• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ড্ৰাইভাৰটো সৰু ল’ৰা, Anytime খাই থাকে সি!  আগদিনা খনৰ নিচা তাৰ আতৰাঁই নাছিল…

ড্ৰাইভাৰটো সৰু ল’ৰা, Anytime খাই থাকে সি! আগদিনা খনৰ নিচা তাৰ আতৰাঁই নাছিল…

3 years ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

1 hour ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

2 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

2 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

3 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

11 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

11 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

11 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

12 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

12 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

13 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

14 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ড্ৰাইভাৰটো সৰু ল’ৰা, Anytime খাই থাকে সি! আগদিনা খনৰ নিচা তাৰ আতৰাঁই নাছিল…

বাছচালকক লৈ গাওঁবাসীৰ মন্তব্য

editor by editor
January 4, 2024
in Uncategorized, অসম
0
ড্ৰাইভাৰটো সৰু ল’ৰা, Anytime খাই থাকে সি!  আগদিনা খনৰ নিচা তাৰ আতৰাঁই নাছিল…
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ সময় বাগৰাৰ লগে লগে দেৰগাঁৱৰ বাছ দুৰ্ঘটনাক লৈ ন ন তথ্য পোহৰলৈ আহিছে। বনভোজ দলটোত যোৱা প্ৰিয়াক্ষী বৰা নামৰ যুৱতীগৰাকীয়ে পোহৰলৈ আনিলে যে, বাছখনৰ চালকজনে অধিক সুৰামক্ত হৈ বাছখন চলাইছিল।  যুৱতীগৰাকীৰ ভাষ্যৰ পাছতে তেওঁৰ মাতৃয়েও সেই কাল ৰাতিটোৰ বৰ্ণনা কৰিছে আমাৰ সাংবাদিকৰ আগত। বাছ চালকজনৰ সন্দৰ্ভত প্ৰিয়াক্ষীৰ মাতৃয়ে কয়-

”যিটো ড্ৰাইভাৰ নিছে সেইটো বহুত মদাহী। আমাৰ গাঁৱৰে লৰা সি। দিন-ৰাত মদ খাই ফিটিং হৈ থাকে। সি যদি গাড়ী চলাব বুলি আগতে গম পালো হয়, মই ছোৱালীজনীক নপঠালো হয়।  এনিটাইম মদ খাই থাকে সি।  বগাই পুতেকে গাড়ী চলাই নিছে বুলি পাছত গম পাইছো। আগতে সি এনে ডাঙৰ গাড়ী চলোৱা দেখাও নাই। আমি নিজে জানো দিন-ৰাতি সি মদ নেৰেই। আগদিনাখন জানুৱাৰী পাৰ্টি কৰি তাৰ নিচাই আতৰা নাছিল। ”

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰিয়াক্ষী বৰা এতিয়া সম্পূৰ্ণ সুস্থ।  প্ৰিয়াক্ষীৰ খুড়ীয়েকৰ লগতে তিনিবছৰীয়া কন্যাও এতিয়া সুস্থ। প্ৰিয়াক্ষীৰ মাতৃয়ে লগতে কয় যে-

”পিকনিক পাৰ্টিটো ৩বজাত ওলাই গৈছে গাঁৱৰ পৰা। বাছখন কিন্তু ১২বজাতেই আহি উতপাত কৰি আছে। ১২বজাৰ পৰা ইমান হৰ্ণ বজাইছে যে আমি কোনোৱেই শুব পৰা নাই। মদ খাই এনে অতপালি কৰি আছিলহি মাজ ৰাতি আহি।”

ইফালে এই দুৰ্ঘটনাত ১২গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে এতিয়াও ৪গৰাকীৰ অৱস্থা সংকটজন। ৪গৰাকী লোকক শেহতীয়াকৈ গুৱাহাটী চিকিতসা মহাবিদ্যালয় হস্পাতালত ভৰ্তি কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

October 7, 2026
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
Next Post
আদিত্য এল-১ক লৈ শংকা বাঢ়িছে, মহাকাশতেই ধ্বংস হৈ যাব পাৰে ISROৰ সৌৰযান!

আদিত্য এল-১ক লৈ শংকা বাঢ়িছে, মহাকাশতেই ধ্বংস হৈ যাব পাৰে ISROৰ সৌৰযান!

ৰায়বৰেলী এৰাটো প্ৰায় খাটাং! লোকসভা নিৰ্বাচনত কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ছোনীয়া গান্ধীয়ে?

ৰায়বৰেলী এৰাটো প্ৰায় খাটাং! লোকসভা নিৰ্বাচনত কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ছোনীয়া গান্ধীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.