• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰায়বৰেলী এৰাটো প্ৰায় খাটাং! লোকসভা নিৰ্বাচনত কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ছোনীয়া গান্ধীয়ে?

ৰায়বৰেলী এৰাটো প্ৰায় খাটাং! লোকসভা নিৰ্বাচনত কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ছোনীয়া গান্ধীয়ে?

2 years ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

29 minutes ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

1 hour ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

3 hours ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

3 hours ago
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

4 hours ago
দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

5 hours ago
স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

5 hours ago
অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

8 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

8 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

9 hours ago
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰায়বৰেলী এৰাটো প্ৰায় খাটাং! লোকসভা নিৰ্বাচনত কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ছোনীয়া গান্ধীয়ে?

editor by editor
January 4, 2024
in বিবিধ, ভাৰত, ৰাজনীতি
0
ৰায়বৰেলী এৰাটো প্ৰায় খাটাং! লোকসভা নিৰ্বাচনত কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ছোনীয়া গান্ধীয়ে?
0
SHARES
217
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লোকসভা নিৰ্বাচনক লৈ প্ৰস্তুতি তুংগত এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰে৷ সকলো দলেই ৰাজনৈতিক এজেণ্ডা তৈয়াৰ কৰাত ব্যস্ত হৈ থকাৰ সময়তে ভাইৰেল হৈছে আন এক খবৰ৷ এইবাৰ ৰায়বৰেলীৰ পৰা নিৰ্বাচন নেখেলে ছোনীয়া গান্ধীয়ে৷ ৰায়বৰেলী এৰি কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ছোনীয়াই সেই বিষয়টোৱেই লাভ কৰিছে চৰ্চা৷ বহুতেই দাবী কৰা মতে ছোনীয়া গান্ধীয়ে এইবাৰ তেলেংগানাৰ পৰাহে নিৰ্বাচন খেলিব৷ প্ৰাক্তন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীয়েও তেলেংগানাৰ পৰা সেই বিশেষ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল৷ ছোনীয়া গান্ধীয়েও সেই একেই সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নেকি বুলি উত্থাপিত হোৱা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতা মধু য়াক্ষী গৌৰাই কয়, ‘আমি এটা বিশেষ প্ৰস্তাৱ লৈছো৷ ছোনীয়া জীয়ে তেলেংগানাৰ পৰা নিৰ্বাচন খেলিব লাগে৷ তেওঁ তেলেংগানাৰ পৰা নিৰ্বাচন খেলিলে দক্ষিণ ভাৰতত কংগ্ৰেছ দলৰ যথেষ্ট লাভ হ’ব৷’

ছোনীয়া গান্ধী বৰ্তমান ৰায়বৰেলীৰ সাংসদ৷ ৰায়বৰেলীৰ আসনখনেই কংগ্ৰেছৰ দুৰ্গ হৈ আছিল৷ বিগত চাৰিটা নিৰ্বাচনত ছোনীয়া গান্ধী এই সমষ্টিৰ পৰা জয়ীও হৈছে৷ তেওঁ প্ৰতিটো নিৰ্বাচনতেই ৫০শতাংশতকৈয়ো অধিক ভোট লাভ কৰিছে৷ এই আসন ঐতিহাসিকভাৱেই কংগ্ৰেছৰ দখলত আছে৷ তেনে এক আসন এৰি হঠাৎ কিয় সমষ্টি সলনি কৰিব বিচাৰিছে ছোনীয়াই?

উল্লেখ্য যে দেশত অনুষ্ঠিত হোৱা ১৭টা লোকসভা নিৰ্বাচনৰ ভিতৰত ৩ টা নিৰ্বাচনৰ বাহিৰে মুঠ ১৪টা নিৰ্বাচনত সেই আসনত কংগ্ৰেছেই জয়ী হৈ আহিছে৷ দেশৰ ৭২ বছৰীয়া নিৰ্বাচনী ইতিহাসত উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ আসন ৬৬ বছৰ ধৰি কংগ্ৰেছৰ হাতত আছে৷

ছোনীয়াই নেখেলিলে কোনে খেলিব ৰায়বৰেলীত?

তেলেংগানা কংগ্ৰেছে ছোনীয়া গান্ধীক নিজৰ এলেকাত বিচৰাৰ পাছতেই ৰায়বৰেলীৰ আসনক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে৷ যদি ছোনীয়া গান্ধীয়ে ৰায়বৰেলীত নিৰ্বাচন নেখেলে তেন্তে সেই বিশেষ সমষ্টিৰ পৰা কোনে নিৰ্বাচন খেলিব? একাংশ ৰাজনৈতিক বিশ্লেষকৰ মতে ছোনীয়াই বিশেষ আসনখন তেওঁৰ কন্যা প্ৰিয়ংকাক এৰি দিব৷ প্ৰিয়ংকা বৰ্তমান কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদকৰ দায়িত্বতো আছে৷ ইফালে প্ৰিয়ংকাৰ জনপ্ৰিয়তাও পূৰ্বতকৈ বৃদ্ধি হৈছে৷ তেনেক্ষেত্ৰত এই আসনৰ বাবে প্ৰিয়ংকাই যোগ্য৷ প্ৰিয়ংকাক উত্তৰপ্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায়ে কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ আহ্বানো জনাইছিল তেনেক্ষেত্ৰত সকলো ভাৱিগুণীয়েই ছোনীয়া গান্ধীয়ে বিশেষ সিদ্ধান্তত দেৰী নকৰিব বুলি বহুতে আশা প্ৰকাশো কৰিছে৷

ৰাহুল গান্ধীয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত আমেঠিৰ আসনত পৰাজয়ৰ সন্মুখীন হৈছিল৷ ৰাহুল গান্ধীয়ে আমেঠিৰ সেই আসনৰ পৰা তিনিবাৰ সাংসদো হৈছিল৷ কিন্তু সেই আসনতেই স্মৃতি ইৰাণীৰ হাতত পৰাস্ত হৈছিল ৰাহুল গান্ধী৷ এইবাৰ ৰাহুলে আমেঠিৰ পৰা নিৰ্বাচন খেলিবনে সেই বিষয়টোও উত্থাপিত হৈছে৷ ৰাহুলৰ হাতত অৱশ্যে এতিয়াও এখন আসন আছে৷ ৰাহুল বৰ্তমান কেৰালাৰ ৱায়নাড সমষ্টিৰ সাংসদ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম
জীৱনশৈলী

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

June 30, 2026
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!
অপৰাধ

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

June 30, 2026
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক
জীৱনশৈলী

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

June 30, 2026
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ
ভাৰত

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

June 30, 2026
Next Post
মাতৃ হ’বলৈ ইচ্ছুক দীপিকা! ৰণবীৰ-দীপিকাৰ পৰিয়াললৈ আহি আছে নতুন অতিথি?

মাতৃ হ’বলৈ ইচ্ছুক দীপিকা! ৰণবীৰ-দীপিকাৰ পৰিয়াললৈ আহি আছে নতুন অতিথি?

গ্ৰন্থমেলালৈ মাতি কোনে অপমান কৰিলে কবি নীলিম কুমাৰক?

গ্ৰন্থমেলালৈ মাতি কোনে অপমান কৰিলে কবি নীলিম কুমাৰক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.