• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সফলতাই চৰণ চুমিবঃ ২০২৪ত আপুনি মাত্ৰ মনত ৰাখক এই ১৫টা কথা…

সফলতাই চৰণ চুমিবঃ ২০২৪ত আপুনি মাত্ৰ মনত ৰাখক এই ১৫টা কথা…

2 years ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

13 minutes ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

41 minutes ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

1 hour ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

2 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

3 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

3 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

2 weeks ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সফলতাই চৰণ চুমিবঃ ২০২৪ত আপুনি মাত্ৰ মনত ৰাখক এই ১৫টা কথা…

আপুনি যিকোনো পৰিস্থিতিত তলৰ ১৫টা কথা মনত ৰাখিবলৈ চেষ্টা কৰক

editor by editor
December 30, 2023
in অসম
0
সফলতাই চৰণ চুমিবঃ ২০২৪ত আপুনি মাত্ৰ মনত ৰাখক এই ১৫টা কথা…
0
SHARES
144
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ দুৱাৰদলিত এটা নতুন বছৰ। সকলোৱে আশা কৰে নতুন বছৰটো ভাল হওক, আধৰুৱা বহু সপোনে এই নতুন বছৰটোতে পূৰ্ণতা লাভ কৰক। আশাৰ মাজতে ওলমি ৰোৱা সময়বোৰক পূৰ্বতকৈ ভাল কৰাৰ বাবে সকলোৱে অপ্ৰাণ চেষ্টা কৰে। সময়বোৰ কেনেকৈ ঠিক কৰিব পাৰি, কেনেকৈ ভাল কৰিব পাৰি তাৰ সূত্ৰ কোনেও নাজানে। কিন্তু কিছুমান কথা আমি যদি জীৱনৰ প্ৰতিটো খোজ বা কামৰ সময়ত মনত ৰাখো, তেন্তে বহু জটিল পৰিস্থিতিও সহজ হৈ পৰে। নতুন বছৰটোত আপুনি যিকোনো পৰিস্থিতিত তলৰ ১৫টা কথা মনত ৰাখিবলৈ চেষ্টা কৰক-

  1. পাপ শৰীৰৰ পৰা নহয় মনৰ পৰা সৃষ্টি হয়, যিমানেই গঙ্গা স্নান নকৰা কিয় গঙ্গাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে মানসিকতা নহয়।
  2. শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব, অসুস্থতা আৰু দৰিদ্রতা কেতিয়াও কাকো কৈ নাহে।
  3. আটাইতকৈ মুল্যবান সম্পদ হৈছে জ্ঞান, আটাইতকৈ শক্তিশালী অস্ত্র হৈছে ধৈৰ্য্য, আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি, আটাইতকৈ শ্রেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। 
  4. শিয়ালৰ দৰে এশবছৰ জীয়াই থকাতকৈ সিংহৰ দৰে এদিন জীয়াই থকাই ভাল।
  5. যিটো কর্ম এতিয়া কৰিব, সেইটোৰ ওপৰতহে আপােনাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব।
  6. শক্তিশালী হােৱা কিন্তু অহংকাৰী নহবা, দয়ালু হােৱা কিন্তু দুর্বল নহবা – কাৰণ অহংকাৰ আৰু দুর্বলতাই হ’ল ধংসৰ মূল কাৰণ।
  7. মহিলাৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ বিষয়ে কেতিয়াও সুধিব নালাগে, মহিলাই সদায় আনৰ বাবে জীয়াই আনহাতে পুৰুষে কেতিয়াও নিজৰ বাবে উপার্জন নকৰে।
  8. কাকো সৰু বুলি নাহাহিব, কাৰণ ভৰিৰ তলৰ দুৱৰী বন হে পূজাত লাগে মুৰৰ ওপৰৰ বৰগছ নহয়। 
  9. অতিৰিক্ত অহংকাৰ পতনৰ লক্ষণ আৰু অতিৰিক্ত সৰলতা ঠগ খােৱাৰ লক্ষণ।
  10. সূৰ্যৰ তাপ আৰু পিতৃৰ ক্রোধ, দুয়ােটাই সহ্য কৰিব শিকক কাৰণ সূর্য ডুবিলে পৃথিৱী অন্ধকাৰ আৰু পিতৃ নহলে জীৱন অন্ধকাৰ হৈ যায়।
  11. মাটিত পৰা চেনী পিপৰাই হে উঠাব পাৰে হাতীয়ে নােৱাৰে, সৰু বুলি কাকো উপলুঙা নকৰিব, কেতিয়াবা সৰু মানুহেই বহুত ডাঙৰ কাম কৰিব পাৰে। 
  12. অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় নকৰিবা, মনত ৰাখিবা ইতিহাসত অকল বিপ্লৱীবােৰৰ নাম হে লিখা থাকে ভৰি চেলেকাবােৰৰ নহয়।
  13. কৃপণ কেতিয়াও ধন সম্পত্তিৰ মালিক হ’ব নােৱাৰে ধন সম্পত্তিয়েই কৃপণৰ মালিক হয়। 
  14. জীৱনত ডাঙৰ কিবা পালে সৰু বােৰক পাহৰি নাযাব, এটা সৰু বেজীয়ে যি কৰিব পাৰে এখন তৰােৱালে সেইটো কাম কৰিব নােৱাৰে।
  15. ঠাণ্ডাৰ দিনত যি ৰ’দক মানুহে ভাল পাই , গৰম দিনত সেই ৰ’দকে মানুহে তিৰস্কাৰ কৰে মানুহে তােমাক মূল্য সিমানদিনেই দিব, যিমানদিন মানুহক তােমাৰ প্রয়ােজন হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
৪১কোটিৰ অট্টালিকাত পৰি ৰ’ল পিতৃ-মাতৃ আৰু কন্যাৰ নশ্বৰদেহ…

৪১কোটিৰ অট্টালিকাত পৰি ৰ'ল পিতৃ-মাতৃ আৰু কন্যাৰ নশ্বৰদেহ...

আদৰি অনা হ’ব বিশাল ৰেলীৰেঃ শান্তি চুক্তি সমাপন কৰি আজি বীৰদৰ্পে অসমত খোজ থব অনুপ চেতিয়া বাহিনীয়ে…

আদৰি অনা হ’ব বিশাল ৰেলীৰেঃ শান্তি চুক্তি সমাপন কৰি আজি বীৰদৰ্পে অসমত খোজ থব অনুপ চেতিয়া বাহিনীয়ে…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.