• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন হয় এই নীলা চকুৰ নীকোলাচ, যিয়ে কৰা ৬ টা ভৱিষ্যতবাণী হৈছে সঁচা, ২০২৫ক লৈ…

কোন হয় এই নীলা চকুৰ নীকোলাচ, যিয়ে কৰা ৬ টা ভৱিষ্যতবাণী হৈছে সঁচা, ২০২৫ক লৈ…

1 year ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

3 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

4 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

4 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

5 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

6 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

7 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

7 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

8 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

8 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

8 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

9 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কোন হয় এই নীলা চকুৰ নীকোলাচ, যিয়ে কৰা ৬ টা ভৱিষ্যতবাণী হৈছে সঁচা, ২০২৫ক লৈ…

editor by editor
January 3, 2025
in বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কোন হয় এই নীলা চকুৰ নীকোলাচ, যিয়ে কৰা ৬ টা ভৱিষ্যতবাণী হৈছে সঁচা, ২০২৫ক লৈ…
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোন হয় এই নীলা চকুৰ নীকোলাচ, যিয়ে কৰা ৬ টা ভৱিষ্যতবাণী হৈছে সঁচা, ২০২৫ক লৈ…

২০২৫ চন আৰম্ভ হৈছে আৰু নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে মানুহেও জানিব বিচাৰে যে এই বছৰত সমগ্ৰ বিশ্বতে আৰু তেওঁলোকৰ দেশত কি হ’ব? এতিয়ালৈকে মানুহে হয়তো ১৬ শতিকাৰ নষ্ট্ৰাডামাছ, দ্য লিভিং নষ্ট্ৰাডামাছ আৰু বাবা ভাংগাই কৰা ভৱিষ্যদ্বাণীবোৰ পঢ়িছে, কিন্তু এইবোৰৰ বাহিৰেও পৃথিৱীত আন এজন ভাববাদী আছে, যিয়ে এতিয়ালৈকে যি ভৱিষ্যদ্বাণী কৰিছে তাতেই সত্য বুলি প্ৰমাণিত হৈছে।

এই ব্যক্তিজনে ২০১৮ চনত Covid-19ৰ ভৱিষ্যদ্বাণী কৰিছিল, যিটো সঁচা বুলি প্ৰমাণিত হয়। তেওঁ ৬টা ভৱিষ্যদ্বাণী কৰিছিল, যিবোৰ সঁচা প্ৰমাণিত হৈছে। এই একেজন ভাগ্যবিদেই এতিয়া ২০২৫ চনৰ ভৱিষ্যদ্বাণী কৰিছে। এই ভাৱবাদীৰ নাম নিকোলাছ। নীলা চকুৰ বাবে বিশেষ ভাৱে জনাজাত নীকোলাছ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ব্যক্তি জন লণ্ডনৰ ৩৮ বছৰীয়া বিখ্যাত মনোবিজ্ঞানী আৰু সম্মোহন চিকিৎসক নিকোলাছ আউজলা, যিয়ে বিশ্বৰ ভৱিষ্যতৰ বিষয়ে গুৰুতৰ তথা আচৰিত আৰু ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছে।

আউজলাই কয় যে ২০২৫ চনত তৃতীয় বিশ্বযুদ্ধ নিশ্চিত। ২০২৫ চনটো বিশ্বজুৰি অস্থিৰতাৰ বছৰ বুলি প্ৰমাণিত হ’ব। সমগ্ৰ বিশ্বতে দুষ্টতা আৰু হিংসা ব্যাপক হৈ পৰিব। মানুহে ইজনে সিজনক মাৰিবলৈ আৰু কামুৰিবলৈ দৌৰিব।

ধৰ্মীয় আৰু জাতীয়তাবাদী হিংসাৰ সৈতে বিশ্বজুৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি হ’ব, যাৰ ফলত তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ’ব। ৰাজনৈতিক অস্থিৰতা আৰু বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি আমনিদায়ক হ’ব।

লগতে ইয়াকো কয় যে এইবাৰ বিজ্ঞানে ডাঙৰ চমৎকাৰ কৰিব, বিশেষকৈ চিকিৎসা খণ্ডত এইবাৰ লেবত মানুহৰ অংগ সৃষ্টি হ’ব, কিন্তু এইবাৰ প্ৰাকৃতিক দুৰ্যোগে বিধ্বংসী ৰূপ ধাৰণ কৰিব। ধাৰাসাৰ বৰষুণ আৰু সাগৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে বহু চহৰ-গাঁও বানত ডুব যাব। লাখ লাখ লোক স্থানচ্যুত হোৱাৰ লগতে ঘৰ-দুৱাৰ ধ্বংস হ’ব।

ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰৰ ৰাজনৈতিক কেৰিয়াৰ পতন ঘটিব। সমগ্ৰ বিশ্বতে মুদ্ৰাস্ফীতিৰ শিখৰত উপনীত হ’ব। ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰ হেৰীৰ মাজত পুনৰ মিলন হ’ব।

এতিয়া এই ভৱিষ্যদ্বাণীবোৰ কিমান সত্য বুলি প্ৰমাণিত হ’ব সেয়া সময়েহে ক’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2025 Future Predictfuture predictprediction
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
Next Post
মহিলাসকলৰ বাবে বিনিয়োগৰ সুন্দৰ বিকল্প- ৫ আঁচনিৰ জৰিয়তে বৃহৎ লাভৰ সুবিধা

মহিলাসকলৰ বাবে বিনিয়োগৰ সুন্দৰ বিকল্প- ৫ আঁচনিৰ জৰিয়তে বৃহৎ লাভৰ সুবিধা

৬ বছৰৰ পাছত ন্যায় পালে চন্দনে, ২৪গৰাকীক দোষী সাব্যস্ত লগেত জৰিমনা

৬ বছৰৰ পাছত ন্যায় পালে চন্দনে, ২৪গৰাকীক দোষী সাব্যস্ত লগেত জৰিমনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.