• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃ হ’বলৈ ইচ্ছুক দীপিকা! ৰণবীৰ-দীপিকাৰ পৰিয়াললৈ আহি আছে নতুন অতিথি?

মাতৃ হ’বলৈ ইচ্ছুক দীপিকা! ৰণবীৰ-দীপিকাৰ পৰিয়াললৈ আহি আছে নতুন অতিথি?

2 years ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

5 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

6 hours ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

7 hours ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

7 hours ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

7 hours ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

10 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

11 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

11 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

12 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

13 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

1 day ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাতৃ হ’বলৈ ইচ্ছুক দীপিকা! ৰণবীৰ-দীপিকাৰ পৰিয়াললৈ আহি আছে নতুন অতিথি?

editor by editor
January 4, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, লেখা
0
মাতৃ হ’বলৈ ইচ্ছুক দীপিকা! ৰণবীৰ-দীপিকাৰ পৰিয়াললৈ আহি আছে নতুন অতিথি?
0
SHARES
498
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিবাহৰ পূৰ্বে প্ৰায় ছবছৰৰ প্ৰেম৷ ২০১৫ চনত গোপনে আঙুঠি পিন্ধোৱা৷ তাৰপিছতেই ২০১৮ চনৰ নৱেম্বৰ মাহত দুয়োৱে বিবাহপাশত আৱদ্ধ হয়৷ ঠিকেই পঢ়িছে, এই কাহিনী দীপিকা পাডুকন আৰু বলীউড অভিনেতা ৰণবীৰ সিঙৰ৷ বিগত বছৰত নিজৰ পঞ্চম বিবাহবাৰ্ষিকী পালন কৰিছে দীপিকা-ৰণবীৰে৷ দাম্পত্য জীৱন দুয়োৰে বেছ চকুত লগা যদিও মাজে মাজে একাংশ নেটিজেনে চৰ্চা কৰে যে, কিয় এতিয়ালৈকে ৰণবীৰ-দীপিকাৰ সন্তান নাই?

এইবাৰ দীপিকাই এই সকলোবোৰ কথাৰেই উত্তৰ দিছে৷ নতুন বছৰত পৰিয়াললৈ নতুন সদস্যক স্বাগত জনাব দীপিকাই! সম্প্ৰতি এক সাক্ষাৎকাৰত নিজৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিছে বলীউড অভিনেত্ৰী দীপিকা পাডুকনে৷ দীপিকাই কয়, ‘ৰণবীৰ আৰু মই দুয়োৱেই শিশু ভালপাও৷ আমি অপেক্ষা কৰিছো আমাৰো এনে দিন আহিব, আমাৰো কোলাত শিশুৱে ওমলিব৷’

বিবাহৰ পাঁচ বছৰৰ পাছত এইবাৰ সন্তানৰ পৰিকল্পনা কৰিছে দীপিকা-ৰণবীৰে৷ দীপিকাই উপলব্ধি কৰিছে, তেওঁলোকৰ কোলালৈ সন্তান এটা অহাটো খুবেই জৰুৰী৷ সাফল্যৰ চূড়াত থকা দীপিকা-ৰণবীৰে দেশৰ লগতে আন্তৰ্জাতিক স্তৰতো নিজৰ নাম খ্যাতিৰ চাপ ৰাখিবলৈ সক্ষম হৈছে৷ দীপিকাই এই সন্দৰ্ভত কয়, ‘আমি পেছাৰ খ্যাতি, আৰু যশৰ ভীৰত নিজক হেৰুৱাই পেলাইছো৷ আমাৰ পৰিয়ালৰ কোনো সদস্যৰ ঘৰলৈ গ’লে কিন্তু আমি নিজকে তাৰকা ফিল নকৰো৷ আমাক প্ৰায়েই পৰিয়ালৰ লোকে সন্তানক লৈ প্ৰশ্ন কৰে৷ মইয়ো ভাৱিছো, ৰণবীৰ আৰু মোৰ সন্তান এটা আহক আৰু তাৰ মাজত আমি আমাৰ দুয়োৰে বৈশিষ্ট্য যাতে দেখা পাওঁ৷’

উল্লেখ্য যে, সঞ্জয় লীলা ভাঞ্চালীৰ ‘গোলিয়ো কি ৰাসলীলা’ ছবিৰ শ্বুটিঙৰ সময়তে মিলিত হৈছিল ৰণবীৰ-দীপিকা৷ তাৰপিছতেই এজনে আনজনৰ প্ৰেমত পৰে৷ প্ৰায় ছবছৰ প্ৰেমৰ সম্পৰ্কত থকাৰ পাছত বিবাহপাশত আৱদ্ধ হয় দুয়োৱে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি
ভাৰত

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

June 25, 2026
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?
জীৱনশৈলী

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

June 25, 2026
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে
বিশ্ব

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

June 25, 2026
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?
বিবিধ

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

June 25, 2026
Next Post
গ্ৰন্থমেলালৈ মাতি কোনে অপমান কৰিলে কবি নীলিম কুমাৰক?

গ্ৰন্থমেলালৈ মাতি কোনে অপমান কৰিলে কবি নীলিম কুমাৰক?

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান উপলক্ষ্যে ত্ৰেতাযুগৰ সজ্জাৰে সজাই তোলা হৈছে অযোধ্যা! কিন্তু কেনে আছিল ত্ৰেতাযুগ?

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান উপলক্ষ্যে ত্ৰেতাযুগৰ সজ্জাৰে সজাই তোলা হৈছে অযোধ্যা! কিন্তু কেনে আছিল ত্ৰেতাযুগ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.