুৰ প্রভাৱত ২০২৪ ৰ মানসিকভাৱে আপুনি খুব ভালে নাথাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল
বিনোদন

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

March 30, 2026
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!
প্ৰযুক্তি

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

March 30, 2026
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!
জীৱনশৈলী

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

March 30, 2026
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম
জীৱনশৈলী

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

March 30, 2026
Next Post
ড্ৰাইভাৰটো সৰু ল’ৰা, Anytime খাই থাকে সি!  আগদিনা খনৰ নিচা তাৰ আতৰাঁই নাছিল…

ড্ৰাইভাৰটো সৰু ল'ৰা, Anytime খাই থাকে সি! আগদিনা খনৰ নিচা তাৰ আতৰাঁই নাছিল...

আদিত্য এল-১ক লৈ শংকা বাঢ়িছে, মহাকাশতেই ধ্বংস হৈ যাব পাৰে ISROৰ সৌৰযান!

আদিত্য এল-১ক লৈ শংকা বাঢ়িছে, মহাকাশতেই ধ্বংস হৈ যাব পাৰে ISROৰ সৌৰযান!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.